Wednesday, 23 June 2021
23 Jun, 2021 সেই মানৱ জাতি কৰ্মক শুদ্ধ পৰ্থত নিয়াৰ ব্যবস্থা কৰক। তেতিয়াহে দেশৰ, ৰাজ্যৰ, তথা মানৱ জাতিৰ, জীৱকোলৰ কল্যাণ হৱ। এই পৃথিবীত তেতিয়াহে শান্তিৰে জীৱন ধাৰণ কৰিৱ পাৰিৱ। আপোনাৰ পিছৰ জীৱকোলৰ কল্যাণ হৱ।।। মাধৱ গগৈ।। গোলাঘাট।।
ভেক্চিন লোৱাৰ পাছত যি কোনো শাৰীৰিক অসুস্থতাত ভুগিলে নিম্নলিখিত মেডিকেল বিষয়া সকলৰ লগত যোগাযোগ কৰিব পাৰিব
Tuesday, 22 June 2021
গোলাঘাটত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ ক'ভিড প্ৰতিষেধক কেন্দ্ৰ পৰিদৰ্শন ।
22 Jun, 2021
গোলাঘাটত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ ক'ভিড প্ৰতিষেধক কেন্দ্ৰ পৰিদৰ্শন ।
মঙ্গলবাৰে দুপৰীয়াৰ ভাগত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আজি উপস্থিত হয়হি গোলাঘাটত । গোলাঘাটৰ স্প'ৰ্টচ কমপ্লেক্সত থকা ক'ভিড প্ৰতিষেধক টীকাকৰন কেন্দ্ৰ পৰিদৰ্শন কৰি সামগ্ৰীক পৰিস্থিতিৰ বুজ লয় ।
ক'ভিড প্ৰতিষেধক টিকাকৰন কেন্দ্ৰ পৰ্যবেক্ষণ কৰি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশব মহন্তই।বৰ্তমান ৰাজ্যত ক'ভিডৰ সৈতে মোকাবিলা কৰিবলৈ পৰ্যাপ্ত পৰিমানৰ ভেকচিন,অক্সিজেন মজুত আছে বুলিও জানিবলৈ দিয়ে ।আনহাতে লকডাউন সন্দৰ্ভত গোলাঘাট জিলাখনত আংশিক লকডাউনেই হৈ থাকিব আৰু পুৰ্বতকৈ কঠোৰ হ'ব বুলি জানিবলৈ দিয়ে যদিও সেয়া সম্পুৰ্ণ স্পষ্ট নকৰিলে মন্ত্ৰীগৰাকীয়ে । আজি তেও জিলাখনৰ বহুকেইটা এনে কেন্দ্ৰৰ পৰিদৰ্শন কৰাৰ কাযসূচী আছিল যদিও সময়ৰ অভাৱত ততাতৈয়াকৈ দেৰগাঁৰ দিশে ৰাওণা হয় ৷
প্ৰকাশ শৰ্মা গোলাঘাট
NORTHEAST NEWS INDIA
সংক্ৰমণ বৃদ্ধি পোৱা কেতবোৰ নির্দিষ্ট অঞ্চলত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা সন্দৰ্ভত ২৪ জুনত মুখ্যমন্ত্ৰীয়ে ল'ব সিদ্ধান্ত*
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...