Monday, 21 June 2021

21 Jun, 2021হাফলং চৰকাৰী মহাবিদ্যালয়ৰ এইচএছ দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীসকল যিসকলে এইচএছ ফাইনেল বৰ্ষৰ প্ৰাক-পৰীক্ষা পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোকক তেওঁলোকৰ এইচএছএলচি মাৰ্কশ্বীট দাখিল কৰিবলৈ অনুৰোধ জনাইছে৷

21 Jun, 2021

হাফলং চৰকাৰী মহাবিদ্যালয়ৰ এইচএছ দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীসকল যিসকলে এইচএছ ফাইনেল বৰ্ষৰ প্ৰাক-পৰীক্ষা পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোকক তেওঁলোকৰ এইচএছএলচি মাৰ্কশ্বীট দাখিল কৰিবলৈ অনুৰোধ জনাইছে৷

21 Jun, 2021বিশ্বৰ সৰ্ববৃহৎ বিনামূলীয়া টিকাকৰণ অভিযান। আজিৰে পৰা আৰম্ভ হৈছে টিকাকৰণৰ বাবে পঞ্জীয়ন কৰক www.cowin.gov.in ত। ইয়াৰ উপৰিও টিকাকৰণ কেন্দ্ৰসমূহত প্ৰত্যক্ষ পঞ্জীয়নৰ সুবিধাও উপলব্ধ।

21 Jun, 2021

বিশ্বৰ সৰ্ববৃহৎ বিনামূলীয়া টিকাকৰণ অভিযান। আজিৰে পৰা আৰম্ভ হৈছে  টিকাকৰণৰ বাবে পঞ্জীয়ন কৰক www.cowin.gov.in ত। ইয়াৰ উপৰিও টিকাকৰণ কেন্দ্ৰসমূহত প্ৰত্যক্ষ পঞ্জীয়নৰ সুবিধাও উপলব্ধ।

21 Jun, 2021

21Jun, 2021Covid Update Assam Covid19 Assam and actions taken as on 20/06/2021.

21Jun, 2021

Covid Update Assam  

Covid19 Assam and actions taken as on 20/06/2021.

Sunday, 20 June 2021

20 Jun, 2021সতৰ্কবাৰ্তা5 চিৰমালা (গোসপাৰা), ৰহা, নগাঁওত সক্ৰিয় কেছ ধৰা পৰিছেমাইক্ৰ' কণ্টেইনমেণ্ট জোন নিৰ্ধাৰণ কৰা হৈছেআদেশটো 14 দিনৰ বাবে 20.06.2021 ডব্লিউ.এফ. কাৰ্যকৰী হয়

20 Jun, 2021

সতৰ্কবাৰ্তা
5 চিৰমালা (গোসপাৰা), ৰহা, নগাঁওত সক্ৰিয় কেছ ধৰা পৰিছে
মাইক্ৰ' কণ্টেইনমেণ্ট জোন নিৰ্ধাৰণ কৰা হৈছে
আদেশটো 14 দিনৰ বাবে 20.06.2021 ডব্লিউ.এফ. কাৰ্যকৰী হয়

20 Jun, 2021COVID-19🦠😷 Vaccination Session site list Golaghat District. On 21/06/2021

20 Jun, 2021

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 21/06/2021

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱসৰ লগত সংগতি ৰাখি জাৰ্মানীৰ কহিনুৰ ৱৰ্ল্ড বুক অফ ৰেকৰ্ডচৰ স্বীকৃতি প্ৰাপ্ত জনপ্ৰিয় কাব্যিক,বৌদ্ধিক তথা মানৱদৰদী অনুষ্ঠান “নদী আৰু নাৰী” গোলাঘাট জিলা

 20 Jun, 2021


প্ৰেছ বিজ্ঞপ্তি---

----------------

    কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱসৰ লগত সংগতি ৰাখি 

জাৰ্মানীৰ কহিনুৰ ৱৰ্ল্ড বুক অফ ৰেকৰ্ডচৰ স্বীকৃতি প্ৰাপ্ত জনপ্ৰিয় কাব্যিক,বৌদ্ধিক তথা মানৱদৰদী অনুষ্ঠান “নদী আৰু নাৰী” গোলাঘাট জিলা


 সমিতিৰ তৰফৰ পৰা গুলুং পাঠৰী,কাঞ্চা চাপৰি আৰু ভকত চাপৰি অঞ্চলত ২০০জন মানুহক মাস্ক আৰু চাবোন বিতৰণ,বৰটিকা  অফলা গাৱঁৰ ১৫ জন ছাত্ৰ- ছাত্ৰীক শৈক্ষিক সামগ্ৰী প্ৰদান

আৰু  বৰটিকা আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গনত ফল-মূলৰ গছপুলি ৰোপণৰ উদ্দেশ্যে উক্ত অঞ্চলৰ গুলুং পাঠৰী ,কাঞ্চা চাপৰি আৰু ভকত চাপৰি উন্নয়ন সমিতিৰ 

সহযোগত পুৱা ১১-০০ বজাৰ পৰা হোৱা জনমুখী সভাত সভাপতিত্ব কৰে যতীন দলে ৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে গোলাঘাট জিলা নদী আৰু নাৰীৰ সম্পাদিকা ঊষাৰাণী দেৱী ,নদী আৰু নাৰীৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰে নদী আৰু নাৰীৰ প্ৰতিস্থাপক তথা মুখ্য কাৰ্যবাহী ৰুণাল্ডো

টাইদ দেৱে ৷ তাৰ পাছত সভাৰ উদ্যোক্তা সকলে নদী আৰু নাৰীৰ বিষয়ববীয়া সকলক একোখনি ডুমেৰ দি সম্বৰ্ধনা জনোৱাৰ পাছত ক’ভিড প্ৰটকল ৰক্ষা কৰি উপস্থিত 

ৰাইজৰ মাজত মাস্ক আৰু চাবোন বিতৰন কৰাৰ পাছত

ক্ৰমানুযায়ী 

প্ৰায় ৪-৩০ বজাত উক্ত কাৰ্যসূচী সমাপ্ত কৰা হয় ৷


News Desk Report

NORTHEAST NEWS INDIA

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।