Saturday, 19 June 2021

২০ টা লাখটকীয়া স্বাস্থ্য টিপছ:-

19 Jun, 2021

২০ টা লাখটকীয়া স্বাস্থ্য টিপছ:-

১) ৰাতি টোপনি নাহিলে ১ মিনিটৰ বাবে চকু দুটি খৰকৈ মেলা-জপোৱা কৰক নিশ্চিত ভাবে পৰৱৰ্তী মিনিটত টোপনি যাব।

২) মাইগ্ৰেইন ৰ মুৰৰ বিষ হলে হাত দুখন বৰফৰ পানীত ডুবাই থৈ মুঠি মাৰক ১ মিনিটৰ বাবে। লগে লগে বিষৰ পৰিত্ৰাণ পাব।

৩) পেটৰ খুব জ্বলা পোৰা হলে ৩-৪ টা তুলসী পাত ভাত খোৱাৰ পিছত চোৱাই এক গিলাচ গৰম পানী খাওক। লগে লগে জ্বলা পোৰা আঁতৰি যাব।

৪) দৈনিক পাছ কাপ ৰঙা চাহ খালে পেটৰ চৰ্বী কমি নাইকিয়া হৈ যাব।

৫) দৈনিক ১৫ মিনিট প্ৰাণ খুলি হাঁহিব লাগে। ১৫ মিনিট হাঁহি ২ ঘণ্টা টোপনিত কৈ ও উত্তম।

৬) হাসি চৰ্দি কমাবলৈ জিভাখন ওলোটাই ডিঙিৰ ভিতৰলৈ সোমাই জোৰ দিয়ক হাচি কমিব।

৭) দিনত অকণমান বাগৰ দিলে স্মৃতিশক্তি বৃদ্ধি পাব আৰু হৃদৰোগৰ সম্ভাৱনা কমিব বুলি প্ৰমাণিত।

৮) বিচনাৰ পৰা উঠাৰ পিছতো যদিহে টোপনিৰ নিচা থাকি যায় তেন্তে এখন ভৰি নমাই কেই ছেকেণ্ডমান মজিয়াত ভৰিখন ৰাখক দেখিব টোপনিৰ ভাব নাইকিয়া হৈছে।

৯) নিয়মিত যদি ভাল লগা গান বা সুৰিয়া সুৰ শুনে ভৱিষ্যতে মগজুৰ কেন্সাৰ ৰোগৰ সম্ভাৱনা নাইকিয়া হয়।

১০) ৰাতিপুৱা যিমানেই পানী খাব দিনটো সিমানেই দেহত সজীৱতা (freshness), কৰ্ম-সক্ৰিয়তা ( spirit) অনুভৱ কৰিব।

১১) মুখৰ ছালখন এবাৰ হলেও বৰফ পানীৰে ধুলে মুখত গুটি নোলায়।

১২) বিষণাসক ঔষধ খোৱাৰ পিছতো যদিহে দাঁতৰ বিষ কমা নাই তেন্তে হাতৰ বুঢ়া আঙুলি আৰু কিনা আঙুলিৰে এটুকুৰা বৰফ কিছু সময় ধৰি ৰাখক লগে লগে বিষ কমি যাব।

১৩) পেটৰ চৰ্বী কমাবলৈ যদি ব্যায়াম কৰি আছে তেন্তে ব্যায়ামৰ আগত একাপ কফি খাই লওঁক । ই আপোনাৰ কাম দুগুণ সহজ কৰিব।

১৪) যদি পঢ়াৰ সময়ত বাৰে বাৰে টোপনি লাগিছে তেন্তে যিমান সময় পাৰে উশাহ ধৰি ৰাখি এৰি দিয়ক টোপনি পলাব।

১৫) দেহ শুদ্ধি কৰণ কৰি ৰাখিবলৈ প্ৰতিদিনে এটা তীয়হ , এটা নেমু, কেইটামান পদিনাৰ পাত আৰু যথেষ্ট পৰিমাণে পানী সেৱন কৰিব। এয়া উত্তম সুধিকাৰক।

 
১৬) মানসিক চাপ (depression) দূৰ কৰাৰ দুটা উত্তম উপায় হল শৰীৰ চৰ্চা আৰু বন্ধু বান্ধবীৰ সৈতে সময় কটোৱা।

 
১৭) দৈনিক এগিলাচ ডালিমৰ জুইছ খালে হৃদৰোগ দূৰ হয় আৰু নিম্ন ৰক্তচাপ (low blood pressure) ৰোগৰ পৰিত্ৰাণ পাব।

১৮) যদি কোষ্ঠ-কাঠিন্যৰ সমস্যাত ভুগিছে তেন্তে ৰাতিপুৱা খালি পেটত আধা কাপ সিজোৱা বিত খাওক ।

 
১৯) বতৰৰ তৰমুজ খালে মানসিক চাপ আৰু অৱসাদ দূৰ হোৱাৰ লগতে দেহত বহুত শক্তি পোৱা যায়।

 
২০) ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পিছত ১০ মিনিট খোজ কাঢ়ি হে শুব ই পাঁচনতন্ত্ৰ মজবুত কৰি ৰাখিব।

এই শুভ বাৰ্তা আপোনাৰ প্ৰিয়জনলৈ বিলাই দি জীৱন অমূল্য কৰাৰ সহায়ক হওঁক।

19 Jun, 2021 Notice for distribution of Scooters to beneficiary students under Pragyan Bharati Scheme, Govt. of Assam on 20th June, 2021 from 10:00 A.M onwardsEarlier date of distribution has been altered

19 Jun, 2021

             Notice

 for distribution of Scooters to beneficiary students under Pragyan Bharati Scheme, Govt. of Assam on 20th June, 2021 from 10:00 A.M onwards

Earlier date of distribution has been altered

19 Jun, 2021Covid Update Assam Covid19 Assam and actions taken as on 18/06/2021.

19 Jun, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 18/06/2021.

Friday, 18 June 2021

18 Jun, 2021COVID-19 🦠 update in Dima Hasao District date 18-06-2021

18 Jun, 2021

COVID-19 🦠 update in
 Dima Hasao District date 18-06-2021

18 Jun, 2021On 17th June 2021 a complaint case has been filed in the Honble Court of Chief Judicial Magistrate, Golaghat against one FPS retailer Sri Gojen Das , resident of Tenpur, Janpara, Ghulampatty for misappropriation of TPDS rice, issues of less rice than the legal entitlement to beneficiaries , non issue of kerosene oil to consumers etc and for violation of the clauses of the Assam Public Distribution of Articles Order, 1982 and TPDS Control Order ,2015 . The case has been registered today and committed for trial in the court of Addl CJM, Golaghat bearing CR Case No:43 /2021 U/S 7(1)(a) of Essential Commodities Act, 1955

18 Jun, 2021

On 17th June 2021  a complaint case has been filed in the Honble Court of Chief Judicial Magistrate, Golaghat against one FPS retailer Sri Gojen Das , resident of Tenpur, Janpara, Ghulampatty for misappropriation of TPDS rice, issues of less rice than the legal entitlement to beneficiaries , non issue of kerosene oil to consumers etc and for violation of the clauses of the Assam Public Distribution of Articles Order, 1982 and TPDS Control Order ,2015 . The case has been registered today and committed for trial in the court of Addl CJM, Golaghat bearing CR Case No:43 /2021  U/S 7(1)(a) of Essential Commodities Act, 1955

18 Jun, 2021Golaghat Covid🦠 update

18 Jun, 2021

Golaghat Covid🦠 update

Special vaccination drive for elderlies

18 Jun, 2021

Press Release No : 101/2021 Janasanyog, Golaghat

Special vaccination drive for elderlies

Golaghat, 18 June : A special vaccination drive was carried out at Amar Ghar an old age home run by Golaghat Nirman Mohila Goot, a non-government organization today. In this special session vaccine jabs provided to elderlies of the old age home, members of Ujjwala Home, Home for Mentally Retarded and Home for Mentally ill person. A total of 30 vaccine jabs were administered to the beneficiaries in order to prevent the spread of Corona virus. District Administration and health department is extending all possible support and help in this hour of crisis by organizing special vaccination drives so that no person to be left behind. Dr. Arun Chandra Mahanta, Joint Director of Health Services, Golaghat, Dr. Sunita Ekka, senior physician, Anushka Borah, District Project Manager, NHM, Golaghat, Dr. Ranjit Kr. Saikia and other officials were present at the program. Besides, Sujata Handique, Women Welfare Officer of Mahila Shakti Kendra and Jupi Saikia, District Coordinator were also present at the site and facilitated the vaccination drive smoothly. 

District Information and Public Relations Officer, Golaghat

লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।

      লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।                                              মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...