Wednesday, 16 June 2021
কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
16 Jun, 2021
কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
16 Jun, 2021Vaccination Drive for those whose 1st Dose is already done and is of age group 18 years to 44 years Debolal Gorlosa Nandita Gorlosa @Samuel ChangsanDima Hasao District Administration National Health Mission, Dima Hasao
16 Jun, 2021
Vaccination Drive for those whose 1st Dose is already done and is of age group 18 years to 44 years
Debolal Gorlosa
Nandita Gorlosa
@Samuel Changsan
Dima Hasao District Administration
Tuesday, 15 June 2021
১৬ জুন ২০২১ তাৰিখে নগাঁও জিলাত COVAXIN ৰ দ্বিতীয় পালি টিকাকৰণৰ সম্পৰ্কত জিলা প্ৰশাসনে কিছু প্ৰদক্ষেপ গ্ৰহণ কৰিছে।
15 Jun, 2021
১৬ জুন ২০২১ তাৰিখে নগাঁও জিলাত COVAXIN ৰ দ্বিতীয় পালি টিকাকৰণৰ সম্পৰ্কত জিলা প্ৰশাসনে কিছু প্ৰদক্ষেপ গ্ৰহণ কৰিছে।
নগাঁও জিলাৰ চহৰ অঞ্চলৰ (Town Area) ১৮ ৰ পৰা ৪৪ বছৰ বয়সৰ ভিতৰৰ আৰু ৪৫ বছৰৰ উৰ্ধৰ বয়সৰ যিসকল ব্যক্তিয়ে ৭ মে' ২০২১ তাৰিখলৈকে COVAXIN ৰ প্ৰথম পালি টিকা গ্ৰহণ কৰিছিল সেইসকল ব্যক্তিক নগাঁও চহৰৰ হয়বৰ গাওঁ উচ্চ মাধ্যমিক বিদ্যালয় কোভিড টিকাকৰণ কেন্দ্ৰত অহা ১৬ জুন ২০২১ তাৰিখে তেওঁলোকৰ ২য় পালি ভেকচিন প্ৰদান কৰা হব।
উক্ত কেন্দ্ৰত টিকা গ্ৰহণ কৰিবলৈ উপস্থিত হোৱা প্ৰথম ২৫০ জন ব্যক্তিক দ্বিতীয় পালি টিকা পুৱা ৯ বজাৰ পৰা বিয়লি ২ বজালৈ প্ৰদান কৰা হব।
Directorate of Information and Public Relations, Assam
Nagaon District Administration
Subscribe to:
Comments (Atom)
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...