Wednesday, 9 June 2021

09 Jun, 2021COVID Vaccination Centres on 10th June 2021 in Sonitpur,Assam.কভিড ভেকচিনেছন কেন্দ্ৰৰ তালিকা৷১০ জুন ২০২১৷

09 Jun, 2021

COVID Vaccination Centres on 10th June 2021 in Sonitpur,Assam.

কভিড ভেকচিনেছন কেন্দ্ৰৰ তালিকা৷১০ জুন ২০২১৷

09 Jun, 2021RAT Test Report 9th June, 2021Majuli fights covid

09 Jun, 2021

RAT Test Report 9th June, 2021

Majuli fights covid

09 Jun, 2021Majuli COVID-19🦠😷 Bulletin 9th June, 2021

09 Jun, 2021

Majuli COVID-19🦠😷 Bulletin 9th June, 2021

09 Jun, 2021Nagaon Covid-19 Update as on 09.06.2021

09 Jun, 2021

Nagaon Covid-19 Update as on 09.06.2021

টিকাকৰণৰ সূচী: ১০/০৬/২০২১ আৰু ১১/০৬/২০২১

09 Jun, 2021

 গোহাৰী 

ইং ১৭/০৪/২০২১ ৰ তাৰিখৰ পৰা ইং ২২/০৪/২০২১ তাৰিখ লৈকে নগাওঁ জিলাৰ যিসকল নাগৰিকে Covaxin ৰ প্ৰথম পালি টীকা গ্ৰহণ কৰিছিল সেইসকল ব্যক্তিক  অহা ইং ১০/০৬/২০২১ আৰু ১১/০৬/২০২১ তাৰিখে হয়বৰ গাওঁ উচ্চ মাধ্যমিক বিদ্যালয় আৰু ডছন উচ্চ মাধ্যমিক বিদ্যালয়ত  দ্বিতীয় পালি টীকা প্ৰদান কৰা হব। উক্ত প্ৰতিটো কেন্দ্ৰত  টীকা গ্ৰহণ কৰিবলৈ উপস্থিত হোৱা  প্ৰথম ৫০০ জন ব্যক্তিক দ্বিতীয় পালি টীকা প্ৰদান কৰা হব। ইং ২২/০৪/২০২১ তাৰিখৰ পিছত টীকা গ্ৰহন কৰা ব্যক্তিৰ বাবে পৰৱৰ্তী টিকাকৰণ সূচী বিভিন্ন মাধ্যমৰ জৰিয়তে ৰাইজক অৱগত  কৰা হব।

■টিকাকৰণৰ সূচী: 
১০/০৬/২০২১ আৰু ১১/০৬/২০২১

■টীকা প্ৰদান কৰাৰ সময়:
পুৱা ৯ বজাৰ পৰা বিয়লি ২ বজালৈ।

■হিতাধিকাৰীৰ সংখ্যা:
প্ৰতিদিনে প্ৰতিটো কেন্দ্ৰত ৫০০ জন
Directorate of Information and Public Relations, Assam

Nagaon District Administration

National Health Mission Nagaon

09 Jun, 2021ডিব্ৰুগড় জিলাৰকোভিড ১৯ সম্পৰ্কে আজিৰ সবিশেষ।

09 Jun, 2021

ডিব্ৰুগড় জিলাৰ
কোভিড ১৯ সম্পৰ্কে  আজিৰ সবিশেষ।

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।