Tuesday, 1 June 2021
01 Jun, 2021Urgent Requirement Vacancies for 896 Nos of Staff Nurses under NHM Assam. Last date 10th June, 2021. Link for application: http://117.252.250.165/web/career.php
01 Jun, 2021
Urgent Requirement
Vacancies for 896 Nos of Staff Nurses under NHM Assam.
Last date 10th June, 2021.
কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
01 Jun, 2021
ক'ভিড-১৯ ৰ টীকাকৰণ অভিযানক জনআন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰ্থিক বৰঙণি আগবঢ়োৱা ব্যক্তি তথা অনুষ্ঠানৰ প্ৰতি
ক'ভিড ৰোগীসকলক অনা নিয়া কৰিবলৈ ১০ খন অটো এম্বুলেঞ্চ প্ৰদান কৰি সহায়ৰ হাত আগবঢ়াই উজনি অসম চেম্বাৰ অফ্ কমাৰ্চে ৷
01Jun, 2021
যোৰহাট জিলা প্ৰশাসনক
যোৱা কালি ক'ভিড ৰোগীসকলক অনা নিয়া কৰিবলৈ ১০ খন অটো এম্বুলেঞ্চ প্ৰদান কৰি সহায়ৰ হাত আগবঢ়াই উজনি অসম চেম্বাৰ অফ্ কমাৰ্চে ৷ যোৱা কালি জিলা উপায়ুক্ত কাৰ্যালয়ত ৰাজ্যসভাৰ মাননীয় সাংসদ কামাখ্যা প্ৰসাদ তাচা দেৱ আৰু যোৰহাটৰ মাননীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী দেৱে আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে বিনামূলীয়া সেৱাৰ অটো এম্বুলেঞ্চ কেইখন মুকলি কৰি দিয়ে ৷ সাংসদ গৰাকীয়ে জিলা প্ৰশাসনক ক'ভিড নিয়ন্ত্ৰন কৰাত সফল হৈছে বুলি মন্তব্য কৰে ৷ সকলোৱে মিলি লোৱা এনেধৰনৰ পদক্ষেপে জনসাধাৰণক উপকৃত কৰাৰ লগতে ক'ভিডৰ যুঁজখনত জয় লাভ কৰিব পাৰিব বুলি তেওঁ আশাবাদী ৷ ১০ জন চালককে তেওঁলোকৰ স্বাস্হ্যৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পি পি ই কিট,মাস্ক, চেনিটাইজাৰ আদি প্ৰদান কৰা হয় ৷ ইয়াৰোপৰি ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আজি জিলা প্ৰশাসনে দুয়োজন বিশিষ্ট ব্যক্তিৰ উপস্হিতিত www.covid19jorhat.in ৱেবছাইটটো মুকলি কৰে ৷
ৱেবছাইটটোত ক'ভিড সম্পৰ্কীয় যিকোনো তথ্য উপলব্ধ থকাৰ উপৰিও তাত উল্লেখিত ফোন নাম্বাৰ সমূহত ফোন কৰিব পাৰিব৷ অনুষ্ঠানত মাননীয় জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন দেৱৰ লগতে জিলা প্ৰশাসনৰ জেষ্ঠ্য বিষয়াসকল, চেম্বাৰ অফ্ কমাৰ্চৰ সভাপতি-সম্পাদক, উপ সভাপতি, অটো সন্হাৰ বিষয়ববীয়া সকল উপস্হিত থাকে৷
01 Jun, 2021গুৰুত্বপূৰ্ণ COVID19 টিকাকৰণৰ বাবে অন-চাইট পঞ্জীয়ন 18-44 বছৰ বয়সৰ গোট এতিয়া কেৱল চাহ বাগিচা অঞ্চলৰ বাবে হে খোলা হয়। ইয়াত শেহতীয়া নিৰ্দেশনাৰ মুখ্য আলোকপাতসমূহ
01 Jun, 2021
গুৰুত্বপূৰ্ণ
COVID19 টিকাকৰণৰ বাবে অন-চাইট পঞ্জীয়ন 18-44 বছৰ বয়সৰ গোট এতিয়া কেৱল চাহ বাগিচা অঞ্চলৰ বাবে হে খোলা হয়।
Subscribe to:
Comments (Atom)
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...