Monday, 31 May 2021

কেনছাৰৰ মূল কাৰক ধপাত ৷

 31 May, 2021


ধপাত" ধপাত দুটা ভাগত বিভক্ত কৰা হৈছে ৷ ধোঁৱা ওলোৱা আৰু নোলোৱা ধপাত ৷ বিড়ি; চিগাৰেট; চিগাৰ ; চিৰাট ; আদিৰ ধোঁৱা ওলায় ৷ আৰু গুটখা; জৰ্দা; পানমচলা ; বগা-কলা পাটচাদা ; তুলসী ; ৰজনীগন্ধা কমলাপচন আদি ধোঁৱা বিহীন ধপাত ৷ এই সমূহ আছলতে মানৱ শৰীৰৰ বাবে বৰবিহ ৷ ধপাত সেৱনকৰি বিশ্বত প্ৰতিবছৰে লক্ষাধিক লোকৰ মৃত্যু হয় ৷ কেনছাৰৰ মূল কাৰক ধপাত ৷


অসমত ২০০৭ চনত ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্রণ কোষ গঠন কৰা হয় ৷  আৰু আইন প্ৰণয়ন কৰি ধপাত সেৱনকাৰীৰ সংখ্যা ণিয়ণ্তনৰ ব্যৱস্থা কৰা হয় ৷ সোমবাৰে গোলাঘাটত ধপাত ণিয়ণ্তন কোষে ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্রণ দিৱস পালন কৰে ৷ জিলা সমল ব্যক্তি ডা° সুনীতা এক্কাৰ উদ্যোগত  গোলাঘাটৰ ক’ভীড-১৯ৰ এক প্ৰতিষেধক প্ৰদান চেণ্টাৰত ক’ভীড-১৯ নিয়ম মানি অনুস্থূপিয়াকৈ এই দিৱস পালন কৰি প্ৰতিষেধক গ্ৰহণৰ বাবে অহা লোকৰ মাজত প্ৰচাৰ প্ৰত্ৰিকা বিতৰণ কৰা হয় ৷ 


:::::কেমেৰাত বিশ্বজিত নাথৰ সৈতে প্ৰকাশ শৰ্মা গোলাঘাট  নৰ্থইষ্ট নিউজ ইণ্ডিয়া।

31 May, 2021Bed Available in Golaghat District

31 May, 2021

Bed Available in Golaghat District

31 May, 2021Golaghat Covid🦠 update

31 May, 2021

Golaghat Covid🦠 update

31 May, 2021List of beneficiaries of Pragyan Bharti Scheme of Govt of Assam

31 May, 2021

List of beneficiaries of Pragyan Bharti Scheme of Govt of Assam

31 May, 2021Distribution of Scooter under Pragyan Bharti Scheme of Govt of Assam

31 May, 2021

Distribution of Scooter under Pragyan Bharti Scheme of Govt of Assam

31 May, 2021ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক 01Jun 2021 কাইলৈ গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।NORTHEAST NEWS INDIA

31 May, 2021

ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক 01Jun 2021 কাইলৈ  গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।

NORTHEAST NEWS INDIA

31 May, 2021ধপাত ত্যাগ কৰাৰ বাবে সাহস, নিষ্ঠা আৰু প্ৰতিশ্ৰুতিৰ প্ৰয়োজন। ধপাতৰ বিৰুদ্ধে যুঁজৰ সৈতে সম্পৰ্কিত যিকোনো ধৰণৰ সহায়ৰ বাবে নিজ নিজ জিলা দলৰ সৈতে যোগাযোগ কৰক। World NoTobacco Day 2021

31 May, 2021

ধপাত ত্যাগ কৰাৰ বাবে সাহস, নিষ্ঠা আৰু প্ৰতিশ্ৰুতিৰ প্ৰয়োজন। ধপাতৰ বিৰুদ্ধে যুঁজৰ সৈতে সম্পৰ্কিত যিকোনো ধৰণৰ সহায়ৰ বাবে নিজ নিজ জিলা দলৰ সৈতে যোগাযোগ কৰক। 

World NoTobacco Day 2021

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...