01 Jun, 2021
Covid Update Assam
31 May, 2021
ধপাত" ধপাত দুটা ভাগত বিভক্ত কৰা হৈছে ৷ ধোঁৱা ওলোৱা আৰু নোলোৱা ধপাত ৷ বিড়ি; চিগাৰেট; চিগাৰ ; চিৰাট ; আদিৰ ধোঁৱা ওলায় ৷ আৰু গুটখা; জৰ্দা; পানমচলা ; বগা-কলা পাটচাদা ; তুলসী ; ৰজনীগন্ধা কমলাপচন আদি ধোঁৱা বিহীন ধপাত ৷ এই সমূহ আছলতে মানৱ শৰীৰৰ বাবে বৰবিহ ৷ ধপাত সেৱনকৰি বিশ্বত প্ৰতিবছৰে লক্ষাধিক লোকৰ মৃত্যু হয় ৷ কেনছাৰৰ মূল কাৰক ধপাত ৷
:::::কেমেৰাত বিশ্বজিত নাথৰ সৈতে প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থইষ্ট নিউজ ইণ্ডিয়া।