Sunday, 30 May 2021

কভীড ভাইৰাছৰ বাবেই ৰাজ্যখনৰ লগতে গোলাঘাটৰো গাডীৰ মালিক -চালক সকল বিপয্যৰ সন্মুখিন হৈছে ৷

 30 May, 2021


কভীড ভাইৰাছৰ বাবেই ৰাজ্যখনৰ লগতে গোলাঘাটৰো গাডীৰ মালিক -চালক সকল বিপয্যৰ সন্মুখিন হৈছে ৷


গোলাঘাটৰ ঊষা গৰঙাত তিনিআলিৰ বহু কেইজন ব্যক্তিয়ে গাড়ী ঋণত লৈ ভাড়া মাৰি নিজৰ পৰিয়াল পোহপাল দিয়াৰ লগতে আন পৰিয়ালকো সংস্থাপন দি আহিছে তেনে সময়তে ক'ভিড ১৯  প্ৰতি লক্ষ্য ৰাখি চৰকাৰে যি সন্ধ্যা আইন প্ৰনয় কৰি আহিছে তাৰ ফলত গাড়ী সমূহে ভাড়া নোপোৱা ফলত ঋণ পৰিশোধ কৰিবলৈ অসুবিধা সন্মুখীন হৈ । কাৰণ বৰ্তমান ফাইন্সেচ কোম্পানীয়ে ঋণ পৰিশোধ কৰিবলৈ ফোন কৰি আছে । কিন্তু বৰ্তমান উপাৰ্জনৰ পথ নথকা বাবে এই ঋণ পৰিশোধ কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। সেয়েহে বৰ্তমান সময়ত  ইয়াৰ পৰা চৰকাৰে এই কেইমাহ ৰেহাই দিবলৈ এই চালক  সকলে ৰেহাই কৰি দিবলৈ চৰকাৰক অনুৰোধ জনাইছে। ::


 ভিডিঅ জাৰ্নেলিষ্ট বিশ্বজিত নাথৰ সৈতে প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থইষ্ট  নিউজ ইণ্ডিয়া।

30 May, 2021Golaghat Covid🦠 update

30 May, 2021

Golaghat Covid🦠 update

30 May, 2021ক'ভিড ১৯ প্ৰতিষেধকপ্ৰশাসনে উক্ত স্হানসমূহত টিকাকৰণৰ ব্যৱস্হা কৰিছে৷ ইচ্ছুক ব্যক্তিয়ে এই সুবিধা গ্ৰহণ কৰিব পাৰিব৷ District Administration, Jorhat

30 May, 2021

ক'ভিড ১৯ প্ৰতিষেধক
প্ৰশাসনে  উক্ত স্হানসমূহত  টিকাকৰণৰ ব্যৱস্হা কৰিছে৷ ইচ্ছুক ব্যক্তিয়ে এই সুবিধা গ্ৰহণ কৰিব পাৰিব৷ 
District Administration, Jorhat

কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

30 May, 2021

কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
ক'ভিড-১৯ ৰ টীকাকৰণ অভিযানক জনআন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰ্থিক বৰঙণি আগবঢ়োৱা ব্যক্তি তথা অনুষ্ঠানৰ প্ৰতি।

30 May, 2021🦠 COVID-19 update in Dima Hasao District date 29-05-2021

30 May, 2021

🦠 COVID-19 update in 
Dima Hasao District date 29-05-2021

30 May, 2021Covid Update Assam Covid19 Assam and actions taken as on 29/05/2021.

30 May, 2021

Covid Update Assam  

Covid19 Assam and actions taken as on 29/05/2021.

Saturday, 29 May 2021

29 May, 20212021 চনৰ 30 মে তাৰিখে অসমৰ শোনিতপুৰত কোভিড টিকাকৰণ কেন্দ্ৰ। কাইলৈ 18+ টিকাকৰণ স্থান নাই।প্ৰেচণ্ট কোভাক্সিন ভেকছিনত মজুত নাই। উপলব্ধ হোৱাৰ লগে লগে টিকাকৰণ (কভাক্সিন) পুনৰ আৰম্ভ কৰা হ'ব।ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম উপায়ুক্ত, শোনিতপুৰ জনসংযোগ, শোণিতপুৰ

29 May, 2021

2021 চনৰ 30 মে তাৰিখে অসমৰ শোনিতপুৰত কোভিড টিকাকৰণ কেন্দ্ৰ। 
কাইলৈ 18+ টিকাকৰণ স্থান নাই।
প্ৰেচণ্ট কোভাক্সিন ভেকছিনত মজুত নাই। উপলব্ধ হোৱাৰ লগে লগে টিকাকৰণ (কভাক্সিন) পুনৰ আৰম্ভ কৰা হ'ব।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম 
উপায়ুক্ত, শোনিতপুৰ 
 জনসংযোগ, শোণিতপুৰ

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...