Saturday, 22 May 2021

গোলাঘাট জিলাৰ উপায়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া শ্ৰী মানৱেন্দ্ৰ প্ৰতাপ সিং ডাঙৰীয়াই যোৱা নিশা গোলাঘাট ক'ভিড চিকিৎসালয় পৰিদৰ্শন কৰে ।

22 May, 2021

গোলাঘাট জিলাৰ উপায়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া শ্ৰী মানৱেন্দ্ৰ প্ৰতাপ সিং ডাঙৰীয়াই যোৱা নিশা গোলাঘাট ক'ভিড চিকিৎসালয় পৰিদৰ্শন কৰে । তেওঁ চিকিৎসালয়খনত ক'ভিড ৰোগীৰ বাবে থকা সা-সুবিধা আৰু বিভিন্ন দিশ পৰ্যবেক্ষন কৰাৰ লগতে পৰিস্থিতিৰ বুজ লয় ।

ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া মানৱেন্দ্ৰ প্ৰতাপ সিং ডাঙৰীয়াই যোৱাকালি গোলাঘাট জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে ।

22 May, 2021

ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া মানৱেন্দ্ৰ প্ৰতাপ সিং ডাঙৰীয়াই যোৱাকালি গোলাঘাট জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে । অসম অসামৰিক সেৱাৰ বিষয়া তথা জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰীৰ পৰা শ্ৰী সিঙে দায়িত্বভাৰ গ্ৰহণ কৰে । কাৰ্যভাৰ গ্ৰহণৰ পাছতে তেওঁ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে জিলাখনৰ সাম্প্ৰতিক ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে ।

22 May, 2021Covid Update Assam Covid19 Assam and actions taken as on 21/05/2021.

22 May, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 21/05/2021.

Friday, 21 May 2021

ফৰকাটিংত ভাং ; ড্ৰাগছ জব্দ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ ৷

 21 May, 2021


ফৰকাটিংত ভাং ; ড্ৰাগছ জব্দ 

দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ ৷



 গোলাঘাট ২১ মে’

...গোলাঘাটত মাৰাত্মক ভাৱে বৃদ্ধি পাইছে নিষিদ্ধ ড্ৰাগছ, ভাং আদিৰ বেহা। শুক্ৰবাৰে গোলাঘাটৰ ফৰকাটিং আৰক্ষীয়ে অভিযান চলাই এজন ড্ৰাগছ পেডলাৰ আৰু এজন ভাং সৰহবৰাহকাৰীক আটক কৰে।আজি ফৰকাটিং তিনিআলিত ফৰকাটিংআৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই চলোৱা অভিযানত গোলাঘাটৰ মিচন চাৰিআলিৰ আবিদ আলিৰ পৰা ৫ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰাৰ বিপৰীতে গোলাঘাটৰ গাড়ীগাঁৱৰ অনিল বৰা নামৰ লোকজনৰ পৰা 24 কি:গ্ৰাম ভাং জব্দ কৰে।গোলাঘাটৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক ডা:ৰবীন কুমাৰৰ নিৰ্দেশত এই অভিযান চলা বুলি ফৰকাটিঙৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে জানিবলৈ দিয়ে।ৰাইজে এনেধৰণৰ অভিযান নিয়মমাফিক নহৈ প্ৰকৃতাৰ্থত হোৱাৰ কামনা কৰিছে। 


প্ৰকাশ শৰ্মা গোলাঘাট  নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

উপায়ুক্তৰ কভিডৰ ওপৰত সংবাদমেল* Date :- 21/5/21

 


উপায়ুক্তৰ কভিডৰ ওপৰত সংবাদমেল* Date :- 21/5/21

21 May, 2021Golaghat Covid update

21 May, 2021

Golaghat Covid update

উপায়ুক্তৰ কভিডৰ ওপৰত সংবাদমেল* Date :- 21/5/21

21 May, 2021

*উপায়ুক্তৰ কভিডৰ ওপৰত সংবাদমেল* Date :- 21/5/21

## লখিমপুৰ জিলাত দ্ৰুত গতিত বাহিছে কভিড ১৯ৰ সংক্ৰমণ।

## লখিমপুৰ জিলাত বৰ্তমানলৈকে ৯৮৫ জন লোক কৰোনা মহামাৰীত আক্ৰান্ত হৈ আছে।

## আনহাতে বৰ্তমানলৈকে  ২৭ জনৰ এই ৰোগত মৃত্যু হৈছে। 

## জিলা খনৰ বিভিন্ন বিদ্যালয় আৰু স্বাস্থ্য কেন্দ্র সমুহত ৪৫ বছৰৰ আৰু ১৮ বছৰৰ উদ্ধৰ লোকক প্ৰতিষধক প্ৰদান কৰি থকা হৈছে।

## আজি লখিমপুৰ জিলা উপায়ুক্তৰ সভাগৃহত জিলা উপায়ুক্তৰে এখন সংবাদমেল অনুস্থিত হয়।

## এই সংবাদমেলত নতুনকৈ বদলি হৈ অহা জিলা উপায়ুক্ত সুমিত চতোৱানে জিলাখনৰ  কভিডৰ ওপৰত ওপৰত আলোকপাত কৰি কয় যে জিলখনত অস্কিজেন আৰু আই চি ইউৰ লৈ সমস্যাৰ সৃষ্টি হোৱা নাই আৰু এই ক্ষেত্ৰত বিশেষ মনোনিবেশ কৰা হৈছে।

## তেখেতে লগতে কয় যে আন্তঃ জিলা পৰিবহন আৰু কভিড টেষ্টৰ দিহা কৰা হব পৰিষ্ঠিতিৰ ওপৰত লক্ষ্য ৰাখি।

## জিলা খনৰ নতুনকৈ স্থাপন কৰা লখিমপুৰ চিকিৎসা মহাবিদ্যালয় খনি সজ্জিত কৰি তোলা হৈছে কভিড চিকিৎসাৰ বাবে।

## সকলো সমস্যাৰ সৈতে মোকামিলা কৰিবলৈ জিলা প্ৰশাসন সষ্টম হৈ আছে বুলি মন্তব্য কৰে।

লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থইষ্ট নিউজ ইণ্ডিয়া

লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।

      লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।                                              মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...