Saturday, 22 May 2021

গোলাঘাট জিলাৰ উপায়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া শ্ৰী মানৱেন্দ্ৰ প্ৰতাপ সিং ডাঙৰীয়াই যোৱা নিশা গোলাঘাট ক'ভিড চিকিৎসালয় পৰিদৰ্শন কৰে ।

22 May, 2021

গোলাঘাট জিলাৰ উপায়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া শ্ৰী মানৱেন্দ্ৰ প্ৰতাপ সিং ডাঙৰীয়াই যোৱা নিশা গোলাঘাট ক'ভিড চিকিৎসালয় পৰিদৰ্শন কৰে । তেওঁ চিকিৎসালয়খনত ক'ভিড ৰোগীৰ বাবে থকা সা-সুবিধা আৰু বিভিন্ন দিশ পৰ্যবেক্ষন কৰাৰ লগতে পৰিস্থিতিৰ বুজ লয় ।

No comments:

Post a Comment

Welcome Northeast News India

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।