21 May, 2021
Friday, 21 May 2021
উপায়ুক্তৰ কভিডৰ ওপৰত সংবাদমেল* Date :- 21/5/21
21 May, 2021
*উপায়ুক্তৰ কভিডৰ ওপৰত সংবাদমেল* Date :- 21/5/21
## লখিমপুৰ জিলাত দ্ৰুত গতিত বাহিছে কভিড ১৯ৰ সংক্ৰমণ।
## লখিমপুৰ জিলাত বৰ্তমানলৈকে ৯৮৫ জন লোক কৰোনা মহামাৰীত আক্ৰান্ত হৈ আছে।
## আনহাতে বৰ্তমানলৈকে ২৭ জনৰ এই ৰোগত মৃত্যু হৈছে।
## জিলা খনৰ বিভিন্ন বিদ্যালয় আৰু স্বাস্থ্য কেন্দ্র সমুহত ৪৫ বছৰৰ আৰু ১৮ বছৰৰ উদ্ধৰ লোকক প্ৰতিষধক প্ৰদান কৰি থকা হৈছে।
## আজি লখিমপুৰ জিলা উপায়ুক্তৰ সভাগৃহত জিলা উপায়ুক্তৰে এখন সংবাদমেল অনুস্থিত হয়।
## এই সংবাদমেলত নতুনকৈ বদলি হৈ অহা জিলা উপায়ুক্ত সুমিত চতোৱানে জিলাখনৰ কভিডৰ ওপৰত ওপৰত আলোকপাত কৰি কয় যে জিলখনত অস্কিজেন আৰু আই চি ইউৰ লৈ সমস্যাৰ সৃষ্টি হোৱা নাই আৰু এই ক্ষেত্ৰত বিশেষ মনোনিবেশ কৰা হৈছে।
## তেখেতে লগতে কয় যে আন্তঃ জিলা পৰিবহন আৰু কভিড টেষ্টৰ দিহা কৰা হব পৰিষ্ঠিতিৰ ওপৰত লক্ষ্য ৰাখি।
## জিলা খনৰ নতুনকৈ স্থাপন কৰা লখিমপুৰ চিকিৎসা মহাবিদ্যালয় খনি সজ্জিত কৰি তোলা হৈছে কভিড চিকিৎসাৰ বাবে।
## সকলো সমস্যাৰ সৈতে মোকামিলা কৰিবলৈ জিলা প্ৰশাসন সষ্টম হৈ আছে বুলি মন্তব্য কৰে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থইষ্ট নিউজ ইণ্ডিয়া
Thursday, 20 May 2021
সমগ্ৰ ভাৰত বৰ্ষতে ত্ৰাসৰ সৃষ্টিকাৰি ক’ভীড-১৯ ভাইৰাছৰ প্ৰতিৰোধৰ বাবে দিনৰ ১১ বজাৰ পৰাই জনসূণ্য হৈ পৰে গোলাঘাট চহৰ ৷
20 May, 2021
গোলাঘাট জিলাত কভিড-১৯ প্ৰতিষেধক দিয়া হয় :: একলাখ চৌদ্ধহেজাৰ দুশ বাসত্তৰ (১.১৪; ১৭২)গৰাকীক ২৪ ঘন্টাত ১ জনৰ মৃত্যু
গোলাঘাট :২০ মে'
সমগ্ৰ ভাৰত বৰ্ষতে ত্ৰাসৰ সৃষ্টিকাৰি ক’ভীড-১৯ ভাইৰাছৰ প্ৰতিৰোধৰ বাবে দিনৰ ১১ বজাৰ পৰাই জনসূণ্য হৈ পৰে গোলাঘাট চহৰ ৷ প্ৰায় লক ডাউন সদৃশ সতৰ্কতাৰ বাবে গোলাঘাটত এই ভাইৰাছৰ প্ৰকোপ কিছূ কমিব ধৰিছে ৷ এই পয্যন্ত ১;১৪;২৭২ গৰাকীক চকাৰিভাবে প্ৰতিষেধক প্ৰদান কৰা হয় ৷ বৃহস্পতিবাৰে জিলাখনৰ বিভিন্ন ঠাইত১৮ ৰ পৰা৪৪ বছৰলৈকে ১১৫০গৰাকী আৰু ৪৫ বছৰ বয়সৰ উদ্ধৰ ২০১ গৰাকীক প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷ আনহাতে সেহতিয়াকৈ অনলাইন বুকিং কৰিবলৈ বোন্দাপৰ দিও সৰহসংখ্যকেই সফল নোহোৱাৰ অভিযোগ উঠিছে ৷ ৱেৱচাইট খুলিলেই ছেকেণ্ডৰ ভিতৰতে বুকিং সমাপ্ত হোৱাত যুৱক যুৱতী সকল বিমুখ হৈছে বুলি জানিবপৰা গৈছে ৷
গোলাঘাট জিলাত কভিড পৰিস্থিতিয়ে ক্ৰমাৎ উপসম হব ধৰিছে । জিলাখনত এতিয়া দৈনিক কভিড আক্ৰান্তৰ সংখ্যা কিছূ কম হোৱাৰ লগে লগে মৃত্যুৰ সংখ্যাও কমিব ধৰিছে । অন্যহাতে,আজিৰ তাৰিখত গোলাঘাট জিলাত নতুনকৈ ২১০ জনকৈ লোকৰ শৰীৰত কভিডৰ অবস্থিতি ধৰা পৰিছে । ইয়াৰ ভিতৰত অবশ্যে । আজি জিলাখনৰ বিভিন্ন স্থানত ২৯০০ গৰাকী লোকৰ ৰেপিড এন্টিজেন টেষ্ট আৰু ১৯১গৰাকীৰ আৰ টি পি চি আৰ পৰীক্ষা কৰা হয় ৷ বৃহস্পতিবাৰৰ মৃত্যুৰ সংখ্যা ১ । হোম আইছ’লোচনত ৬২৯ গৰাকী আৰু হস্পিতালত ১৭১ গৰাকীয়ে চিকিৎসা গ্ৰহণ কৰি আছে । ::
প্ৰকাশ শৰ্মা গোলাঘাট
NORTHEAST NEWS INDIA
Subscribe to:
Posts (Atom)
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...