Wednesday, 19 May 2021
উপলব্ধ হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পাঠ্যপুথি ৷
মাননীয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মাননীয় বিত্তমন্ত্ৰী শ্ৰী অজন্তা নেওগৰ উপস্থিতিত শিক্ষা বিভাগৰ কাম-কাজৰ সামগ্ৰিক পৰ্যালোচনা কৰি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিম্নোল্লিখিত নিৰ্দেশনাসমূহ প্ৰদান কৰে –
Tuesday, 18 May 2021
18 May, 2021 BREAKING NEWSক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৫ বছৰ বয়সৰ লোকসকলক কাইলৈ গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।NORTHEAST NEWS INDIA
গোলাঘাটত পুণৰ৷ কালান্তৰ ৰূপত ক’ভীড-১৯ৰ ভাইৰাছ পজিটিভ ৩০৮২গৰাকী ৷ মৃত্যু -১ :: জিলাৰ বাতৰি দিওতা গোলাঘাট ১৮ মে’
18 May, 2021
: গোলাঘাটত পুণৰ৷ কালান্তৰ ৰূপত ক’ভীড-১৯ৰ ভাইৰাছ পজিটিভ ৩০৮২গৰাকী ৷ মৃত্যু -১
:: জিলাৰ বাতৰি দিওতা গোলাঘাট ১৮ মে’
গোলাঘাট জিলাত ক্ৰমান্বয়ে ক’ভীড-১৯ পজিটিভৰ সংখ্যা পুণৰ বৃদ্ধি পাব ধৰিছে ৷ আজি ক’ভীড-১৯ ৰ পজিটিভৰ সংখ্যা ১৫৬ গৰাকী হয়গৈ ৷ মঙ্গলবাৰে ২৪৫৯গৰাকীক ৰেপিড আৰু ১২৩গৰাকীক আৰ টি পি চি আৰ টেষ্ট কৰাৰ অন্তত ১৫৬ গৰাকী পজিটিভ ৰোগী চিনাক্ত কৰা হয় ৷ অজি বোকাখাটৰ বালিজানৰ ৰোগী চুইট ৰহমান নামৰ ৪২ বছৰ বয়সৰ লোকজনক উন্নত চিকিৎসাৰ বাবে গোলাঘাটলৈ আনোতে বাটতে তেওঁৰ মৃত্যু হয় ৷ আনহাতে দ্বীতীয়টো ঢ়ৌৰ সময়ছোৱাৰ ভিতৰত সোমবাৰৰ মৃত্যুৰ সংখ্যা সৰ্বাধিক ৷ এই দিনটোত মৃত্যুৰ সংখ্যা ৮ গৰাকী সেই সকল হ’ল বোকাখাটৰ ৩নং দ’ গাঁৱৰ ঘনশ্যাম দাস(৪৪) গোলাঘাটৰ জ্যোতি নগৰৰ জয়া গগৈ (৪৮) ভোলাগুৰিৰ চলংপথাৰৰ ভাই চুতীয়া (৫০) ফৰকাটিংৰ দিলিপ দে’(৬৫) ; আপাৰ লাংঠাৰ ডিজু ঠাকুৰ(৭৯) : গোলাঘাটৰ বেঙেনাখোৱাৰ অনন্য মাধৱ
চলিহা(৪৭); মিছামৰাৰ নগেন গগৈ (৬১) আৰু গহপুৰৰ বিস্বনাথৰ বিপিন চন্দ্ৰ গঞাৰি (৫৬) দ্বীতীয়টো ঢ়ৌত প্ৰথমৰেপৰা আজি পয্যন্ত ৬৯৭৮১ গৰাকীক ৰেপিড টেষ্ট কৰা হয় ৷ মুঠ পজিটিভৰ সংখ্যা ৩০৮২ গৰাকী ৷ এক্টিভৰোগী ৯১৪ গৰাকী ৷ মুঠ মৃত্যুহোৱা লোকৰ সংখ্যা ৩১গৰাকী ৷ প্ৰশাসনে সাতটা এলেকা এক্টিভ কনটেণ্টমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে ৷ গোলাঘাটৰ ছহিদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অন্তৰ্গত ক’ভীডৰ পৰিস্থিতি সন্দৰ্ভত অধীক্ষক ডা° সুৰেন তামুলীয়ে এনেদৰে মন্তব্য কৰিলে ৷
:: ***************
প্ৰকাশ শৰ্মা গোলাঘাট ৷
NORTHEAST NEWS INDIA
গোলাঘাটৰ জিলা উপায়ুক্তৰ পূজিঁৰ ১৪ লাখ ৮৯ হেজাৰ টকাৰে নিৰ্মাণকৰা যক্ষ্মাৰোগ নিয়ন্ত্রণ কেন্দ্ৰৰ ভৱনটো মঙ্গলবাৰে উপায়ুক্ত বিভাষ চন্দ্ৰ মোডীয়ে আনুষ্ঠানিকভাবে উদোদ্ধন কৰে ৷
18 May, 2021
গোলাঘাটৰ জিলা উপায়ুক্তৰ পূজিঁৰ ১৪ লাখ ৮৯ হেজাৰ টকাৰে নিৰ্মাণকৰা যক্ষ্মাৰোগ নিয়ন্ত্রণ কেন্দ্ৰৰ ভৱনটো মঙ্গলবাৰে উপায়ুক্ত বিভাষ চন্দ্ৰ মোডীয়ে আনুষ্ঠানিকভাবে উদোদ্ধন কৰে ৷
জিলা যক্ষ্মাৰোগ নিয়ন্ত্রণৰ বিষয়া ডা°সুনিতা এক্কা ; জিলা স্বাস্থ্যবিভাগৰ যুটীয়া সঞ্চালক অৰুণচন্দ্ৰ মহন্ত আদিৰ উপস্থিত বিদায়ি উপায়ুক্ত মোডীয়ে ক’ভীড-১৯ প্ৰটোকল মানি ভৱনটো
উদোদ্ধনৰ পিছত
সাংবাদিকৰ আগত এনেদৰে
মন্তব্য কৰিলে ৷ ::
প্ৰকাশ শৰ্মা গোলাঘাট
NORTHEAST NEWS INDIA
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...