Tuesday, 18 May 2021

গোলাঘাটত পুণৰ৷ কালান্তৰ ৰূপত ক’ভীড-১৯ৰ ভাইৰাছ পজিটিভ ৩০৮২গৰাকী ৷ মৃত্যু -১ :: জিলাৰ বাতৰি দিওতা গোলাঘাট ১৮ মে’

 18 May, 2021


: গোলাঘাটত পুণৰ৷ কালান্তৰ ৰূপত  ক’ভীড-১৯ৰ ভাইৰাছ  পজিটিভ ৩০৮২গৰাকী ৷ মৃত্যু -১

:: জিলাৰ বাতৰি দিওতা গোলাঘাট ১৮ মে’




গোলাঘাট জিলাত  ক্ৰমান্বয়ে ক’ভীড-১৯ পজিটিভৰ সংখ্যা পুণৰ বৃদ্ধি পাব ধৰিছে ৷ আজি ক’ভীড-১৯ ৰ পজিটিভৰ সংখ্যা ১৫৬ গৰাকী হয়গৈ   ৷ মঙ্গলবাৰে ২৪৫৯গৰাকীক ৰেপিড আৰু ১২৩গৰাকীক আৰ টি পি চি আৰ টেষ্ট কৰাৰ অন্তত ১৫৬ গৰাকী পজিটিভ ৰোগী চিনাক্ত কৰা হয় ৷ অজি বোকাখাটৰ বালিজানৰ ৰোগী চুইট ৰহমান নামৰ ৪২ বছৰ বয়সৰ লোকজনক উন্নত চিকিৎসাৰ বাবে গোলাঘাটলৈ আনোতে বাটতে তেওঁৰ মৃত্যু হয় ৷ আনহাতে দ্বীতীয়টো ঢ়ৌৰ সময়ছোৱাৰ ভিতৰত সোমবাৰৰ মৃত্যুৰ সংখ্যা সৰ্বাধিক  ৷ এই দিনটোত মৃত্যুৰ সংখ্যা ৮ গৰাকী সেই সকল হ’ল বোকাখাটৰ ৩নং দ’ গাঁৱৰ ঘনশ্যাম দাস(৪৪) গোলাঘাটৰ জ্যোতি নগৰৰ জয়া গগৈ (৪৮) ভোলাগুৰিৰ চলংপথাৰৰ ভাই চুতীয়া (৫০) ফৰকাটিংৰ দিলিপ দে’(৬৫) ; আপাৰ লাংঠাৰ ডিজু ঠাকুৰ(৭৯) : গোলাঘাটৰ বেঙেনাখোৱাৰ অনন্য মাধৱ

 চলিহা(৪৭); মিছামৰাৰ নগেন গগৈ (৬১) আৰু গহপুৰৰ বিস্বনাথৰ বিপিন চন্দ্ৰ  গঞাৰি (৫৬)  দ্বীতীয়টো ঢ়ৌত প্ৰথমৰেপৰা আজি পয্যন্ত ৬৯৭৮১ গৰাকীক ৰেপিড টেষ্ট কৰা হয় ৷ মুঠ পজিটিভৰ সংখ্যা ৩০৮২ গৰাকী ৷ এক্টিভৰোগী ৯১৪ গৰাকী ৷ মুঠ মৃত্যুহোৱা লোকৰ সংখ্যা ৩১গৰাকী ৷ প্ৰশাসনে সাতটা এলেকা এক্টিভ কনটেণ্টমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে ৷  গোলাঘাটৰ ছহিদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অন্তৰ্গত ক’ভীডৰ পৰিস্থিতি সন্দৰ্ভত অধীক্ষক ডা° সুৰেন তামুলীয়ে এনেদৰে মন্তব্য কৰিলে ৷ 

:: ***************

প্ৰকাশ শৰ্মা গোলাঘাট ৷

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

সাধাৰণ জনগণে জনপ্ৰতিনিধি কেনেকৈ বাচনি কৰিব

সাধাৰণ জনগণে জনপ্ৰতিনিধি কেনেকৈ বাচনি কৰিব গণতান্ত্ৰিক সমাজত জনপ্ৰতিনিধি বাচনি কৰাৰ অধিকাৰ জনগণৰ হাততেই থাকে। এই অধিকাৰ সঠিকভাৱে ব্যৱহাৰ কৰ...