Tuesday, 18 May 2021

গোলাঘাটত পুণৰ৷ কালান্তৰ ৰূপত ক’ভীড-১৯ৰ ভাইৰাছ পজিটিভ ৩০৮২গৰাকী ৷ মৃত্যু -১ :: জিলাৰ বাতৰি দিওতা গোলাঘাট ১৮ মে’

 18 May, 2021


: গোলাঘাটত পুণৰ৷ কালান্তৰ ৰূপত  ক’ভীড-১৯ৰ ভাইৰাছ  পজিটিভ ৩০৮২গৰাকী ৷ মৃত্যু -১

:: জিলাৰ বাতৰি দিওতা গোলাঘাট ১৮ মে’




গোলাঘাট জিলাত  ক্ৰমান্বয়ে ক’ভীড-১৯ পজিটিভৰ সংখ্যা পুণৰ বৃদ্ধি পাব ধৰিছে ৷ আজি ক’ভীড-১৯ ৰ পজিটিভৰ সংখ্যা ১৫৬ গৰাকী হয়গৈ   ৷ মঙ্গলবাৰে ২৪৫৯গৰাকীক ৰেপিড আৰু ১২৩গৰাকীক আৰ টি পি চি আৰ টেষ্ট কৰাৰ অন্তত ১৫৬ গৰাকী পজিটিভ ৰোগী চিনাক্ত কৰা হয় ৷ অজি বোকাখাটৰ বালিজানৰ ৰোগী চুইট ৰহমান নামৰ ৪২ বছৰ বয়সৰ লোকজনক উন্নত চিকিৎসাৰ বাবে গোলাঘাটলৈ আনোতে বাটতে তেওঁৰ মৃত্যু হয় ৷ আনহাতে দ্বীতীয়টো ঢ়ৌৰ সময়ছোৱাৰ ভিতৰত সোমবাৰৰ মৃত্যুৰ সংখ্যা সৰ্বাধিক  ৷ এই দিনটোত মৃত্যুৰ সংখ্যা ৮ গৰাকী সেই সকল হ’ল বোকাখাটৰ ৩নং দ’ গাঁৱৰ ঘনশ্যাম দাস(৪৪) গোলাঘাটৰ জ্যোতি নগৰৰ জয়া গগৈ (৪৮) ভোলাগুৰিৰ চলংপথাৰৰ ভাই চুতীয়া (৫০) ফৰকাটিংৰ দিলিপ দে’(৬৫) ; আপাৰ লাংঠাৰ ডিজু ঠাকুৰ(৭৯) : গোলাঘাটৰ বেঙেনাখোৱাৰ অনন্য মাধৱ

 চলিহা(৪৭); মিছামৰাৰ নগেন গগৈ (৬১) আৰু গহপুৰৰ বিস্বনাথৰ বিপিন চন্দ্ৰ  গঞাৰি (৫৬)  দ্বীতীয়টো ঢ়ৌত প্ৰথমৰেপৰা আজি পয্যন্ত ৬৯৭৮১ গৰাকীক ৰেপিড টেষ্ট কৰা হয় ৷ মুঠ পজিটিভৰ সংখ্যা ৩০৮২ গৰাকী ৷ এক্টিভৰোগী ৯১৪ গৰাকী ৷ মুঠ মৃত্যুহোৱা লোকৰ সংখ্যা ৩১গৰাকী ৷ প্ৰশাসনে সাতটা এলেকা এক্টিভ কনটেণ্টমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে ৷  গোলাঘাটৰ ছহিদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অন্তৰ্গত ক’ভীডৰ পৰিস্থিতি সন্দৰ্ভত অধীক্ষক ডা° সুৰেন তামুলীয়ে এনেদৰে মন্তব্য কৰিলে ৷ 

:: ***************

প্ৰকাশ শৰ্মা গোলাঘাট ৷

NORTHEAST NEWS INDIA

গোলাঘাটৰ জিলা উপায়ুক্তৰ পূজিঁৰ ১৪ লাখ ৮৯ হেজাৰ টকাৰে নিৰ্মাণকৰা যক্ষ্মাৰোগ নিয়ন্ত্রণ কেন্দ্ৰৰ ভৱনটো মঙ্গলবাৰে উপায়ুক্ত বিভাষ চন্দ্ৰ মোডীয়ে আনুষ্ঠানিকভাবে উদোদ্ধন কৰে ৷

 18 May, 2021


গোলাঘাটৰ জিলা উপায়ুক্তৰ পূজিঁৰ ১৪ লাখ ৮৯ হেজাৰ টকাৰে নিৰ্মাণকৰা যক্ষ্মাৰোগ নিয়ন্ত্রণ কেন্দ্ৰৰ ভৱনটো মঙ্গলবাৰে উপায়ুক্ত বিভাষ চন্দ্ৰ মোডীয়ে আনুষ্ঠানিকভাবে উদোদ্ধন কৰে ৷


জিলা যক্ষ্মাৰোগ  নিয়ন্ত্রণৰ বিষয়া ডা°সুনিতা এক্কা ; জিলা স্বাস্থ্যবিভাগৰ যুটীয়া সঞ্চালক অৰুণচন্দ্ৰ মহন্ত আদিৰ উপস্থিত বিদায়ি উপায়ুক্ত মোডীয়ে ক’ভীড-১৯ প্ৰটোকল মানি ভৱনটো

 উদোদ্ধনৰ পিছত

 সাংবাদিকৰ আগত এনেদৰে

 মন্তব্য কৰিলে ৷ :: 


প্ৰকাশ শৰ্মা গোলাঘাট

NORTHEAST NEWS INDIA

18 May, 2021Golaghat Covid update

18 May, 2021
Golaghat Covid update

18 May, 2021যোৰহাট জিলা প্ৰশাসনৰ 17 মে, 2021 তাৰিখে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য তালিকা।

18 May, 2021

যোৰহাট জিলা প্ৰশাসনৰ 17 মে, 2021 তাৰিখে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য তালিকা।

18 May, 2021যোৰহাট জিলা প্ৰশাসনে নিম্নলিখিত দোকানবোৰক, টাউনত 3 .m ব্যাসাৰ্ধৰ ভিতৰত ঘৰে ঘৰে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰাৰ অনুমতি প্ৰদান কৰিছে।

18 May, 2021

যোৰহাট জিলা প্ৰশাসনে নিম্নলিখিত দোকানবোৰক, 
টাউনত 3 .m ব্যাসাৰ্ধৰ ভিতৰত ঘৰে ঘৰে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰাৰ অনুমতি প্ৰদান কৰিছে।

Important Press Release Order।

18 May, 2021

Important 
Press Release Order।
21 মে, 2021 তাৰিখৰ পুৱা 5 বজাৰ পৰা 15 দিনৰ বাবে আন জিলালৈ অহা-যোৱা কৰা  আৰু আন্তঃজিলা পৰিবহণ সেৱা স্থগিত ৰখা  সন্দৰ্ভত  অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ-এএছডিএমএ-ৰ দ্বাৰা জাৰী কৰা  হৈছে।

18 May, 2021Covid Update Assam Covid19 Assam and actions taken as on 17/05/2021.

18 May, 2021

Covid Update Assam 
Covid19 Assam and actions taken as on 17/05/2021.

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...