Friday, 14 May 2021

শংকিত নহ'ব, সতৰ্ক হওক । ক'ভিডৰ লক্ষণ দেখা পালেই পৰীক্ষা কৰাওক ।

14 May, 2021

সমগ্র দেশতে ক'ভিডৰ দ্বিতীয়টো ঢৌত এই ৰোগত আক্ৰান্ত হৈয়ো সহস্ৰাধিক লোক সুস্থ হৈ উঠিছে ।

 শংকিত নহ'ব, সতৰ্ক হওক । ক'ভিডৰ লক্ষণ দেখা পালেই পৰীক্ষা কৰাওক । 

 সন্মিলিতভাৱে এই ৰোগৰ বিৰুদ্ধে থিয় দিওঁ আহক । 

ক'ভিড মানেই মৃত্যু নহয় ।

NORTHEAST NEWS INDIA

বোকাখাতৰ নুমলীগড় চাহ বাগিচাক কন্টেইনমেণ্ট জ'ন ঘোষণা

14 May, 2021

BREAKING NEWS

প্ৰেছ বিজ্ঞপ্তি নং : ৭৩/২০২১

বোকাখাতৰ নুমলীগড় চাহ বাগিচাক কন্টেইনমেণ্ট জ'ন ঘোষণা
গোলাঘাট, ১৪ মে' : গোলাঘাট জিলাৰ বোকাখাতৰ নুমলীগড় চাহ বাগিচাত ৭২ জন লোকৰ দেহত ক'ভিডৰ সংক্ৰমণ ধৰা পৰাত ইয়াৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে বাগিচাখনৰ দুটা লাইন কন্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে । কন্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা চাহ বাগিচাখনৰ বৰ লাইন আৰু ৫ নং লাইন এলেকাক ইয়াৰ অধীনত সামৰি লোৱা হৈছে । বৰ লাইনৰ উত্তৰে ফেক্টৰী অফিচ, দক্ষিণে বিষ্ণু মন্দিৰ, পূবে ধনশিৰী নদী আৰু পশ্চিমে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ অঞ্চলক এই কন্টেইনমেণ্ট জ'নৰ সীমা হিচাপে নিৰ্ধাৰণ কৰা হৈছে । আনহাতে ৫ নং লাইনৰ উত্তৰ আৰু দক্ষিণে চাহ বাগিচা, পূবে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু পশ্চিমে চাহ বাগিচা এলেকা ইয়াৰ সীমা হ'ব । সমগ্ৰ অঞ্চলটোত অকৰ্তৃত্বশীলভাৱে কোনো লোকৰ প্ৰৱেশ-প্ৰস্থান আৰু আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । উল্লেখযোগ্য যে ইয়াকে লৈ জিলাখনত কন্টেইনমেণ্ট জ'নৰ সংখ্যা ৬টালৈ বৃদ্ধি পাইছে । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

Covid Update Assam

14 May, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 13/05/2021.

যিকোনো Covid19 সম্পৰ্কিত চিকিৎসা পৰামৰ্শৰ বাবে ,

14 May, 2021

ATTENTION...!!!

যিকোনো Covid19 সম্পৰ্কিত চিকিৎসা পৰামৰ্শৰ বাবে , 
ঘৰুৱা বিচ্ছিন্নতাৰ অধীনত আৰু অসমৰ লোকসকলৰ বাবে Covid ধনাত্মক ৰোগী।   eSanjeevani অ'পিডি এপৰ জৰিয়তে চিকিৎসকৰ সৈতে যোগাযোগ কৰক। সময়- পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ (সকলো দিন)। 

Assam Fights Corona

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...