Thursday, 13 May 2021
Wednesday, 12 May 2021
গোলাঘাটৰ বৰফলং চাহ বাগিচা আৰু সৰুপথাৰৰ ধৰ্মপুৰ গাঁৱক কণটেইনমেণ্ট জ'ন হিচাপে ঘোষণা
কাইলৈ গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।
বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি দেহাৱসান।
12 May, 2021
*BRAKING LAKHIMPUR* Date :- 12/5/21
## বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি দেহাৱসান।
## ৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে সাহিত্যিক গৰাকীয়ে।
## পুৱা ৬ বাজি ৫৮ মিনিটত GNRC ত ইহলীলা সম্বৰণ কৰে সাহিত্যিক গৰাকীয়ে।
## কিছুদিনৰ পূর্বে ক'ভিডত আক্ৰান্ত হৈ সুস্থ হৈ উঠিছিল ।
## কিন্তু যোৱা নিশা বিচনা পৰা ঢলি পৰিছিল সাহিত্যিক গৰাকী।
## লগে লগে চিকিৎসায়ত ভৰ্তি কৰা হয়।
## পুৱা ৬:৫৮ মিনিটত চিকিৎসায়তে মৃত্যু হয়।
## হোমেন বৰগোহাঞি একেধাৰে সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ আছিল।
## ১৯৩২ চনত লখিমপুৰ জিলা ঢকুৱাখনাত জন্ম গ্ৰহণ কৰিছিল হোমেন বৰগোহাঞিয়ে।
## ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থ খনৰ বাবেই অসমীয়া ভাষাত সাহিত্যি একাডেমি বটাঁ লাভ কৰিছিল।
## তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি লখিমপুৰৰ মঙ্গলবোধ জাগৰণ কেন্দ্ৰৰ সমোহ সদস্যই এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
Byte :-
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।
লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে। মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...