Monday, 10 May 2021

শুভেচ্ছাৰে

10 May, 2021

অসমৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী মাননীয় ডঃ হিমন্ত বিশ্ব শৰ্মাদেৱলৈ যাচিলোঁ আন্তৰিক অভিনন্দন শুভকামনা। তেখেতৰ বলিষ্ঠ কৰ্মোদ্যমে আৰু নেতৃত্বত   অসমক দেশৰ ভিতৰতে এখনি অগ্ৰণী ৰাজ্য হিচাবে প্ৰতিষ্ঠিত কৰাৰ দিশত আগবঢ়াই নিব।

শুভেচ্ছাৰে

নৰ্থইষ্ট নিউজ ইণ্ডিয়া।

Covid Update Assam

10 May, 2021

Covid Update Assam 
Covid19 and actions taken as on 09/05/2021.

Sunday, 9 May 2021

Golaghat Covid update

09 May, 2021

Golaghat Covid update

কাইলৈ গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।

09 May, 2021

 BREAKING NEWS

ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক কাইলৈ  গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।
NORTHEAST NEWS INDIA

Covid Update Assam

09 May, 2021

Covid Update Assam 
Covid19 Assam and actions taken as on 08/05/2021.

NHM Assam আৰু ৰাজ্যিক স্বাস্থ্য বিভাগৰ বাবে প্ৰফুল্ল সাফল্য।

09 May, 2021

এম.পি.এফ.চি. গোলাঘাট, ভাগ্যপুৰ; ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ দ্বাৰা ৰাষ্ট্ৰীয় Quality নিশ্চয়তা প্ৰমাণপত্ৰৰ অধীনত অসামৰিক চিকিৎসালয় মঙ্গলদৈ আৰু বিপিএইচচি কাথিটোলি, নগাঁওক 'চৰ্তসাপেক্ষে গুণগত মানদণ্ড প্ৰমাণপত্ৰ'ৰে পুৰস্কৃত কৰা হৈছে।
NHM Assam আৰু ৰাজ্যিক স্বাস্থ্য বিভাগৰ বাবে প্ৰফুল্ল সাফল্য। গোটেই দলটোক প্ৰশংসা।

NORTHEAST NEWS INDIA

মাতৃ দিৱসৰ আন্তৰিক শুভেচ্ছা

09  May, 2021

আজি পবিত্র দিনত সকলো মাতৃ তথা পিতৃ সকললৈ মাতৃ দিৱসৰ আন্তৰিক শুভেচ্ছা তথা অভিন্দন জ্ঞাপন জনালো। 
 
শুভেচ্ছাৰে

NORTHEAST NEWS INDIA

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।