Sunday, 4 April 2021

ৰঙালী উৎসৱ ও বাণিজ্য মেলা আয়োজন

 04 April, 2021


গোলাঘাট সমন্বয় ক্ষেএত শ্ৰীমন্ত শংকৰদেৱ ফাউণ্ডেচনৰ উদ্যোগত ৪ ৰ পৰা ১৯ এপ্ৰিল ২০২১ তাৰিখলৈকে ১৬ দিনিয়া কাৰ্য্যসূচীৰে ৰঙালী উৎসৱ ও বাণিজ্য মেলা আয়োজন


কৰা হৈছে।

 

গোলাঘাটৰ পৰা সঞ্জীৱ কুমাৰ প্ৰজাপতি নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

আৰম্ভ হৈছে বহাগৰ বতৰ ৷

 04 April, 2021


আৰম্ভ হৈছে বহাগৰ বতৰ ৷



আৰম্ভ হৈছে বহাগৰ বতৰ ৷ বসন্তৰ বলিয়া বতাহে মন উতলাকৰে ডেকা গাভৰুৰ কুলিৰ শুৱলামাত ; বিৰিখৰ কুহীপাতে আনে বহাগৰ বতৰা ৷ ৰাজ্যখনৰ লগতে গোলাঘাটৰ বিভিন্ন প্ৰান্তত প্ৰস্তুতি চলিছে ৰঙালীক

 আদৰাৰ ৷ গোলাঘাটৰ নামচুঙীয়া গাঁৱৰ দিলীপ শইকীয়াই ইতিমধ্যে নিজেসজা ঢ়োল ; পেপা ; বাহীঁ ; গগণা ; আনন্দলহৰী ; ডটৰা ; সুতুলী ;চেৰেণ্ডা ; টকা ; কাকৈফনী আদি অসমৰ বিভিন্ন ঠাইৰ বিপনীলৈ বিক্ৰীৰ বাবে প্ৰেৰণ কৰিছে ৷ বিশেষকৈ তেওঁ নতু সুৰ দিবপৰা দুটাকৈঃ বাদ্যযন্ত্ৰ সাজি উলিওৱা এল ডি ভী আৰু মোহিনী পেপাঁই বিশেষ সমাদৰ লাভ কৰিছে  ৷ 


প্ৰকাশ শৰ্মা,আৰু  কল্পনা ফুকনৰ ৰিপৰ্ট  নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

04 April, 2021Covid Update Assam

04 April, 2021

Covid Update Assam 
Covid19 Assam and actions taken as on 03/04/2021.

NORTHEAST NEWS INDIA

Saturday, 3 April 2021

সত্য,শুদ্ধ আৰু যোগাত্মক বাৰ্তাবোৰ সমাজখনলৈ আগবঢ়াই দিয়াতোৱে আমাৰ প্ৰধান লক্ষ্য।

03 April, 2021

সত্য,শুদ্ধ আৰু যোগাত্মক বাৰ্তাবোৰ সমাজখনলৈ আগবঢ়াই দিয়াতোৱে আমাৰ প্ৰধান লক্ষ্য। 

পৃথিবী দেশ তথা ৰাজ্য এখন সকলো দিশৰ পৰা সুন্দৰ সব্বাঙ্গীন  সুন্দৰ ভাবমূর্তি সাস্কৃতিকবাণ আচাৰ আচৰণ শ্ৰদ্ধা ভক্তি আদি সমাজ খনলৈ আগবঢ়াই দিবলৈ সংবাদ মাধ্যমৰ বহোত কৰণীয় থাকে। লগতে দেশৰ প্ৰতেকজন নাগৰিকৰ দায়িত্ব আৰু কতব্য থাকে। 

তেতিয়াহে এখন সুস্থ সুন্দৰ সব্বাঙ্গীন দেশ ৰাজ্য বা সমাজ আশা কৰিৱ পাৰি। 

এই দিশত নৰ্থইষ্ট নিউজ ইণ্ডিয়া সদায় আগ্ৰহী। 

সেই নিমিত্তে নৰ্থইষ্ট নিউজ ইণ্ডিয়া ই সকলো ৰাজ্য তথা জিলাৰ পৰা নিস্বাৰ্থ ভাবে কাম কৰা কোনো আগ্ৰহী ব্যক্তিয়ে আপোনালোকৰ অঞ্চলৰপৰা সচাঁ বাৰ্তা সমাজখনৰ কোনো খতি নকৰা বাতৰি আমাৰ নিউজ চেনেলৰ জৰিয়তে প্ৰচাৰ কৰিৱ পাৰিব। 
 আমালৈ পঠাব পাৰিৱ। 

NORTHEAST NEWS INDIA

যোগাযোগ :- Email - northeastnewsindia@gmail.com

WhatsApp - 9859593814

03 April, 2021 BREAKING NEWSPAN-আধাৰ লিংককৰাৰ সময়সীমা বৃদ্ধি কৰা হৈছে:

03 April, 2021
 
BREAKING NEWS

PAN-আধাৰ লিংককৰাৰ সময়সীমা বৃদ্ধি কৰা হৈছে: লিংক কৰিবলৈ এই দস্তাবেজসমূহ  এছএমএছ ফৰ্মেট, নম্বৰ চাওক

চৰকাৰে পেন কাৰ্ডক আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰাৰ সময়সীমা ৩০ জুনলৈ বৃদ্ধি কৰিছে। কৰদাতাসকলৰ  সকাহ প্ৰদান কৰাৰ বাবে,  আগতে, এই দুটা নথিপত্ৰ লিংক কৰাৰ তাৰিখ আছিল ৩১ মাৰ্চ।

 COVID-19 ৰ ঘটনা বৃদ্ধি আৰু ইয়াৰ ফলত লোকসকলে সন্মুখীন হোৱা অসুবিধাৰ পিছত ভাৰতত এই সিদ্ধান্ত লোৱা হৈছিল, আয়কৰ বিভাগে এটা টুইটত কয়। 
"কেন্দ্ৰীয় চৰকাৰে COVID-19 মহামাৰীৰ ফলত উদ্ভৱ হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আধাৰ নম্বৰটো পেনৰ সৈতে 31 মাৰ্চ 2021 ৰ পৰা 30 জুন 2021লৈ সম্প্ৰসাৰণ কৰাৰ অন্তিম তাৰিখ বৃদ্ধি কৰে।

এই সম্প্ৰসাৰণক এই দস্তাবেজবোৰ লিংক কৰাৰ পৰা আঁতৰি যোৱাৰ উপায় হিচাপে ল'ব নালাগে কিয়নো ইয়াৰ সৈতে জৰিমনা থাকিব আৰু পেন কাৰ্ডো অক্ষম হ'ব পাৰে। জৰিমনা হৈছে ১০,০০০ টকা।

এটা স্থায়ী একাউণ্ট নম্বৰ (PAN) হৈছে এক দহ টা আখৰৰ বৰ্ণসাংখ্যিক চিনাক্তকাৰী যাক আয়কৰ বিভাগে সকলো কৰদাতাক জাৰী কৰে আৰু একাধিক বিত্তীয় কাৰ্যকলাপ কৰা প্ৰয়োজন। এইটো এটা গুৰুত্বপূৰ্ণ পৰিচয় প্ৰমাণ।

ইয়াৰ উপৰিও, এজন ব্যৱহাৰকাৰীয়ে কেৱল এটা এছএমএছ প্ৰেৰণ কৰি পেনক অনলাইনআধাৰৰ সৈতে লিংক কৰিব পাৰে। আধাৰৰ সৈতে PAN লিংক কৰিবলৈ, আপুনি আপোনাৰ পঞ্জীভুক্ত ম'বাইল নম্বৰৰ জৰিয়তে 567678 বা 56161 লৈ এটা এছএমএছ প্ৰেৰণ কৰিব লাগিব। পাঠ বাৰ্তাত, কেৱল টাইপ কৰক, 'UIDAIPAN (12 সংখ্যাৰ আধাৰ নম্বৰ) স্থান (10 সংখ্যাৰ PAN নম্বৰ)। উদাহৰণ স্বৰূপে: UIDPAN 300123456789 AADR0124U

NORTHEAST NEWS INDIA

03 April, 2021Covid Update Assam

03 April, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 02/04/2021.

NORTHEAST NEWS INDIA

Friday, 2 April 2021

02 April, 2021BREAKING NEWSCovid Update Assam

02 April, 2021

BREAKING NEWS

Covid Update Assam  

Covid19 Assam and actions taken as on 01/04/2021.

NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...