Tuesday, 30 March 2021
Monday, 29 March 2021
লখিমপুৰ ফাকুৱা* Date :- 29/3/21
29 March, 2021
*লখিমপুৰ ফাকুৱা* Date :- 29/3/21
## আজি ৰংৰ উৎসৱ ফাকুৱা।
## দেশজুৰি পালন কৰা হৈছে এই উৎসৱ ৷
## লখিমপুৰৰ বিভিন্ন ঠাইত ইজনে সিজনক ফাকুসানি পালন কৰিলে এই উৎসৱ ৷
## আবিৰৰ ৰঙেৰে ৰঙীন কৰি আনন্দত মতলীয়া হৈ পৰিছে লখিমপুৰৰ আকাশ বতাহ ৷
## আনহাতে এই উৎসৱ জৰিয়তে সমাজৰ অপায় অমংগল দূৰ হোৱাৰ লগতে দুস্কৃতিকাৰী নাশ হোৱাৰো আশা কৰিছে ১১০ নং নাওবৈচা সমষ্টি NCP দলৰ মনোনীত প্ৰাৰ্থী দীপক শইকীয়াই।
Byte :- দীপক শইকীয়া
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
লখিমপুৰ বনৰীয়া হাতী* Date :- 29/3/21
29 March, 2021
*লখিমপুৰ বনৰীয়া হাতী* Date :- 29/3/21
## লখিমপুৰ জিলা চাউলধোৱাৰ কাটৰি চাপৰিত বনৰীয়া হাতীৰ উপদ্ৰৱ।
## হাতীয়ে অনিষ্ট কৰিলে বহুতৰে ঘৰ।
## বহুকেইটা ঘৰ ভাঙিছে অনিয়ন্ত্ৰিত হাতীটোৱে।
## লখিমপুৰ জিলাৰ পথালিপাম বনখণ্ডৰ কাৰ্যালয়ৰ অন্তৰ্গত কাটৰি চাপৰি হাজং বৰগাঁৱত আজি পুৱাৰে পৰা বনৰীয়া হাতীটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰিছে।
## ওপায় নাপায় ৰাইজে ঘৰ দুৱাৰ এৰি ৰাষ্ট্ৰাত অৱস্থান কৰিবলৈ বাধ্য হৈছে।
## লখিমপুৰ জিলাৰ বনৰক্ষীয়ে পহৰা দি হাতীটোক।
## বৰ্তমানলৈকে হাতীটোক জংঘললৈ খেদি পথিয়াবলৈ সক্ষম হোৱা নাই বন বিভাগে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
আজি ৰংৰ উৎসৱ ফাকুৱা দেশজুৰি পালন কৰা হৈছে এই উৎসৱ ৷
29 March, 2021
আজি ৰংৰ উৎসৱ ফাকুৱা দেশজুৰি পালন কৰা হৈছে এই উৎসৱ ৷
গোলাঘাটৰো বিভিন্ন ঠাইৰ লগতে নতুন আমোলাপট্টিৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে ইজনে সিজনক ফাকুসানি পালন কৰিলে এই উৎসৱ ৷ আবিৰৰ ৰঙেৰে ৰঙীন কৰি আনন্দত মত্তহৈছে ৰাইজ :
গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা ৰিপৰ্ত ৷
নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া তৰফৰ পৰা সকলো দেশ বাসিলৈ ৰংৰ উৎসৱ ফাকুৱাৰ আন্তৰিক শুভকামনা জ্ঞাপন জনালো।
আগন্তঁক আহি থকা দিন বোৰত এনেদৰে সকলো জাতি ধৰ্ম মিলি একতাৰ ভাতৃত্ববোধ ধৰি ৰাখে তাৰে কামনাৰে।
নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Sunday, 28 March 2021
28 March, 2021 BREAKING NEWS
28 March, 2021
BREAKING NEWS
No local holiday for tomorrow has been declared by the District Administration of Golaghat
News Desk Report
NORTHEAST NEWS INDIA
গোলাঘাট নিৰ্বাচন জিলাত প্ৰায় ৮০% ভোটদানগোলাঘাটত ৭৮.০২শতাংশ আৰু খুমটাইত ৮১.৯২শতাংশ ভোটগোলাঘাটত মহিলা ভোটদাতাৰ সংখ্যা অধিকপ্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীক কৃতজ্ঞতা আৰু অভিনন্দন উপায়ুক্তৰ
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
30 January, 2021 *লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21 ## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...