Friday, 12 March 2021
খুমটাই চাৰিআলিত ষ্টেটিক ছাৰ্ভিলেন্স দলৰ দ্বাৰা ১.২০ লাখ টকা জব্দ
গোলাঘাট নিৰ্বাচন জিলাত ১,৪৬৫ গৰাকী বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাই দিব পষ্টেল বেলটযোগে ভোট১৮ আৰু ১৯ মাৰ্চত ঘৰে ঘৰে গৈ সংগ্ৰহ কৰা হ'ব পষ্টেল বেলট
गोलाघाट निर्वाचन जिले के लिए व्यय पर्यवेक्षक चुनाव व्यय से संबंधित शिकायतों के लिए सीधे संपर्क की अपील करता है
গোলাঘাট নিৰ্বাচন জিলাত নিৰ্বাচনী ব্যয় সম্পৰ্কীয় অভিযোগৰ বাবে পোনপটীয়াকৈ যোগাযোগৰ আহ্বান ব্যয় পৰ্যবেক্ষকৰ
Thursday, 11 March 2021
11 March, 2021 আজি শ্ৰী শ্ৰী শিবৰাত্ৰি ৷ গোলাঘাটৰো বিভিন্ন স্থানত শিবথান সমুহত ভক্তৰ লানী নিচিঙা স্ৰোত বৈছে ৷ মহাদেৱ শিৱৰ ভক্তি অৰ্চনাত ব্যস্ত ভক্তগণ ৷ : চাও আহক গোলাঘাটৰ পাঁচআলি ; বেঙেনাখোৱা আলুপট্টি আৰু বাটাচাৰ্কোলৰ দৃশ্য :: প্ৰকাশ শৰ্মাৰ প্ৰতিবেদন ৷ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
11 March, 2021
আজি শ্ৰী শ্ৰী শিবৰাত্ৰি ৷ গোলাঘাটৰো বিভিন্ন স্থানত শিবথান সমুহত ভক্তৰ লানী নিচিঙা স্ৰোত বৈছে ৷ মহাদেৱ শিৱৰ ভক্তি অৰ্চনাত ব্যস্ত ভক্তগণ ৷ : চাও আহক গোলাঘাটৰ পাঁচআলি ; বেঙেনাখোৱা আলুপট্টি আৰু বাটাচাৰ্কোলৰ দৃশ্য ::
প্ৰকাশ শৰ্মাৰ প্ৰতিবেদন ৷
নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
गोलाघाट निर्वाचन जिले में मतदाता सेल्फी ज़ोन के साथ चुनाव शुभंकर टीखर और चुतिबाई को लॉन्च किया गया
কবি সন্মিলন উত্তৰ লখিমপুৰ শাখাৰ তৃতীয় প্ৰতিষ্ঠা দিৱস
11 March, 2021
*কবি সন্মিলন উত্তৰ লখিমপুৰ শাখাৰ তৃতীয় প্ৰতিষ্ঠা দিৱস
* Date :- 11/3/21
## কবিতাক মানুহৰ পৰমতম সম্পদ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস সদৌ অসম কবি সন্মিলন উত্তৰ লখিমপুৰ শাখাই যোৱা তিনিটা বছৰে কৰি আহিছে ।
## বুধবাৰে বিয়লি মঙ্গলময় পত্ৰিকাৰ কাৰ্য্যলয়ত সদৌ অসম কবি সন্মিলন উত্তৰ লখিমপুৰ শাখাৰ তৃতীয় প্ৰতিষ্ঠা দিৱস উৎযাপন কৰা হয়।
## বিশিষ্ট চিকিৎসক তথা কবি ডা: জগদীশ গোস্বামীয়ে সভাপতিত্ব কৰা এই সভাত আদৰণি ভাষণ প্ৰদান কৰে সদৌ অসম কবি সন্মিলনৰ উত্তৰ লখিমপুৰ শাখাৰ সম্পাদক তথা বিশিষ্ট কবি পংকজ সভাপণ্ডিতে।
## প্ৰায় একুৰি কবিৰ কবিতা পাঠে এই প্ৰতিষ্ঠা দিৱস টি এক অনন্য মাদকতা প্ৰদান কৰে।
## প্ৰতিষ্ঠা দিৱস উপলক্ষে কবি পংকজ সভাপণ্ডিতে এই সভাত উপস্থিত থকা সকলোকে কবি প্ৰণৱ কুমাৰ বৰ্মনৰ "সন্দিকৈ কলেজৰ তুমি সাগৰিকা" নামৰ কবিতা পুথি উপহাৰ হিচাপে প্ৰদান কৰে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...