Thursday, 4 February 2021

সামাজিক যি কোনো অনুষ্ঠান বিয়া, সভাহ, সকাম আদি। সুন্দৰ পদ্ধতিৰে ৰন্ধন আহাৰ পস্তোত কৰি আলহীক আপ্যায়ন কৰাব বিচাৰে যদি আৰু লগতে আলহীক আপ্যায়ন কৰাৰ বাবে যদি সহযোগী আবশ্যক হয়। যোগাযোগ কৰিব পাৰে। বজেন হালৈ যোগাযোগ :- গোলাঘাট জ্যোতি নগৰ, কমাচ্ কলেজৰ সমীপত দোৰভাষ নং :- ৯৪৩৫২৪৭১১৫ /94352 47115

 সামাজিক যি কোনো অনুষ্ঠান বিয়া, সভাহ, সকাম আদি। সুন্দৰ পদ্ধতিৰে ৰন্ধন আহাৰ পস্তোত কৰি আলহীক আপ্যায়ন কৰাব বিচাৰে যদি আৰু লগতে  আলহীক আপ্যায়ন কৰাৰ বাবে যদি সহযোগী আবশ্যক হয়। যোগাযোগ কৰিব পাৰে।


বজেন হালৈ  

যোগাযোগ :- গোলাঘাট জ্যোতি নগৰ, কমাচ্ কলেজৰ সমীপত 

দোৰভাষ নং :-  ৯৪৩৫২৪৭১১৫ /94352 47115





04 February, 2021 *NCC সজাগতা কেম্প* Date :- 4/2/21 ## ৰাষ্ট্ৰীয় কেডেট কৰ ৰ ৭২ নং আসাম গাৰ্লচ কোম্পানীৰ ৯৬ গৰাকী কেডাৰক লৈ লখিমপুৰ জিলাৰ চাবতি মহিলা উদ্যোগী প্ৰশিক্ষণ কেন্দ্ৰত যোৱা ১ ফেব্ৰুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ ৫দিনীয়া কৰ্মশালা অনুস্থিত কৰা হয়। ## আজি পুৱা এক সজাগতাৰ সমদল উলিওৱা হয়। ## স্বচ্ছতা, পৰিবহন নিয়ম মানি চলা আদি শ্লগানেৰে উলিওৱা এই সমদলত কেডেট সকলে ৰাষ্ট্ৰীয় কেডেট কৰৰ কায্যালয়ৰ পৰা চাবতিলৈ মহিলা উদ্যোগী প্ৰশিক্ষণ কেন্দ্ৰলৈ যায়। ## বিয়লি চাবতি মহিলা উদ্যোগী প্ৰশিক্ষণ কেন্দ্ৰত এখন সভা অনুস্থিত কৰা হয়। ## এই সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকে ১৩১ নং চাটাৰ ৰেজিমেণ্ট co অভিশেষ শৰ্মা লগতে ৭২ নং আসাম গাৰ্লচ কোম্পানীৰ অফিচাৰ কামানন্দেন্ট কৰ্নেল জচবীৰ সিং চীমা, চুবেদাৰ দশৰথ ভাই উপস্থিত থাকে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 04 February, 2021


*NCC সজাগতা কেম্প* Date :- 4/2/21


## ৰাষ্ট্ৰীয় কেডেট কৰ ৰ ৭২ নং আসাম গাৰ্লচ কোম্পানীৰ ৯৬ গৰাকী কেডাৰক লৈ লখিমপুৰ জিলাৰ চাবতি মহিলা উদ্যোগী প্ৰশিক্ষণ কেন্দ্ৰত যোৱা ১ ফেব্ৰুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ ৫দিনীয়া কৰ্মশালা অনুস্থিত কৰা হয়।


## আজি পুৱা এক সজাগতাৰ সমদল উলিওৱা হয়।


## স্বচ্ছতা, পৰিবহন নিয়ম মানি চলা আদি শ্লগানেৰে উলিওৱা এই সমদলত কেডেট সকলে ৰাষ্ট্ৰীয় কেডেট কৰৰ কায্যালয়ৰ পৰা চাবতিলৈ মহিলা উদ্যোগী প্ৰশিক্ষণ কেন্দ্ৰলৈ যায়।


## বিয়লি চাবতি মহিলা উদ্যোগী প্ৰশিক্ষণ কেন্দ্ৰত  এখন সভা অনুস্থিত কৰা হয়।


## এই সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকে ১৩১ নং চাটাৰ ৰেজিমেণ্ট co অভিশেষ শৰ্মা লগতে ৭২ নং আসাম গাৰ্লচ কোম্পানীৰ অফিচাৰ কামানন্দেন্ট 

কৰ্নেল জচবীৰ সিং চীমা, চুবেদাৰ দশৰথ ভাই উপস্থিত থাকে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


04 February, 2021 *লখিমপুৰ ক্ৰিকেট প্ৰতিযোগিতা* Date :- 24/12/2020 ## লখিমপুৰ জিলাৰ বৃহত চৰাইমৰীয়া কমলাবৰীয়া ক্ৰিকেট ক্লাবৰ উদ্যোগত দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা ৫ ফেব্ৰুৱাৰী শুক্ৰবাৰৰ পৰা আৰম্ভ হব। ## ইতিমধ্যে প্ৰস্তোতি প্ৰায় সমাপ্ত হৈছে ৷ ## অহা শুক্ৰবাৰৰ পৰা আৰম্ভ হবলগীয়া মুকলি প্ৰাইজমনী ক্ৰিকেট প্ৰতিযোগিতাৰ চুৰান্ত খেল খনি দেওবাৰে অনুষ্টিত হব। ## এই ক্ৰিকেট প্ৰতিযোগিতা খনি লখিমপুৰ ফোকনহাট চৰাইমৰীয়া খেল পথাৰত আনুষ্ঠিত হব। ## অসমৰ বিভিন্ন ঠাই পৰা দলে অংশ গ্ৰহণ কৰে এই প্ৰতিযোগিতা খনিত। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 04 February, 2021


*লখিমপুৰ ক্ৰিকেট প্ৰতিযোগিতা* Date :- 24/12/2020


## লখিমপুৰ জিলাৰ বৃহত চৰাইমৰীয়া কমলাবৰীয়া ক্ৰিকেট ক্লাবৰ উদ্যোগত দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা ৫ ফেব্ৰুৱাৰী শুক্ৰবাৰৰ পৰা আৰম্ভ হব।


## ইতিমধ্যে প্ৰস্তোতি প্ৰায় সমাপ্ত হৈছে ৷


## অহা শুক্ৰবাৰৰ পৰা আৰম্ভ হবলগীয়া মুকলি প্ৰাইজমনী ক্ৰিকেট প্ৰতিযোগিতাৰ চুৰান্ত খেল খনি দেওবাৰে অনুষ্টিত হব।


## এই ক্ৰিকেট প্ৰতিযোগিতা খনি লখিমপুৰ ফোকনহাট চৰাইমৰীয়া খেল পথাৰত আনুষ্ঠিত হব।


## অসমৰ বিভিন্ন ঠাই পৰা দলে অংশ গ্ৰহণ কৰে এই প্ৰতিযোগিতা খনিত।



লখিমপুৰৰ পৰা ৰাহান  আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Wednesday, 3 February 2021

03 February, 2021 *লখিমপুৰৰ জোঁৰ সমদল* Date :- 3/2/21 ## অসম চাহ জনজাতি ছাত্ৰ সন্থা নাওবৈচা শাখা সমিতি আৰু হাৰমতী উপ শাখা সমিতি সহযোগত এক প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰা হয়। ## বুধবাৰে সন্ধিয়া হাৰমতী বজাৰত অসম চাহ জনজাতি ছাত্ৰ সন্থা সদস্য সকলে মুল চাৰিটা দাবী আগত লৈ বাহিৰ কৰে এই জোঁৰ সমদল। ## তেওলোকৰ দাবীসমূহ হল , চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰা, দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ জনগোষ্ঠীৰ লোকসকলক মাটি পট্টা প্ৰদান কৰা, বাগিছা অঞ্চলসমূহত প্ৰাথমিক শিক্ষা ব্যৱস্থা কৰা ইত্যাদি। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 03 February, 2021


*লখিমপুৰৰ জোঁৰ সমদল* Date :- 3/2/21


## অসম চাহ জনজাতি ছাত্ৰ সন্থা নাওবৈচা শাখা সমিতি আৰু হাৰমতী উপ শাখা সমিতি সহযোগত এক প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰা হয়।


## বুধবাৰে সন্ধিয়া হাৰমতী বজাৰত অসম চাহ জনজাতি ছাত্ৰ সন্থা সদস্য সকলে মুল চাৰিটা দাবী আগত লৈ বাহিৰ কৰে এই জোঁৰ সমদল।


## তেওলোকৰ দাবীসমূহ হল , চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰা, দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ জনগোষ্ঠীৰ লোকসকলক মাটি পট্টা প্ৰদান কৰা, বাগিছা অঞ্চলসমূহত প্ৰাথমিক শিক্ষা ব্যৱস্থা কৰা ইত্যাদি।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


03 February, 2021 *লখিমপুৰ প্ৰতিবাদ* Date :- 3/2/21 ## ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতি আহ্বানত বিদুৎ খণ্ডৰ ব্যক্তিগতকৰণৰ বিৰোদ্ধে আজি দেশজোৰা বিদুৎ কৰ্মচাৰী আৰু অভিযন্তা ধৰ্মঘট পালন কৰা হয়। ## উত্তৰ লখিমপুৰ মণ্ডলতো পুৱা ৬ বজাৰ পৰা ২৪ ঘন্টা বাবে সকলো বিভাগীয় কাম কাজ বন্ধ কৰি কাৰ্যালয়ৰ সন্মুখত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ## বিদুৎ খণ্ড ব্যক্তিগতকৰণ কৰাৰ, নতুন পেঞ্চন নীতি বন্ধ কৰা, শ্রমিক বিৰোদ্ধি নীতি লগতে কৃষি আইন আদি কেইবাটাও চৰকাৰী নীতি বিৰোদ্ধিতাৰে ২৪ ঘন্টীয়া এই ধৰ্মঘট কাৰ্যসূচী পালন কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 03 February, 2021



*লখিমপুৰ প্ৰতিবাদ* Date :- 3/2/21


## ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতি আহ্বানত বিদুৎ খণ্ডৰ ব্যক্তিগতকৰণৰ বিৰোদ্ধে আজি দেশজোৰা বিদুৎ কৰ্মচাৰী আৰু অভিযন্তা ধৰ্মঘট পালন কৰা হয়।


## উত্তৰ লখিমপুৰ মণ্ডলতো পুৱা ৬ বজাৰ পৰা ২৪ ঘন্টা বাবে সকলো বিভাগীয় কাম কাজ বন্ধ কৰি কাৰ্যালয়ৰ সন্মুখত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।


## বিদুৎ খণ্ড ব্যক্তিগতকৰণ কৰাৰ, নতুন পেঞ্চন নীতি বন্ধ কৰা, শ্রমিক বিৰোদ্ধি নীতি লগতে কৃষি আইন আদি কেইবাটাও চৰকাৰী নীতি বিৰোদ্ধিতাৰে ২৪ ঘন্টীয়া এই ধৰ্মঘট কাৰ্যসূচী পালন কৰে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Tuesday, 2 February 2021

02 February, 2021 *NPP লখিমপুৰ কাৰ্যালয় উদ্বোধন* Date :- 2/2/21 ## ১১১ নং বিধান সভা সমষ্টিত আজি ৰাষ্ট্ৰীয় পিপোলচ পাৰ্টিৰ মূখ্য কাৰ্য্যালয় শুভ উদ্ধোধন কৰে। ## লখিমপুৰ জিলা নলকটাত অনুষ্ঠিত এই উদ্ধোধনী সভাখনিত সভাপতিত্ব কৰে লখিমপুৰ জিলা উপ সভাপতি মুক্তাৰ আহমেদে। ## সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে কেন্দ্ৰীয় সমিতি সম্পাদক ৰাজিৱ চৌধাৰী, হেলিম আলী, জিলা সভাপতি আজিজুল ইছলাম, জিলা উপ সভাপতি দীপক শইকীয়া লগতে বহুকেইজন ব্যক্তি। ## কেন্দ্ৰীয় সমিতিয়ে জনোৱা মতে ১১১ নং বিধান সভা সমষ্টিৰ প্ৰাৰ্থী তালিকাত দীপক শইকীয়া নাম পথোৱা হৈছে বুলিও কয়। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 02 February, 2021


*NPP লখিমপুৰ কাৰ্যালয় উদ্বোধন* Date :- 2/2/21


## ১১১ নং বিধান সভা সমষ্টিত আজি ৰাষ্ট্ৰীয় পিপোলচ পাৰ্টিৰ মূখ্য কাৰ্য্যালয় শুভ উদ্ধোধন কৰে।


## লখিমপুৰ জিলা নলকটাত অনুষ্ঠিত এই উদ্ধোধনী সভাখনিত সভাপতিত্ব কৰে লখিমপুৰ জিলা উপ সভাপতি মুক্তাৰ আহমেদে।


## সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে কেন্দ্ৰীয় সমিতি সম্পাদক ৰাজিৱ চৌধাৰী, হেলিম আলী, জিলা সভাপতি আজিজুল ইছলাম, জিলা উপ সভাপতি দীপক শইকীয়া লগতে বহুকেইজন ব্যক্তি।


## কেন্দ্ৰীয় সমিতিয়ে জনোৱা মতে ১১১ নং বিধান সভা সমষ্টিৰ প্ৰাৰ্থী তালিকাত দীপক শইকীয়া নাম পথোৱা হৈছে বুলিও কয়।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


02 February, 2021 অসমৰ ৰাজনীতিত বিশেষ চৰ্চাত আছে গোলাঘাট সমষ্টি।ন-বিজেপি অজন্তা নেওগে আৰক্ষী প্ৰশাসন লৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰখাৰ সময়তে বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰয়াসী বিতোপন শইকীয়াই গোলাঘাট বিধানসভা সমষ্টিত অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান।ন-বিজেপি অজন্তা নেওগে নিৰ্বাচনী প্ৰচাৰ সমান্তৰাল ভাৱে বিজেপি নেতা বিতোপন শইকীয়াই বহু সমৰ্থক লৈ অব্যাহত ৰাখিছ নিৰ্বাচনী প্ৰচাৰ।সেই অনুসৰি মঙ্গলবাৰে গোলাঘাট সমষ্টিৰ সৰুপানী আৰু চিচুপানী গাঁও পঞ্চায়তত বিজেপি নেতা বিতোপন শইকীয়াই হেজাৰৰো অধিক ভোটাৰক লৈ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তোলাৰ বিপৰীতে ন-বিজেপি অজন্তা নেওগ প্ৰাৰ্থীত লাভ কৰাবুলি প্ৰচাৰ চলোৱাৰ বিপৰীতে বিজেপি নেতাৰ বিতোপন শইকীয়াৰ সমৰ্থকে অজন্তাৰ প্ৰাৰ্থীত বিৰোধিতা কৰি বিতোপন শইকীয়াৰ প্ৰাৰ্থীতৰ দাবী কৰি আহিছে। গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷

 02 February, 2021


অসমৰ ৰাজনীতিত বিশেষ চৰ্চাত আছে গোলাঘাট সমষ্টি।ন-বিজেপি অজন্তা নেওগে আৰক্ষী প্ৰশাসন লৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰখাৰ সময়তে বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰয়াসী বিতোপন শইকীয়াই গোলাঘাট বিধানসভা সমষ্টিত অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান।ন-বিজেপি অজন্তা নেওগে নিৰ্বাচনী প্ৰচাৰ সমান্তৰাল ভাৱে বিজেপি নেতা বিতোপন শইকীয়াই বহু সমৰ্থক লৈ অব্যাহত ৰাখিছ নিৰ্বাচনী প্ৰচাৰ।সেই অনুসৰি মঙ্গলবাৰে গোলাঘাট সমষ্টিৰ সৰুপানী আৰু চিচুপানী গাঁও পঞ্চায়তত বিজেপি নেতা  বিতোপন শইকীয়াই হেজাৰৰো অধিক ভোটাৰক লৈ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তোলাৰ বিপৰীতে ন-বিজেপি অজন্তা নেওগ প্ৰাৰ্থীত লাভ কৰাবুলি প্ৰচাৰ চলোৱাৰ বিপৰীতে বিজেপি নেতাৰ বিতোপন শইকীয়াৰ  সমৰ্থকে অজন্তাৰ প্ৰাৰ্থীত বিৰোধিতা কৰি বিতোপন শইকীয়াৰ প্ৰাৰ্থীতৰ দাবী কৰি আহিছে।


গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷


ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...