Saturday, 9 January 2021
09 January, 2021 *LAKHIMPUR AJYCP PROTEST* Date :- 9/1/21 ## লখিমপুৰত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গণ অৱস্থান কাৰ্য্যসূচী ৰূপায়ণ কৰে। ## অসমত আন্তৰাজ্যিক প্ৰ পত্ৰ প্ৰৱৰ্তনৰ লগতে CAA বাতিলৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লখিমপুৰ জিলা সমিতিয়ে LIC কার্য্যলয়ৰ সন্মুখত এই গণ অৱস্থানৰ কাৰ্য্যসূচী ৰূপায়ণ কৰে। ## আনহাতে আজি লখিমপুৰৈ মূখ্যমন্ত্ৰী আগমন। ## সেয়েহে এই গণ অৱস্থানৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যি পেণ্ডেল তৈয়াৰ কৰিছিল এই পেণ্ডেল ততকালে ভাঙি পেলোৱা হল। ## কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই গণ অৱস্থানৰ কায্যসুচী পালন কৰিলেই। ## এই গণ অৱস্থান স্থলিৰ পৰা চৰকাৰলৈ সকীয়নী কা বাতিল কৰিবয়ে লাগিব। ## আনহাতে লখিমপুৰ জিলা প্ৰশাসনক সকীয়াই দিয়ে যে আন্দোলন মোখিমূৰ কৰিবলৈ যাতে এনেকৈ পেণ্ডেল নাভাঙে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
09 January, 2021
*LAKHIMPUR AJYCP PROTEST* Date :- 9/1/21
## লখিমপুৰত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গণ অৱস্থান কাৰ্য্যসূচী ৰূপায়ণ কৰে।
## অসমত আন্তৰাজ্যিক প্ৰ পত্ৰ প্ৰৱৰ্তনৰ লগতে CAA বাতিলৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লখিমপুৰ জিলা সমিতিয়ে LIC কার্য্যলয়ৰ সন্মুখত এই গণ অৱস্থানৰ কাৰ্য্যসূচী ৰূপায়ণ কৰে।
## আনহাতে আজি লখিমপুৰৈ মূখ্যমন্ত্ৰী আগমন।
## সেয়েহে এই গণ অৱস্থানৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যি পেণ্ডেল তৈয়াৰ কৰিছিল এই পেণ্ডেল ততকালে ভাঙি পেলোৱা হল।
## কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই গণ অৱস্থানৰ কায্যসুচী পালন কৰিলেই।
## এই গণ অৱস্থান স্থলিৰ পৰা চৰকাৰলৈ সকীয়নী কা বাতিল কৰিবয়ে লাগিব।
## আনহাতে লখিমপুৰ জিলা প্ৰশাসনক সকীয়াই দিয়ে যে আন্দোলন মোখিমূৰ কৰিবলৈ যাতে এনেকৈ পেণ্ডেল নাভাঙে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Friday, 8 January 2021
08 January, 2021 *হস্ততাঁত বস্ত্ৰশিল্প লখিমপুৰ* Date :- 8/1/21 ## লখিমপুৰ জিলা বগলীজান আৰু চাবতী হেণ্ডলোম ক্লাষ্টাৰ হস্ততাঁত প্ৰদৰ্শনী ও মেলা। ## সহকাৰী সঞ্চালক হস্ততাঁত আৰু বস্ত্ৰশিল্প কাৰ্য্যালয়ৰ প্ৰাঙ্গণত যোৱা ৫ তাৰিখৰ পৰা ৯ তাৰিখলৈ চলি থকা এই বস্ত্ৰমেলাত প্ৰায় ২০ খন বিপনিয়ে অংশ গ্ৰহণ কৰে। ## প্ৰতেক দিনাই সন্ধিয়ালৈ সাস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। ## বৃহস্পতিবাৰে নিশাও সাজ পাৰ প্ৰদৰ্শন কৰাৰ লগতে স্থানীয় শিল্পী বহু জনে গীত পৰিবেশন কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
08 January, 2021
*হস্ততাঁত বস্ত্ৰশিল্প লখিমপুৰ* Date :- 8/1/21
## লখিমপুৰ জিলা বগলীজান আৰু চাবতী হেণ্ডলোম ক্লাষ্টাৰ হস্ততাঁত প্ৰদৰ্শনী ও মেলা।
## সহকাৰী সঞ্চালক হস্ততাঁত আৰু বস্ত্ৰশিল্প কাৰ্য্যালয়ৰ প্ৰাঙ্গণত যোৱা ৫ তাৰিখৰ পৰা ৯ তাৰিখলৈ চলি থকা এই বস্ত্ৰমেলাত প্ৰায় ২০ খন বিপনিয়ে অংশ গ্ৰহণ কৰে।
## প্ৰতেক দিনাই সন্ধিয়ালৈ সাস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়।
## বৃহস্পতিবাৰে নিশাও সাজ পাৰ প্ৰদৰ্শন কৰাৰ লগতে স্থানীয় শিল্পী বহু জনে গীত পৰিবেশন কৰে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Thursday, 7 January 2021
07 January, 2021 এইবাৰ গোলাঘাটৰ বিজেপিত চলিছে অজন্তা হটাও বিজেপি বচাও অভিযান ৰ সময়ৰ কংগ্ৰেছী মন্ত্রী অজন্তা নেওগে গেৰুৱা বসন পিন্ধাৰ পিছৰেপৰা বিজেপি দলত উমি উমি জ্বলিওঠা জুইকুৰা বৃহস্পতিবাৰে হঠাতে জ্বলী উঠিল। গোলাঘাটৰ বিজেপি কাৰ্যালয়ত বৃহস্পতিবাৰে উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । বিজেপিৰ জিলা সমিতি আৰু বিজেপি তৃণমূল কৰ্মীৰ মাজত উত্তাল পৰিৱেশ। অজন্তা নেওগ হাতাও ধ্বনিৰে উত্তাল বিজেপি কাৰ্যালয়। গোলাঘাট বি জে পি কাৰ্য্যালয়ত এখন বৈঠক অনুষ্ঠিত হোৱাৰ পিছতে তৃনমূল কৰ্মী সকলে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ। কৰ্মী সকলে এসময়ৰ কংগ্ৰেছৰ প্ৰভাৱ শালী মন্ত্ৰী তথা বৰ্তমানৰ বিজেপিৰ নেত্ৰী অজন্তা হাতাও, বিজেপি বাচাও ধ্বনি দিয়াৰ লগতে ভৱিষ্যতে অজন্তাক গোলাঘাটৰ পৰা বিধান সভাৰ প্ৰাৰ্থীত্ব নিদিবলৈ দাবী জনাই। ভাৰতীয় জনতা পাৰ্টীৰ হৈ গোলাঘাটত বি জে পিৰ টিকট বিতুপন শইকীয়াকে দিব লাগিব বুলি উত্তাল কৰিছে তৃণমূল কৰ্মী সকলে। কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷
07 January, 2021
এইবাৰ গোলাঘাটৰ বিজেপিত চলিছে অজন্তা হটাও বিজেপি বচাও অভিযান ৰ
সময়ৰ কংগ্ৰেছী মন্ত্রী অজন্তা নেওগে গেৰুৱা বসন পিন্ধাৰ পিছৰেপৰা বিজেপি দলত উমি উমি জ্বলিওঠা জুইকুৰা বৃহস্পতিবাৰে হঠাতে জ্বলী উঠিল।
গোলাঘাটৰ বিজেপি কাৰ্যালয়ত বৃহস্পতিবাৰে উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । বিজেপিৰ জিলা সমিতি আৰু বিজেপি তৃণমূল কৰ্মীৰ মাজত উত্তাল পৰিৱেশ। অজন্তা নেওগ হাতাও ধ্বনিৰে উত্তাল বিজেপি কাৰ্যালয়। গোলাঘাট বি জে পি কাৰ্য্যালয়ত এখন বৈঠক অনুষ্ঠিত হোৱাৰ পিছতে তৃনমূল কৰ্মী সকলে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ। কৰ্মী সকলে এসময়ৰ কংগ্ৰেছৰ প্ৰভাৱ শালী মন্ত্ৰী তথা বৰ্তমানৰ বিজেপিৰ নেত্ৰী অজন্তা হাতাও, বিজেপি বাচাও ধ্বনি দিয়াৰ লগতে ভৱিষ্যতে অজন্তাক গোলাঘাটৰ পৰা বিধান সভাৰ প্ৰাৰ্থীত্ব নিদিবলৈ দাবী জনাই। ভাৰতীয় জনতা পাৰ্টীৰ হৈ গোলাঘাটত বি জে পিৰ টিকট বিতুপন শইকীয়াকে দিব লাগিব বুলি উত্তাল
কৰিছে তৃণমূল কৰ্মী সকলে।
কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷
07 January, 2021 দেৰগাঁৱত এক ভয়াবহ দুৰ্ঘটনা ৷ দেৰগাঁও শান্তিপুৰত গৰু কঢ়িয়াই আনা এখন ৭০৯ মালবাহী ট্ৰাক বৃহস্পতিবাৰে পুৱা দুৰ্ঘটনাত পতিত হয় ৷ দুৰ্ঘটনাটোত ৮টা গৰু থিতাতে মৃত্যু হয় আৰু তিনিজন ব্যক্তি গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় ৷আহত ব্যক্তি কেইজনক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ গৰু কেইটা দেৰগাঁও থানৰ যানবাহন আৰক্ষী বিষয়া অতুল হাজৰিকাৰ তৎপৰতাত জেচিবি লগাই পুতি পেলোৱা হয় ৷গাড়ী খনৰ নম্বৰ AS01 LC9268 ৷গাড়ী খন তিনিচুকীয়াৰ পৰা নগাঁৱৰ দিশে আহি আছিল ৷ কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷
07 January, 2021
দেৰগাঁৱত এক ভয়াবহ দুৰ্ঘটনা ৷
দেৰগাঁও শান্তিপুৰত গৰু কঢ়িয়াই আনা এখন ৭০৯ মালবাহী ট্ৰাক বৃহস্পতিবাৰে পুৱা দুৰ্ঘটনাত পতিত হয় ৷ দুৰ্ঘটনাটোত ৮টা গৰু থিতাতে মৃত্যু হয় আৰু তিনিজন ব্যক্তি গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় ৷আহত ব্যক্তি কেইজনক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ গৰু কেইটা দেৰগাঁও থানৰ যানবাহন আৰক্ষী বিষয়া অতুল হাজৰিকাৰ তৎপৰতাত জেচিবি লগাই পুতি পেলোৱা হয় ৷গাড়ী খনৰ নম্বৰ AS01 LC9268 ৷গাড়ী খন তিনিচুকীয়াৰ পৰা নগাঁৱৰ দিশে আহি আছিল ৷
কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷
07 January, 2021 *লখিমপুৰত আছু প্ৰতিবাদ* Date :- 7/1/21 ## জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন - ২০১৯ বাতিলৰ দাবীত আজিও অব্যাহত প্ৰতিবাদ। ## অসমৰ বিভিন্ন প্ৰান্তত আজিও অব্যাহত আছে দল সংগঠনৰ প্ৰতিবাদ। ## সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই আজি নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আছু শ্বহীদ বেদী পৰা নগৰৰ মাজেৰে জোঁৰ সমদল কৰি পুনৰ আছু কাৰ্যালয়ৰ সন্মূখত সমাপ্ত কৰে। ## সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থা দাবী যি কোনো বিনিময়ত এই আইন চৰকাৰে বাতিল কৰিব লাগিব। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
07 January, 2021
*লখিমপুৰত আছু প্ৰতিবাদ* Date :- 7/1/21
## জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন - ২০১৯ বাতিলৰ দাবীত আজিও অব্যাহত প্ৰতিবাদ।
## অসমৰ বিভিন্ন প্ৰান্তত আজিও অব্যাহত আছে দল সংগঠনৰ প্ৰতিবাদ।
## সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই আজি নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আছু শ্বহীদ বেদী পৰা নগৰৰ মাজেৰে জোঁৰ সমদল কৰি পুনৰ আছু কাৰ্যালয়ৰ সন্মূখত সমাপ্ত কৰে।
## সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থা দাবী যি কোনো বিনিময়ত এই আইন চৰকাৰে বাতিল কৰিব লাগিব।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
পৃথিৱীৰ ধংশ সমাগত
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
03 December, 2020 GOLAGHAT SUKAFA DIVAS চ্যুকাফা দিবস l চ্যুকাফা দিবস উপলক্ষে বুধবাৰে গোলাঘাট নগৰৰ মাজমজিয়া স্থিত চ্যুকাফা ক্ষেত্ৰত চ্যু...
-
30 November, 2020 সময়ৰ নিৰ্মম সত্য উপলব্ধি কৰো আহক... # উচ্চ শিক্ষিত আৰু কম শিক্ষিতৰ কোনো পাৰ্থক্য নাথাকে চল্লিশ বছৰ বয়সত । উচ্চ শিক্ষিত জন...
-
08 December, 2020 কৃষক আন্দোলনৰ নামত আজি ঘোষণা কৰা হ’ল ভাৰত বন্ধ ৷ কিন্ত আজিৰ বন্ধদিনা দুখিয়া ভোকাতুৰৰ ওচৰত উপস্থিত হ"ল এজন সমাজকৰ্মী ...