Wednesday, 6 January 2021
06 January, 2021 *লখিমপুৰ সজাগতা অভিযান* Date :- 6/1/21 ## মানৱ অধিকাৰ সংগ্ৰাম সমিতি লখিমপুৰ জিলা সমিতিয়ে ১৯ চনৰ পৰাই ধাৰাবাহিক ভাবে ভেজাল আৰু নকল খাদ্য সামগ্ৰী বিৰোদ্ধে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। ## বৰ্তমানেও কিন্তু লখিমপুৰ জিলাত ভেজাল আৰু নকল খাদ্য সামগ্ৰী বিক্ৰী কৰি আহিছে এচাম অসাধু ব্যৱসায়ী য়ে। ## এতিৱাও মানৱ অধিকাৰ সংগ্ৰাম সমিতি লখিমপুৰ জিলা সমিতিয়ে সপ্তাহ যোৰা সজাগতাৰ অভিযান পালন কৰি ৰাইজক সজাগ আৰু সচেতনত হবলৈ অনুৰোধ জনোৱাৰ লগতে চৰকাৰলৈ দাবী জনাই যে এই অসাধু ব্যৱসায়ী সকলৰ ব্যৱসায়ী অনুগ্যা প্ৰত্ৰ অনতিপলমে বাতিল কৰিব লাগে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
06 January, 2021
*লখিমপুৰ সজাগতা অভিযান* Date :- 6/1/21
## মানৱ অধিকাৰ সংগ্ৰাম সমিতি লখিমপুৰ জিলা সমিতিয়ে ১৯ চনৰ পৰাই ধাৰাবাহিক ভাবে ভেজাল আৰু নকল খাদ্য সামগ্ৰী বিৰোদ্ধে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে।
## বৰ্তমানেও কিন্তু লখিমপুৰ জিলাত ভেজাল আৰু নকল খাদ্য সামগ্ৰী বিক্ৰী কৰি আহিছে এচাম অসাধু ব্যৱসায়ী য়ে।
## এতিৱাও মানৱ অধিকাৰ সংগ্ৰাম সমিতি লখিমপুৰ জিলা সমিতিয়ে সপ্তাহ যোৰা সজাগতাৰ অভিযান পালন কৰি ৰাইজক সজাগ আৰু সচেতনত হবলৈ অনুৰোধ জনোৱাৰ লগতে চৰকাৰলৈ দাবী জনাই যে এই অসাধু ব্যৱসায়ী সকলৰ ব্যৱসায়ী অনুগ্যা প্ৰত্ৰ অনতিপলমে বাতিল কৰিব লাগে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
06 January, 2021 *লখিমপুৰৰ যুৱক নিৰুদ্দেশ* Date :- 6/1/21 ## লখিমপুৰ জিলাৰ নগৰৰ মাজমজীয়া ৬ নং ৱাডৰ ৺চনুপ আলি আৰু ফজিলা খাতুনৰ পুত্ৰ নৰ্জুল ইছলাম নামৰ ১৯ বছৰীয়া যুৱক জন যোৱা ৰবিবাৰৰ পৰা নিৰুদ্দেশ হৈ থকাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। ## যোৱা ৰবিবাৰে ঘৰৰ ওচৰৰ পৰা নিৰুদ্দেশ হোৱা যুৱক জনৰ আজিকুপতি কোনো খবৰ নাই। ## পিন্ধনত এটা কোলা ৰঙৰ জাম্পাৰ আৰু আৰ্মি ৰঙৰ এটা সাফপেণ্ট। ## ইতিমধ্যে যুৱক জন নিৰুদ্দেশ সন্দৰ্ভত পৰিয়ালৰ লোকে লখিমপুৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। ## কোনো সদাশয় লোকে যুৱকজনৰ সন্ধান পালে পৰিয়ালৰ লোকৰ ৮৪৮৬০০৭৩৬৩ বা ৮৪৮৬৬৫৮৬২৪ এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হল । লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
06 January, 2021
*লখিমপুৰৰ যুৱক নিৰুদ্দেশ* Date :- 6/1/21
## লখিমপুৰ জিলাৰ নগৰৰ মাজমজীয়া ৬ নং ৱাডৰ ৺চনুপ আলি আৰু ফজিলা খাতুনৰ পুত্ৰ নৰ্জুল ইছলাম নামৰ ১৯ বছৰীয়া যুৱক জন যোৱা ৰবিবাৰৰ পৰা নিৰুদ্দেশ হৈ থকাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।
## যোৱা ৰবিবাৰে ঘৰৰ ওচৰৰ পৰা নিৰুদ্দেশ হোৱা যুৱক জনৰ আজিকুপতি কোনো খবৰ নাই।
## পিন্ধনত এটা কোলা ৰঙৰ জাম্পাৰ আৰু আৰ্মি ৰঙৰ এটা সাফপেণ্ট।
## ইতিমধ্যে যুৱক জন নিৰুদ্দেশ সন্দৰ্ভত পৰিয়ালৰ লোকে লখিমপুৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে।
## কোনো সদাশয় লোকে যুৱকজনৰ সন্ধান পালে পৰিয়ালৰ লোকৰ ৮৪৮৬০০৭৩৬৩ বা ৮৪৮৬৬৫৮৬২৪ এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হল ।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Tuesday, 5 January 2021
Monday, 4 January 2021
04 January, 2021 *গ্ৰন্থ উন্মোচন সভা লখিমপুৰ* Date :- 4/1/21 ## মঙ্গলবোধ জাগৰণ কেন্দ্ৰৰ উদ্যোগত আজি উত্তৰ লখিমপুৰ সাহিত্য সভা ভৱনত এখনি গ্ৰন্থ উন্মোচনী সভা আয়োজন কৰা হয়। ## ভাগ্যলক্ষী ডেকাৰ কথাময়তাৰ ছন্দত নামৰ কাব্য পুঠী খন উন্মোচন কৰে জীৱন চন্দ্ৰ দত্তই। ## ইয়াৰ লগতে মঙ্গলময় পত্ৰিকা নৱ বৰ্ষ সংখং আৰু কবিতা - ২৪ উন্মোচন কৰে বিনয় বৰুৱা আৰু প্ৰাক্তন শিক্ষা বিষয়া কণেকেশ্ব ডেকাই। ## এই গ্ৰন্থ উন্মোচনী সভাত সভাপতিত্ব কৰে ভৰত ৰাজখোৱাই। ## এই অনুষ্ঠানত উপষ্টিত থাকে মঙ্গলময় পত্ৰিকা মূখ্য সম্পদক জিতেন বৰুৱা, সঞ্জীপ উপাধ্যায়, পঙ্কজ সভাপণ্ডিতকে আদি কৰি বহুকেইজন গন্যমান্য ব্যক্তি। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
04 January, 2021
*গ্ৰন্থ উন্মোচন সভা লখিমপুৰ* Date :- 4/1/21
## মঙ্গলবোধ জাগৰণ কেন্দ্ৰৰ উদ্যোগত আজি উত্তৰ লখিমপুৰ সাহিত্য সভা ভৱনত এখনি গ্ৰন্থ উন্মোচনী সভা আয়োজন কৰা হয়।
## ভাগ্যলক্ষী ডেকাৰ কথাময়তাৰ ছন্দত নামৰ কাব্য পুঠী খন উন্মোচন কৰে জীৱন চন্দ্ৰ দত্তই।
## ইয়াৰ লগতে মঙ্গলময় পত্ৰিকা নৱ বৰ্ষ সংখং আৰু কবিতা - ২৪ উন্মোচন কৰে বিনয় বৰুৱা আৰু প্ৰাক্তন শিক্ষা বিষয়া কণেকেশ্ব ডেকাই।
## এই গ্ৰন্থ উন্মোচনী সভাত সভাপতিত্ব কৰে ভৰত ৰাজখোৱাই।
## এই অনুষ্ঠানত উপষ্টিত থাকে মঙ্গলময় পত্ৰিকা মূখ্য সম্পদক জিতেন বৰুৱা, সঞ্জীপ উপাধ্যায়, পঙ্কজ সভাপণ্ডিতকে আদি কৰি বহুকেইজন গন্যমান্য ব্যক্তি।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
04 January, 2021 *লুই ব্ৰেইল দিৱস লখিমপুৰ* Date :- 4/1/21 ## লখিমপুৰত লুই ব্ৰেইল দিৱস পালন। ## সৰ্বাত্মক শিক্ষাৰ লখিমপুৰ শিক্ষাখণ্ডৰ দ্বাৰা আজি আজাদস্থ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত লুই ব্ৰেইল দিৱস পালন কৰে। ## ৰূপম বৰুৱাৰ সঞ্চালনাত অনুস্থিত এই অনুষ্ঠানত জিলা নিৰ্বাচনী বিষয়া দেৱাসিশ গোস্বামী,সাংবাদিক বুবুল হাজৰিকা, সৰ্বশিক্ষা আচনি বিষয়া বৰ্ণালী চিন্তে উপস্হিত থাকি ভাষণ প্ৰদান কৰে। ## এই অনুস্থানত ৫০ জন বিশেষ ভাবে সক্ষম লোকক হুইল চেয়াৰ আৰু চচমা বিতৰণ কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
04 January, 2021
*লুই ব্ৰেইল দিৱস লখিমপুৰ* Date :- 4/1/21
## লখিমপুৰত লুই ব্ৰেইল দিৱস পালন।
## সৰ্বাত্মক শিক্ষাৰ লখিমপুৰ শিক্ষাখণ্ডৰ দ্বাৰা আজি আজাদস্থ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত লুই ব্ৰেইল দিৱস পালন কৰে।
## ৰূপম বৰুৱাৰ সঞ্চালনাত অনুস্থিত এই অনুষ্ঠানত জিলা নিৰ্বাচনী বিষয়া দেৱাসিশ গোস্বামী,সাংবাদিক বুবুল হাজৰিকা, সৰ্বশিক্ষা আচনি বিষয়া বৰ্ণালী চিন্তে উপস্হিত থাকি ভাষণ প্ৰদান কৰে।
## এই অনুস্থানত ৫০ জন বিশেষ ভাবে সক্ষম লোকক হুইল চেয়াৰ আৰু চচমা বিতৰণ কৰে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...