Thursday, 17 December 2020

17 December, 2020Covid19 Assam and actions taken as on 16/12/2020.

17 December, 2020

Covid19 Assam and actions taken as on 16/12/2020.

17 December, 2020 *লখিমপুৰত হিউমেন ৰাইটছৰ অন্ন দান* Date :- 17/12/2020 ## লখিমপুৰ দৰিদ্ৰ নিচলা পৰিয়ালক দুপৰীয়া এসাজ অন্ন দি মানবীয়তাৰ নিদৰ্শন দাঙি ধৰিলে হিউমেন ৰাইটছ ইন্টাৰনেছনেলৰ ফেডাৰেচনৰ প্ৰতিনিধি বগই। ## লখিমপুৰ নগৰৰ মাজমজিয়া হনুমান মন্দিৰৰ সন্মুখত প্ৰায় শতাধিক দৰিদ্ৰ আৰু বাটৰোৱা লোকক দুপৰীয়া এসাজ অন্ন যোগান ধৰি মানবীয়তা নিদৰ্শন দাঙি ধৰাত শুভাকাংশী ৰাইজে লখিমপুৰ জিলা হিউমেন ৰাইটছ ফেডাৰেচনৰ প্ৰতিনিধি বগক অভিনন্দন জনাই। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


 17 December, 2020


*লখিমপুৰত  হিউমেন ৰাইটছৰ অন্ন দান* Date :- 17/12/2020


## লখিমপুৰ দৰিদ্ৰ নিচলা পৰিয়ালক দুপৰীয়া এসাজ অন্ন দি মানবীয়তাৰ নিদৰ্শন  দাঙি ধৰিলে হিউমেন ৰাইটছ ইন্টাৰনেছনেলৰ ফেডাৰেচনৰ প্ৰতিনিধি  বগই।


## লখিমপুৰ নগৰৰ মাজমজিয়া হনুমান মন্দিৰৰ সন্মুখত প্ৰায় শতাধিক দৰিদ্ৰ আৰু বাটৰোৱা লোকক দুপৰীয়া এসাজ অন্ন যোগান ধৰি মানবীয়তা নিদৰ্শন দাঙি ধৰাত শুভাকাংশী ৰাইজে লখিমপুৰ জিলা হিউমেন ৰাইটছ ফেডাৰেচনৰ প্ৰতিনিধি বগক অভিনন্দন জনাই।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

Wednesday, 16 December 2020

 16 December, 2020


*বিজয় দিৱস লখিমপুৰ* Date :- 16/12/2020


## আজি বিজয় দিৱস।


## ১৯৭১ চনত পাকিস্তানৰ পৰা বাংলাদেশ বিভাজন হোৱাত ভাৰতৰ অৱদান অনান্য।


## ভাৰতৰ সহযোগত আজি দিনটোতে পূৱ পাকিস্তানে স্বাধীনতা লাভ কৰিছিল।


## সেয়েহে প্ৰতেক বছৰৰ এই ১৬ ডিচেম্বৰ দিনটো ভাৰতত বিজয় দিৱস হিচাপে পালন কৰা হয়।


## লখিমপুৰতো LTK মহাবিদ্যালয়ত 72 ASSAM GIRLS NCC লখিমপুৰৰ কেদাৰ সকলে এই বিজয় দিৱস পালন কৰে।


## এই বিজয় দিৱস অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকে india air force ৰ অৱশ প্ৰাপ্ত চিত্ৰ ৰঞ্জন বৰা, অৱশ প্ৰাপ্ত অৰমি টেপু ৰাম গগৈ আৰু LTK মহাবিদ্যালয় অধ্যক্ষ ড° বুবুল শইকীয়া উপস্তিত থাকে।


লখিমপুৰৰ পৰা ৰাহান  আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Tuesday, 15 December 2020

15 December, 2020 *লখিমপুৰ নাট* ## এলাহাবাদত অভিনৱ থিয়েটাৰৰ নাটক প্ৰযোজনা লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ অভিনৱ থিয়েটাৰ ভাৰতৰ এক প্ৰতিষ্ঠিত নাট্য গোষ্ঠী। ## ২০১২ চনৰ পৰা একেৰাহে পৰিচালক দয়াল কৃষ্ণ নাথৰ পৰিকল্পনা আৰু পৰিচালনাত ৰাষ্ট্ৰীয় পয্যাৰ্য়ৰ বিভিন্ন নাটকৰ সমাৰোহত নাটক মঞ্চস্থ কৰি অভিনৱ থিয়েটাৰে লখিমপুৰৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। ## ব্যক্তিক্ৰমী ধৰনে নাটক প্ৰযোজনা কৰা এই নাট্যগোষ্ঠীটোৱে এই বাৰ লকডাউনৰ দীৰ্ঘকাল বিৰতিৰ পিছত অহা ১৬ ডিচেম্বৰ,২০২০ তাৰিখে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আয়োজন কৰা আধাৰশিলা ৰাষ্ট্ৰীয় নাট্য মহোৎসৱত হিন্দী ভাষাৰ নাটক “কলাজ অৱ লাইফ” দয়াল কৃষ্ণ নাথৰ পৰিকল্পনা আৰু পৰিচালনাত মঞ্চস্থ কৰিব। ## সমাজ ব্যৱস্থা ,ৰাজনৈতিক ব্যৱস্থাৰ কু কৰ্মৰ ছৱি দাঙি ধৰি সৰ্ম্পূণ থলুৱা সংগীত ব্যয়হাৰ কৰি সজাই তোলা এই নাটকখনি ভাৰতৰ লগতে অসমৰ বিভিন্ন ঠাইৰ শিল্পী সকলৰ সমাৱেশত মঞ্চস্থ কৰা হব। ## এই নাটকত অভিনয় কৰিব দয়াল কৃষ্ণ নাথ,কৰুনা কৃষ্ণ নাথ,বোলছবি অভিনেতা ৰাজ কুমাৰ ঠাকুৰ, ৰবি বার্মা,ৰবি ৰঞ্জন কুমাৰ,প্ৰনৱ মহন্ত, ললিত হাজৰীকা,পৰাগ জ্যোতি কলিতা,মুনিন্দ্ৰ ভূঞাঁ,ৰূপজ্যোতি মূৰ্খাজী, আনজাৰুল হক, জয় ভাৰতী, জাহ্নবী বৰা, হিমাদ্ৰী বৰা আৰু পুৰবী হাজৰিকাই। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 15 December, 2020


*লখিমপুৰ নাট* 


## এলাহাবাদত অভিনৱ থিয়েটাৰৰ নাটক প্ৰযোজনা 

লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ অভিনৱ থিয়েটাৰ ভাৰতৰ এক প্ৰতিষ্ঠিত নাট্য গোষ্ঠী।


## ২০১২ চনৰ পৰা একেৰাহে পৰিচালক দয়াল কৃষ্ণ নাথৰ পৰিকল্পনা আৰু পৰিচালনাত ৰাষ্ট্ৰীয় পয্যাৰ্য়ৰ বিভিন্ন নাটকৰ সমাৰোহত নাটক মঞ্চস্থ কৰি অভিনৱ থিয়েটাৰে লখিমপুৰৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।


## ব্যক্তিক্ৰমী ধৰনে নাটক প্ৰযোজনা কৰা এই নাট্যগোষ্ঠীটোৱে এই বাৰ লকডাউনৰ দীৰ্ঘকাল বিৰতিৰ পিছত অহা ১৬ ডিচেম্বৰ,২০২০  তাৰিখে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আয়োজন কৰা আধাৰশিলা ৰাষ্ট্ৰীয় নাট্য মহোৎসৱত হিন্দী ভাষাৰ নাটক “কলাজ অৱ লাইফ” দয়াল কৃষ্ণ নাথৰ পৰিকল্পনা আৰু পৰিচালনাত মঞ্চস্থ কৰিব।


## সমাজ ব্যৱস্থা ,ৰাজনৈতিক ব্যৱস্থাৰ কু কৰ্মৰ ছৱি দাঙি ধৰি সৰ্ম্পূণ থলুৱা সংগীত ব্যয়হাৰ কৰি সজাই তোলা এই নাটকখনি  ভাৰতৰ লগতে অসমৰ বিভিন্ন ঠাইৰ শিল্পী সকলৰ সমাৱেশত মঞ্চস্থ কৰা হব।


## এই নাটকত অভিনয় কৰিব দয়াল কৃষ্ণ নাথ,কৰুনা কৃষ্ণ নাথ,বোলছবি অভিনেতা ৰাজ কুমাৰ ঠাকুৰ, ৰবি বার্মা,ৰবি ৰঞ্জন কুমাৰ,প্ৰনৱ মহন্ত, ললিত হাজৰীকা,পৰাগ জ্যোতি  কলিতা,মুনিন্দ্ৰ ভূঞাঁ,ৰূপজ্যোতি মূৰ্খাজী, আনজাৰুল হক, জয় ভাৰতী, জাহ্নবী বৰা, হিমাদ্ৰী বৰা আৰু পুৰবী হাজৰিকাই।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


15 December, 2020 *পশ্বিম বংগ নাট্য উৎসৱ* ## পশ্বিম বংগৰ বীৰভূম জিলাৰ শান্তিনিকেতনৰ পৰা কিছু দুৰৰ দাৰোন্দাৰ চান্ঠাল গাওঁখনত আছে বীৰভূম ব্লোজম থিয়েটাৰৰ এক থিয়েটাৰ গাওঁ। ## নাট পলিচালক পাৰ্থ গুপ্তৰ এই থিয়েটাৰ প্ৰকল্পত ১১,১২ আৰু ১৩ ডিচেম্বৰত অনুস্থিত কৰিছে “থিয়েটাৰ থিয়েটাৰ” নামৰ নাট্য উৎসৱ। ## এই নাট্য উৎসৱৰ প্ৰথম দিনাৰ উদ্ধোধনী অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকি বন্তি প্ৰজ্বলনেৰে শুভ উদ্ধোধন কৰে লখিমপুৰ জিলাৰ অভিনৱ থিয়েটাৰৰ পৰিচালক তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ চিনিয়ৰ ফেল দয়াল কৃষ্ণ নাথে। ## শ্ৰী নাথে ভাষণ প্ৰসংগত কয় যে অসম আৰু পশ্চিম বংগৰ নাটকৰ বহু মিল আছে,যাৰ বাবে দৰ্শকে হৃদয়ংগম কৰাত সমস্যা নহয়। ## ইয়াতেই ৰ্পাথ গুপ্তৰ ৰচিত এখন কবিতা গ্ৰন্থও উন্মোচন কৰা হয়। ## এই অনুস্থানত গোবৰদাংগাৰ নাট পৰিচালক আশিস দাস, বংগৰ প্ৰবীণ পৰিচালক ক্ৰমে সুদীপ গুপ্ত, সৌমিত্ৰ মিত্ৰ,অনামিকা বন্দোপাধ্যায়, মলয় ঘোষকে ধৰি বহুকেইজন আন্তঃ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নাট পৰিচালক উপস্তিত থাকে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 15 December, 2020


*পশ্বিম বংগ নাট্য উৎসৱ* 


## পশ্বিম বংগৰ বীৰভূম জিলাৰ শান্তিনিকেতনৰ পৰা কিছু দুৰৰ দাৰোন্দাৰ চান্ঠাল গাওঁখনত আছে বীৰভূম ব্লোজম থিয়েটাৰৰ এক থিয়েটাৰ গাওঁ।


## নাট পলিচালক পাৰ্থ গুপ্তৰ এই থিয়েটাৰ প্ৰকল্পত ১১,১২ আৰু ১৩ ডিচেম্বৰত অনুস্থিত কৰিছে “থিয়েটাৰ থিয়েটাৰ” নামৰ নাট্য উৎসৱ।


## এই নাট্য উৎসৱৰ প্ৰথম দিনাৰ উদ্ধোধনী অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকি বন্তি প্ৰজ্বলনেৰে শুভ  উদ্ধোধন কৰে লখিমপুৰ জিলাৰ অভিনৱ থিয়েটাৰৰ পৰিচালক তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ চিনিয়ৰ ফেল দয়াল কৃষ্ণ নাথে।


## শ্ৰী নাথে ভাষণ প্ৰসংগত কয় যে অসম আৰু পশ্চিম বংগৰ নাটকৰ বহু মিল আছে,যাৰ বাবে দৰ্শকে হৃদয়ংগম কৰাত সমস্যা নহয়।


## ইয়াতেই ৰ্পাথ গুপ্তৰ ৰচিত এখন কবিতা গ্ৰন্থও উন্মোচন কৰা  হয়।


## এই অনুস্থানত গোবৰদাংগাৰ নাট পৰিচালক আশিস দাস, বংগৰ প্ৰবীণ পৰিচালক ক্ৰমে সুদীপ গুপ্ত, সৌমিত্ৰ মিত্ৰ,অনামিকা বন্দোপাধ্যায়, মলয় ঘোষকে ধৰি বহুকেইজন আন্তঃ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নাট পৰিচালক উপস্তিত থাকে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


15 December, 2020Covid19 Assam and actions taken as on 14/12/2020.

15 December, 2020

Covid19 Assam and actions taken as on 14/12/2020.

Monday, 14 December 2020

14 December, 2020 *লখিমপুৰত নিৰ্মাণ চুটি ছবি চিৎকাৰ* Date :- 14/12/2020 ## লকডাওনৰ পৰা বত্তৰ্মানলৈ লখিমপুৰত কেইবাখনো ছুটি ছবি নিৰ্মাণ হৈছে। ## ৰাজ শেখৰৰ পৰিচলনাত এইবাৰ নিৰ্মাণ হল চুটি ছবি "চিৎকাৰ"। ## সামাজিক ব্যধি, কু সংস্কাৰ আদি ইখনৰ পাছত সিখনকৈ চুটি ছবি নিৰ্মান কৰি আহিছে পৰিচালক ৰাজ শেষৰে। ## জনসাধাৰণৰ মাজত সজাগতা অনাৰ উদ্দেশ্য আগত লৈ এইবাৰ ৰাইজৰ মাজলৈ আগবঢ়াবলৈ লৈছে "চিৎকাৰ" নামৰ চুটি ছবিখন নিৰ্মাণ কৰিছে। ## এই ছবিখন অহা ১৮ ডিচেম্বৰ তাৰিখে দৰ্শকৰ মাজলৈ আগবঢ়াব বুলি জানিবলৈ দিয়ে পৰিচালক ৰাজ শেষৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 14 December, 2020


*লখিমপুৰত নিৰ্মাণ চুটি ছবি চিৎকাৰ* Date :- 14/12/2020


## লকডাওনৰ পৰা বত্তৰ্মানলৈ লখিমপুৰত কেইবাখনো ছুটি ছবি নিৰ্মাণ হৈছে।


## ৰাজ শেখৰৰ পৰিচলনাত এইবাৰ নিৰ্মাণ হল চুটি ছবি "চিৎকাৰ"।


## সামাজিক ব্যধি, কু সংস্কাৰ আদি ইখনৰ পাছত সিখনকৈ চুটি ছবি নিৰ্মান কৰি আহিছে পৰিচালক ৰাজ শেষৰে।


## জনসাধাৰণৰ মাজত সজাগতা অনাৰ উদ্দেশ্য আগত লৈ এইবাৰ ৰাইজৰ মাজলৈ আগবঢ়াবলৈ লৈছে "চিৎকাৰ" নামৰ চুটি ছবিখন নিৰ্মাণ কৰিছে।


## এই ছবিখন অহা ১৮ ডিচেম্বৰ তাৰিখে দৰ্শকৰ মাজলৈ আগবঢ়াব বুলি জানিবলৈ দিয়ে পৰিচালক ৰাজ শেষৰে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


মোৰ জাতি এটাই

মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India