Friday, 4 December 2020
04 December, 2020Health Consultation, a simple and easy to use telemedicine services for the public.eSanjeevani OPD for Free
04 December, 2020 *লখিমপুৰ প্ৰশিক্ষণ* Date :- 4/12/2020 পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ মূৰ্গী পালনৰ প্ৰশিক্ষন। লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ দ্বাৰা আজি মহাবিদ্যালয়ৰ প্ৰশিক্ষণ কক্ষত দিনযোৰা ভাৱে ধেমাজি জিলাৰ কুকুৰা পালন কৰা কেইজনমান যুৱক আৰু বত্তৰ্মানে কুকুৰা পালন ফাৰ্ম থকা সকলক লৈ এটি কৰ্মশলা অনুস্থিত কৰে। এই কৰ্মশালাত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যাপক ডা:সঞ্জীৱ খাৰঘৰীয়া সমল ব্যক্তি হিছাপে উপস্থিত থাকি কেনেকৈ ব্যৱসায়ীক ৰুপত কুকুৰা পালন কৰিব লাগে আৰু কেনে ধৰনৰ চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই বিষয়ে অৱগত কৰে। ইয়াৰ পূৱেও লখিমপুৰ জিলা উপৰিও বিশ্বনাথ চাৰিআলি, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া আদি পৰও অহা লোকক এই লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত প্ৰশিক্ষণ দয়া হৈছে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
04 December, 2020
*লখিমপুৰ প্ৰশিক্ষণ* Date :- 4/12/2020
পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ মূৰ্গী পালনৰ প্ৰশিক্ষন।
লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ দ্বাৰা আজি মহাবিদ্যালয়ৰ প্ৰশিক্ষণ কক্ষত দিনযোৰা ভাৱে ধেমাজি জিলাৰ কুকুৰা পালন কৰা কেইজনমান যুৱক আৰু বত্তৰ্মানে কুকুৰা পালন ফাৰ্ম থকা সকলক লৈ এটি কৰ্মশলা অনুস্থিত কৰে। এই কৰ্মশালাত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যাপক ডা:সঞ্জীৱ খাৰঘৰীয়া সমল ব্যক্তি হিছাপে উপস্থিত থাকি কেনেকৈ ব্যৱসায়ীক ৰুপত কুকুৰা পালন কৰিব লাগে আৰু কেনে ধৰনৰ চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই বিষয়ে অৱগত কৰে। ইয়াৰ পূৱেও লখিমপুৰ জিলা উপৰিও বিশ্বনাথ চাৰিআলি, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া আদি পৰও অহা লোকক এই লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত প্ৰশিক্ষণ দয়া হৈছে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Thursday, 3 December 2020
03 December, 2020 অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গোলাঘাটৰ উদ্যোগত চুকাফা দিৱস পালন :- বুধবাৰে গোলাঘাট জিলা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত ABVP ৰ কাৰ্য্যালয়ত ব্যতিক্ৰমী চুকাফা দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় | সাত ৰাজ্যক এক ৰাজ কৰি বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতি শ্ৰদ্ধা জনাই বুধবাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কাৰ্য্যালয়ত প্ৰদীপ প্ৰজ্জ্বলনেৰে ABVP ৰ আৰ্হি বনাই জাতীয় বীৰজনাক সশ্ৰদ্ধ স্মৰণ কৰে সংগঠনটোৱে | এই অনুষ্ঠানত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ গোলাঘাট জিলা সংযোজক মিন্টু সোণোৱাল, গোলাঘাট জিলা নগৰ শাখাৰ সভাপতি ভাস্কৰজ্যোতি ৰাজগুৰু, সম্পাদক ৰবাৰ্ট শইকীয়া, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্যা ইজিপ্তা বৰা, ABVP ৰ মৰঙী আঞ্চলিক শাখাৰ সম্পাদক দুলু শৰ্মাৰ লগতে গোলাঘাট জিলা ABVP ৰ কেইবাজনো কাৰ্যকৰ্তা উপস্থিত থাকে | গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট NORTHEAST NEWS INDIA
03 December, 2020
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গোলাঘাটৰ উদ্যোগত চুকাফা দিৱস পালন :- বুধবাৰে গোলাঘাট জিলা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত ABVP ৰ কাৰ্য্যালয়ত ব্যতিক্ৰমী চুকাফা দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় | সাত ৰাজ্যক এক ৰাজ কৰি বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতি শ্ৰদ্ধা জনাই বুধবাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কাৰ্য্যালয়ত প্ৰদীপ প্ৰজ্জ্বলনেৰে ABVP ৰ আৰ্হি বনাই জাতীয় বীৰজনাক সশ্ৰদ্ধ স্মৰণ কৰে সংগঠনটোৱে | এই অনুষ্ঠানত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ গোলাঘাট জিলা সংযোজক মিন্টু সোণোৱাল, গোলাঘাট জিলা নগৰ শাখাৰ সভাপতি ভাস্কৰজ্যোতি ৰাজগুৰু, সম্পাদক ৰবাৰ্ট শইকীয়া, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্যা ইজিপ্তা
বৰা, ABVP ৰ মৰঙী আঞ্চলিক শাখাৰ সম্পাদক দুলু শৰ্মাৰ লগতে গোলাঘাট জিলা ABVP ৰ কেইবাজনো কাৰ্যকৰ্তা উপস্থিত থাকে |
গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট NORTHEAST NEWS INDIA
03 December, 2020 GOLAGHAT SUKAFA DIVAS চ্যুকাফা দিবস l চ্যুকাফা দিবস উপলক্ষে বুধবাৰে গোলাঘাট নগৰৰ মাজমজিয়া স্থিত চ্যুকাফা ক্ষেত্ৰত চ্যুকাফা দিৱস পালন কৰে । জনগোষ্ঠীয় সমন্বয় মঞ্চ গোলাঘাটৰ উদ্যোগত ,গোলাঘাটৰ বিভিন্ন দল সংগঠনৰ সহযোগত এই দিৱসটি পালন কৰা হয় । ৰাইজৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানৰ প্ৰথমতেই চ্যুকাফাৰ প্ৰতিমূৰ্তিত বন্তি জ্বলাই, মাল্যাৰ্পন কৰা হয় ::কল্পনা ফুকন গোলাঘাট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷
03 December, 2020
GOLAGHAT SUKAFA DIVAS
চ্যুকাফা দিবস l চ্যুকাফা দিবস উপলক্ষে বুধবাৰে গোলাঘাট নগৰৰ মাজমজিয়া স্থিত চ্যুকাফা ক্ষেত্ৰত চ্যুকাফা দিৱস পালন কৰে । জনগোষ্ঠীয় সমন্বয় মঞ্চ গোলাঘাটৰ উদ্যোগত ,গোলাঘাটৰ বিভিন্ন দল সংগঠনৰ সহযোগত এই দিৱসটি পালন কৰা হয় । ৰাইজৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানৰ প্ৰথমতেই চ্যুকাফাৰ প্ৰতিমূৰ্তিত বন্তি জ্বলাই, মাল্যাৰ্পন কৰা হয় ::কল্পনা ফুকন গোলাঘাট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷
02 December, 2020 *চুকাফা দিৱস লখিমপুৰ* Date :- 02/12/2020 আজি চুকাফা দিৱস বা অসম দিৱস। এই উপলক্ষে আজি লখিমপুৰ জিলা ত্যাগক্ষেত্ৰত বনাধ্য কাৰ্য্যসূচীৰে উৎযাপন কৰা হয় এই অসম দিৱস। অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু টাই আহোম যুৱ পৰিষদ অসম লখিমপুৰ জিলা সমিতিৰ যৌথ উদ্যোগত উদযাপন কৰা হয় এই অসম দিৱস। পুৱাই পতাকা উত্তলনেৰ আৰম্ভ হোৱা কাৰ্য্যসূচী দিনৰ ১১ বজাত বনাধ্য সাংস্কৃতিক সোভাযাত্ৰাত অংশগ্ৰহণ কৰে অসমীয়া চলচিত্র জগতৰ অভিনেত্ৰী বৰষা ৰাণী বিষয়াই।বৰষা ৰাণী বিষয়াই চুকাফা দিৱসত উপষ্টিত থাকি কলে কা স্বিতিত এতিয়াও অটল। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
02 December, 2020
*চুকাফা দিৱস লখিমপুৰ* Date :- 02/12/2020
আজি চুকাফা দিৱস বা অসম দিৱস। এই উপলক্ষে আজি লখিমপুৰ জিলা ত্যাগক্ষেত্ৰত বনাধ্য কাৰ্য্যসূচীৰে উৎযাপন কৰা হয় এই অসম দিৱস। অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু টাই আহোম যুৱ পৰিষদ অসম লখিমপুৰ জিলা সমিতিৰ যৌথ উদ্যোগত উদযাপন কৰা হয় এই অসম দিৱস। পুৱাই পতাকা উত্তলনেৰ আৰম্ভ হোৱা কাৰ্য্যসূচী দিনৰ ১১ বজাত বনাধ্য সাংস্কৃতিক সোভাযাত্ৰাত অংশগ্ৰহণ কৰে অসমীয়া চলচিত্র জগতৰ অভিনেত্ৰী বৰষা ৰাণী বিষয়াই।বৰষা ৰাণী বিষয়াই চুকাফা দিৱসত উপষ্টিত থাকি কলে কা স্বিতিত এতিয়াও অটল।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Wednesday, 2 December 2020
02 December, 2020 *লখিমপুৰ এথলেটিক্স* Date :- 2/12/2020 ৩য় বাৰ্ষিক লখিমপুৰ জিলা ক্ৰিয়া সন্থা উদ্যোগত আৰু জয়ন্ত স্মৃতি যুৱক সংঘৰ সৌজন্যত আজিৰে পৰা দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা হয় আন্তঃ ক্লাব এথলেটিক্স প্ৰতিযোগিতা ২০২০ এই প্ৰতিযোগিতাত লখিমপুৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি প্ৰায় ২০৮ জন খেলোৱেয়ে অংশ গ্ৰহণ কৰে। খেলৰ পতাকা উত্তলন কৰে লখিমপুৰ জিলা ক্ৰিয়া সন্থাৰ সাধাৰণ সম্পাদক আলোক গগৈয়ে। আনহাতে জয়ন্ত স্মৃতি যুৱক সংঘৰ পতাকা উত্তলন কৰে যুৱক সংঘৰ উপদেষ্টা পূনানন্দ বৰাই। এথলেটিক্স প্ৰতিযোগিতা খনি শুভ উদ্ধোধন কৰে জিলা ক্ৰিয়া সন্থা উপ সভাপতি, ৰেফাৰী বৰ্ডৰ প্ৰাক্তন অধ্যক্ষ অৰুণ শইকীয়া য়ে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
02 December, 2020
*লখিমপুৰ এথলেটিক্স* Date :- 2/12/2020
৩য় বাৰ্ষিক লখিমপুৰ জিলা ক্ৰিয়া সন্থা উদ্যোগত আৰু জয়ন্ত স্মৃতি যুৱক সংঘৰ সৌজন্যত আজিৰে পৰা দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা হয় আন্তঃ ক্লাব এথলেটিক্স প্ৰতিযোগিতা ২০২০ এই প্ৰতিযোগিতাত লখিমপুৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি প্ৰায় ২০৮ জন খেলোৱেয়ে অংশ গ্ৰহণ কৰে। খেলৰ পতাকা উত্তলন কৰে লখিমপুৰ জিলা ক্ৰিয়া সন্থাৰ সাধাৰণ সম্পাদক আলোক গগৈয়ে। আনহাতে জয়ন্ত স্মৃতি যুৱক সংঘৰ পতাকা উত্তলন কৰে যুৱক সংঘৰ উপদেষ্টা পূনানন্দ বৰাই।
এথলেটিক্স প্ৰতিযোগিতা খনি শুভ উদ্ধোধন কৰে জিলা ক্ৰিয়া সন্থা উপ সভাপতি, ৰেফাৰী বৰ্ডৰ প্ৰাক্তন অধ্যক্ষ অৰুণ শইকীয়া য়ে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
02 December, 2020 *লখিমপুৰ লেচেৰি নাচ* Date :- 02/12/2020 সাংস্কৃতিক সঞ্চালকালয়ৰ লেচেৰি নাচ প্ৰশিক্ষণ। মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ণ যোজনাৰ অন্তৰ্গত সাংস্কৃতিক নৱজাগৰণ অভিযান সমাজৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ ঢকুৱাখনা সাংস্কৃতিক কেন্দ্ৰৰ দ্বাৰা লখিমপুৰ জিলাৰ বগীনদীৰ গজাই মনাই ক্ষেত্রত সোনোৱাল কছাৰী জনগোষ্ঠীৰ লেচেৰী নাচৰ কৰ্মশালা মঙ্গলবাৰৰ পৰা অনুষ্ঠিত হৈছে । মঙ্গলবাৰৰ পৰা ১৫ ডিচেম্বৰলৈ অনুস্থিত হোৱা এই কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট সাংস্কৃতিক কৰ্মী বিহু সুৰক্ষা সমিতি, অসমৰ কেন্দ্ৰীয় কৰ্ণাধাৰ সমিতিৰ অন্যতম সদস্য কুশৰাম সোণোৱাল, উদীয়মান সাংস্কৃতিক কৰ্মী গোপীনাথ সোণোৱাল আৰু শংকৰদেৱ শিশু নিকেতন বগীনদীৰ প্ৰধানাচৰ্য ঋষিৰাজ ৰিজাল উপস্থিত থাকে । এই প্ৰশিক্ষণ কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে লেচেৰি নাচ প্ৰশিক্ষণ প্ৰদান কৰে মজিন সোণোৱালে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
02 December, 2020
*লখিমপুৰ লেচেৰি নাচ* Date :- 02/12/2020
সাংস্কৃতিক সঞ্চালকালয়ৰ লেচেৰি নাচ প্ৰশিক্ষণ। মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ণ যোজনাৰ অন্তৰ্গত সাংস্কৃতিক নৱজাগৰণ অভিযান সমাজৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ ঢকুৱাখনা সাংস্কৃতিক কেন্দ্ৰৰ দ্বাৰা লখিমপুৰ জিলাৰ বগীনদীৰ গজাই মনাই ক্ষেত্রত সোনোৱাল কছাৰী জনগোষ্ঠীৰ লেচেৰী নাচৰ কৰ্মশালা মঙ্গলবাৰৰ পৰা অনুষ্ঠিত হৈছে ।
মঙ্গলবাৰৰ পৰা ১৫ ডিচেম্বৰলৈ অনুস্থিত হোৱা এই কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট সাংস্কৃতিক কৰ্মী বিহু সুৰক্ষা সমিতি, অসমৰ কেন্দ্ৰীয় কৰ্ণাধাৰ সমিতিৰ অন্যতম সদস্য কুশৰাম সোণোৱাল, উদীয়মান সাংস্কৃতিক কৰ্মী গোপীনাথ সোণোৱাল আৰু শংকৰদেৱ শিশু নিকেতন বগীনদীৰ প্ৰধানাচৰ্য ঋষিৰাজ ৰিজাল উপস্থিত থাকে । এই প্ৰশিক্ষণ কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে লেচেৰি নাচ প্ৰশিক্ষণ প্ৰদান কৰে মজিন সোণোৱালে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...