Friday, 27 November 2020

27 November, 2020Covid19 Assam and actions taken as on 26/11/2020.

27 November, 2020

Covid19 Assam and actions taken as on 26/11/2020.

27 November, 2020 *লখিমপুৰ সংবাদমেল* Date :- 27/11/2020 অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু টাই আহোম যুৱ পৰিষদ, অসম লখিমপুৰ জিলা সমিতিৰ যৌথ উদ্যোগত অহা ২ ডিচেম্বৰত অসম দিৱস উদযাপন ২ ডিচেম্বৰত দ্বিতীয় বাৰ্ষিক "অসম দিৱস" উদযাপনৰ উপলক্ষে আজি উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবত এখনি সংবাদমেল আয়োজন কৰে অসম দিৱস উদযাপন সমিতিয়ে। এই সংবাদমেলতে চাও লোং চুকাফা বৰ অসম সমন্ময় বটাঁ ২০২০ ঘোষানা কৰে। বিগত বৰ্ষত এই সমন্ময় বটাঁতো প্ৰদান কৰিছিল অসমীয়া বোলছবি জগতৰ অভিনেতা নিপন গোস্বামী দেৱক। এইবৰ্ষ এই সমন্ময় বটাঁতো মৰোনত্ত ভাবে প্ৰদান কৰা হব প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ দেৱক। এই বটাঁত থাকিব নগত ২৫ হাজাৰ টকা, এখন হেংদাং আৰু বস্ত্ৰ। লখিমপুৰৰ পৰা ৰাহান উদ্দিন আহমেদ northeast news India

 27 November, 2020


*লখিমপুৰ সংবাদমেল* Date :- 27/11/2020


অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু টাই আহোম যুৱ পৰিষদ, অসম লখিমপুৰ জিলা সমিতিৰ যৌথ উদ্যোগত অহা ২ ডিচেম্বৰত অসম দিৱস উদযাপন ২ ডিচেম্বৰত দ্বিতীয় বাৰ্ষিক "অসম দিৱস" উদযাপনৰ উপলক্ষে আজি উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবত এখনি সংবাদমেল আয়োজন কৰে অসম দিৱস উদযাপন সমিতিয়ে। এই সংবাদমেলতে চাও লোং চুকাফা বৰ অসম সমন্ময় বটাঁ ২০২০ ঘোষানা কৰে। বিগত বৰ্ষত এই সমন্ময় বটাঁতো প্ৰদান কৰিছিল অসমীয়া বোলছবি জগতৰ অভিনেতা নিপন গোস্বামী দেৱক। এইবৰ্ষ এই সমন্ময় বটাঁতো মৰোনত্ত ভাবে প্ৰদান কৰা হব প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ দেৱক। এই বটাঁত থাকিব নগত ২৫ হাজাৰ টকা, এখন হেংদাং আৰু বস্ত্ৰ।


লখিমপুৰৰ পৰা ৰাহান উদ্দিন  আহমেদ northeast news India


27 November, 2020 এই ধৰাত জন্মিলে এদিন যাবই লাগিব ৷ এইয়া চিৰাচিৰিত নিয়ম ৷ পৃথিবীৰ মায়া মোহ ত্যাগতকৰি বাধক্য জনিত কাৰণত ৮৮ বছৰ বয়সত এই সংসাৰৰ পৰা চিৰবিদায় ললে গোলাঘাতৰ নৱ নগৰৰ বাসিন্দা পুণ্যাত্মা জয়দাবালা দেৱীয়ে ৷ গোলাঘাটৰ এগৰাকী সমাজসেৱিকা ধৰ্মপ্ৰাণা মহিলা জয়দাবালা দেৱী যোৱা বৃহস্পতিবাৰে নিশা ৮--৩০ বজাত দেহাৱসান ঘটে ৷ গোলাঘাটৰ সমাজজীৱনৰ লগত জড়িত জয়দাবালা দেৱীয়ে অনাতাৰযোজে বিয়ানাম ; আইনাম আদি পৰিবেশন কৰাৰ লগতে লেখিকা সমাৰোহ ; জিলা মহিলা সমিতি .বিষ্নু মন্দিৰ ; সনাতন ধৰ্মসমাজ ; প্ৰগতিচ’ৰা আদিৰ লগতে বহুকেইটা নামঘৰৰ লগত জড়িত হৈ আছিল ৷ শুক্ৰবাৰে এক শোকাকুল পৰিবেশত তেওৰ নৰশ্বদেহ গোলাঘাটৰ মাৰোৱাৰী শ্মশানত দাহ কৰা হয় ৷ প্ৰয়াত ৰমেশ চন্দ্ৰ শৰ্মাৰ পত্নী জয়দাবালা দেৱীয়ে তিনিপুত্ৰ ক্ৰমে অশোক শৰ্মা ; অসীম শৰ্মা ; অৰূপ শৰ্মা আৰু জিয়াৰী অৰ্চনা বৰুৱা ; নাতি নাতিনী সহ বহু আত্মীয় এৰিথৈ গৈছে ৷ বিশিষ্টা মহিলা জয়দাদেৱীৰ মৃত্যুত সদৌ অসম সাংবাদিক সন্হা চমুকৈ আজুৰ গোলাঘাট জিলা সমিতিৰ সভাপতি প্ৰকাশ শৰ্মা আৰু সাধাৰণ সম্পাদক দিব্যজ্যোতি হাজৰিকাই গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ::: প্ৰকাশ শৰ্মা গোলাঘাট

 27 November, 2020


এই ধৰাত জন্মিলে এদিন যাবই লাগিব ৷ এইয়া চিৰাচিৰিত নিয়ম ৷


পৃথিবীৰ মায়া মোহ ত্যাগতকৰি বাধক্য জনিত কাৰণত ৮৮ বছৰ বয়সত এই সংসাৰৰ পৰা চিৰবিদায় ললে গোলাঘাতৰ নৱ নগৰৰ বাসিন্দা পুণ্যাত্মা জয়দাবালা দেৱীয়ে ৷ গোলাঘাটৰ এগৰাকী সমাজসেৱিকা ধৰ্মপ্ৰাণা মহিলা জয়দাবালা দেৱী যোৱা বৃহস্পতিবাৰে নিশা ৮--৩০

 বজাত দেহাৱসান ঘটে ৷ গোলাঘাটৰ সমাজজীৱনৰ লগত জড়িত জয়দাবালা দেৱীয়ে অনাতাৰযোজে বিয়ানাম ; আইনাম আদি পৰিবেশন কৰাৰ লগতে লেখিকা সমাৰোহ ; জিলা মহিলা সমিতি .বিষ্নু মন্দিৰ ; সনাতন ধৰ্মসমাজ ; প্ৰগতিচ’ৰা আদিৰ লগতে বহুকেইটা নামঘৰৰ লগত জড়িত হৈ আছিল ৷ শুক্ৰবাৰে এক শোকাকুল পৰিবেশত 

 তেওৰ নৰশ্বদেহ গোলাঘাটৰ মাৰোৱাৰী শ্মশানত দাহ কৰা হয় ৷ প্ৰয়াত ৰমেশ চন্দ্ৰ শৰ্মাৰ পত্নী জয়দাবালা দেৱীয়ে তিনিপুত্ৰ ক্ৰমে অশোক শৰ্মা ; অসীম শৰ্মা ; অৰূপ শৰ্মা আৰু জিয়াৰী অৰ্চনা বৰুৱা ; নাতি নাতিনী সহ বহু আত্মীয় এৰিথৈ গৈছে ৷ বিশিষ্টা মহিলা জয়দাদেৱীৰ মৃত্যুত সদৌ অসম সাংবাদিক সন্হা চমুকৈ আজুৰ গোলাঘাট জিলা সমিতিৰ সভাপতি প্ৰকাশ শৰ্মা আৰু সাধাৰণ সম্পাদক দিব্যজ্যোতি হাজৰিকাই গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে :::  প্ৰকাশ শৰ্মা গোলাঘাট


Thursday, 26 November 2020

26 November, 2020Covid19 Assam and actions taken as on 25/11/2020.

26 November, 2020

Covid19 Assam and actions taken as on 25/11/2020.

26 November, 2020 *লখিমপুৰ শ্ৰদ্ধাঞ্জলি* Date :- 26/11/2020 আজিও অসমৰ বিভিন্ন প্ৰান্তত শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। অসমৰ এজন বয়সীয়াল ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ মৃত্যুত আজিও সকলো মৰ্মাহত হৈ পৰিছে। সেয়েহে আজি লখিমপুৰ নগৰৰ খেলমাটিত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ লখিমপুৰ জিলা সমিতি অন্তৰ্গত লখিমপুৰ নগৰ, কমলাবৰীয়া, বগলীজান, জহিং আৰু চাবতী আঞ্চলিক সমিতি উদ্যোগত এক শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়। প্ৰয়াত প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ বিদেহীৰ আত্মাৰ সদগতিৰ কামনাৰ্থে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লখিমপুৰৰ পৰা ৰাহান উদ্দিন আহমেদ NORTHEAST NEWS INDIA

 26 November, 2020


*লখিমপুৰ শ্ৰদ্ধাঞ্জলি* Date :- 26/11/2020


আজিও অসমৰ বিভিন্ন প্ৰান্তত শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। অসমৰ এজন বয়সীয়াল ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ মৃত্যুত আজিও সকলো মৰ্মাহত হৈ পৰিছে। সেয়েহে আজি লখিমপুৰ নগৰৰ খেলমাটিত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ লখিমপুৰ জিলা সমিতি অন্তৰ্গত লখিমপুৰ নগৰ, কমলাবৰীয়া, বগলীজান, জহিং আৰু চাবতী আঞ্চলিক সমিতি উদ্যোগত এক শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়। প্ৰয়াত প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ বিদেহীৰ আত্মাৰ সদগতিৰ কামনাৰ্থে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।


লখিমপুৰৰ পৰা ৰাহান উদ্দিন  আহমেদ NORTHEAST NEWS INDIA


26 November, 2020 গোলাঘাটৰ ৰাজপথত অঘটন ৷ গোলাঘাট নগৰৰ পৰা দেৰগাঁৱলৈ যোৱা পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথত আজি দুপৰীয়া এক পথ দুৰ্ঘটনা সংঘটিত হয় ৷ As--05/C 2458 নম্বৰৰ খালি টেংকাৰখন কলেজ তিনিআলিৰ HP তেলডিপোৰ ওচৰত ৰাখি থোৱা অৱস্থাত গোলাঘাট চহৰ দিশৰপৰা যোৱা শিল ভৰ্তী As--05 C 5444 নম্বৰৰ ডাম্পাৰ খনৰ যন্ত্ৰাংশ খুলি যোৱাত সংঘৰ্ষ সৃষ্টি হয় আৰু টেংকাৰখন কাষৰ এঘৰৰ পকী দেৱাল ভাঙি বাৰীত সোমাই যায় ৷ এই ঘটনাৰ পিছত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি ণিয়ন্ত্ৰণকৰে ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট ৷

 26 November, 2020


গোলাঘাটৰ ৰাজপথত অঘটন  ৷

গোলাঘাট নগৰৰ পৰা

 দেৰগাঁৱলৈ যোৱা পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথত আজি দুপৰীয়া এক পথ দুৰ্ঘটনা সংঘটিত হয় ৷ As--05/C 2458 নম্বৰৰ খালি টেংকাৰখন কলেজ তিনিআলিৰ HP তেলডিপোৰ ওচৰত ৰাখি থোৱা অৱস্থাত গোলাঘাট চহৰ দিশৰপৰা যোৱা শিল ভৰ্তী As--05 C 5444 নম্বৰৰ ডাম্পাৰ খনৰ যন্ত্ৰাংশ খুলি যোৱাত সংঘৰ্ষ সৃষ্টি হয় আৰু টেংকাৰখন কাষৰ এঘৰৰ পকী দেৱাল ভাঙি বাৰীত সোমাই যায় ৷ এই ঘটনাৰ পিছত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি ণিয়ন্ত্ৰণকৰে ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট ৷


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...