Wednesday, 25 November 2020
25 November, 2020 বীৰ লাচিত সেনাই যোৱা কালি গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু সমুহ জিলা বাসী ৰাইজৰ সহযোগত গোলাঘাট এমেচাৰ থিয়েটাৰ চ'চাইটি ত বীৰ লাচিত দিৱস উদযাপন কৰা হয়। অনুষ্ঠান ৰ আৰম্ভণিতে পতাকা উত্তোলন , আৰু বীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবি ত মাল্য অৰ্পণৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে। উক্ত সভাত গোলাঘাটৰ বিশিষ্ট নাট্যকাৰ তথা পৰিচালক তথা দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰবক্তা দিনেশ গগৈ লগতে উপস্থিত থাকে বহু কেইজন গন্য মান্য ব্যক্তি। গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট NORTHEAST NEWS INDIA
25 November, 2020
বীৰ লাচিত সেনাই যোৱা কালি
গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু সমুহ জিলা বাসী ৰাইজৰ সহযোগত গোলাঘাট এমেচাৰ থিয়েটাৰ চ'চাইটি ত বীৰ লাচিত দিৱস উদযাপন কৰা হয়। অনুষ্ঠান ৰ আৰম্ভণিতে পতাকা উত্তোলন , আৰু বীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবি ত মাল্য অৰ্পণৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে।
উক্ত সভাত গোলাঘাটৰ বিশিষ্ট নাট্যকাৰ তথা পৰিচালক তথা দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰবক্তা দিনেশ গগৈ লগতে উপস্থিত থাকে বহু কেইজন গন্য মান্য ব্যক্তি।
গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট NORTHEAST NEWS INDIA
25 November, 2020 *লখিমপুৰ শ্ৰদ্ধাঞ্জলি* Date :- 25/11/2020 আজিও অসমৰ বিভিন্ন প্ৰান্তত শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। অসমৰ এজন বয়সীয়াল ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ মৃত্যুত সকলো মৰ্মাহত হৈ পৰিছে। সেয়েহে আজি শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন হৈছে অসমৰ বিভিন্ন প্ৰান্তত। লখিমপুৰতো নগৰৰ মূখ্য চাৰিআলিত মহেশ্বৰী যুৱ সংগঠণ লখিমপুৰ শাখাই এক শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে। এই অনুষ্ঠানত উপষ্টিত থাকে চেম্বাৰ্চ অফ কৰ্মাচৰ সম্পাদক নন্দ কিচুৰ ৰাথি আৰু উপ সভাপতি চাদ্দিকুল হুইছেন। লখিমপুৰৰ পৰা ৰাহান উদ্দিন আহমেদ NORTHEAST NEWS INDIA
25 November, 2020
*লখিমপুৰ শ্ৰদ্ধাঞ্জলি* Date :- 25/11/2020
আজিও অসমৰ বিভিন্ন প্ৰান্তত শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে।
অসমৰ এজন বয়সীয়াল ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ মৃত্যুত সকলো মৰ্মাহত হৈ পৰিছে। সেয়েহে আজি শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন হৈছে অসমৰ বিভিন্ন প্ৰান্তত। লখিমপুৰতো নগৰৰ মূখ্য চাৰিআলিত মহেশ্বৰী যুৱ সংগঠণ লখিমপুৰ শাখাই এক শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে। এই অনুষ্ঠানত উপষ্টিত থাকে চেম্বাৰ্চ অফ কৰ্মাচৰ সম্পাদক নন্দ কিচুৰ ৰাথি আৰু উপ সভাপতি চাদ্দিকুল হুইছেন।
লখিমপুৰৰ পৰা ৰাহান উদ্দিন আহমেদ NORTHEAST NEWS INDIA
Tuesday, 24 November 2020
24 November, 2020 *লখিমপুৰ শ্ৰদ্ধাঞ্জলি* Date :- 24/11/2020 আজি অসমৰ বিভিন্ন প্ৰান্তত শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। অসমৰ এজন বয়সীয়াল ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ মৃত্যুত সকলো মৰ্মাহত হৈ পৰিছে। সেয়েহে আজি শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন হৈছে অসমৰ বিভিন্ন প্ৰান্তত। লখিমপুৰতো বিভিন্ন প্ৰান্ত লগতে পূব চান্দমাৰী ৰাইজে পূব চান্দমাৰীত, কংগ্ৰেছ কৰ্মী সকলে জিলা ৰাজীৱ ভৱনত, টাই আহোম যুৱ ছাত্ৰ পৰিষদে চুকাফা ভৱনত আৰু টাই আহোম যুৱ পৰিষদৰ লগতে জাতীয়তাবাদী যুব পৰিষদে লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে। ইয়াৰ লগতে টাই আহোম যুৱ ছাত্ৰ পৰিষদ লখিমপুৰ জিলা সমিতিয়ে চুকাফা ভৱনত লাচিত দিৱসৰ উপলক্ষে বীৰ গৰাকীলৈ বন্তি প্ৰজ্বলনেৰে লাচিত দিৱস উৎযাপন কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news India
24 November, 2020
*লখিমপুৰ শ্ৰদ্ধাঞ্জলি* Date :- 24/11/2020
আজি অসমৰ বিভিন্ন প্ৰান্তত শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। অসমৰ এজন বয়সীয়াল ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ মৃত্যুত সকলো মৰ্মাহত হৈ পৰিছে। সেয়েহে আজি শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন হৈছে অসমৰ বিভিন্ন প্ৰান্তত। লখিমপুৰতো বিভিন্ন প্ৰান্ত লগতে পূব চান্দমাৰী ৰাইজে পূব চান্দমাৰীত, কংগ্ৰেছ কৰ্মী সকলে জিলা ৰাজীৱ ভৱনত, টাই আহোম যুৱ ছাত্ৰ পৰিষদে চুকাফা ভৱনত আৰু টাই আহোম যুৱ পৰিষদৰ লগতে জাতীয়তাবাদী যুব পৰিষদে লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে। ইয়াৰ লগতে টাই আহোম যুৱ ছাত্ৰ পৰিষদ লখিমপুৰ জিলা সমিতিয়ে চুকাফা ভৱনত লাচিত দিৱসৰ উপলক্ষে বীৰ গৰাকীলৈ বন্তি প্ৰজ্বলনেৰে লাচিত দিৱস উৎযাপন কৰে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news India
24 November, 2020 বোকাজানত অচিনাক্ত মৃতদেহ উদ্ধাৰ ২৪ নৱেম্বৰ ২০২০ বোকাজান আৰক্ষীয়ে আজি পুৱা বোকাজান আৰু চুঙাজান ৰেল ষ্টেচনৰ মাজৰ ৰেল আলিৰ মাজত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰে ৷ ৰেল বিভাগৰ বোকাজানৰ বোকাজানৰ ট্ৰেকমেনয়ে পুৱা প্ৰায় ৫-৩০ বজাত নিয়মীয়া তহল দিয়াৰ সময়ত ৰেল’ৱে কিল’মিটাৰ ২৭৫ৰ মাজৰ ৰেললাইনত এখন হাত আৰু এখন ভৰি কতা অৱস্থাত প্ৰায় ৩০ বছৰীয়া পুৰুষ জনৰ মৃতদেহ পৰিথকা দেখা পায় ৷ পুৱতীনিশা নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইলৰ চেপাতে লোকজনৰ মৃত্যুহল বুলি ৰেল আৰক্ষীয়ে সন্দেহ কৰিছে ৷ অসমীয়া গামোচা আৰু চেক চাৰ্ট পৰিহিত লোকজনৰ মৃতদেহটো পিছত ৰেল আৰক্ষীয়ে উদ্ধাৰকৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ ছহিদ ।কুশলকোৱঁৰ অসামৰিক চিকিৎসালয়লৈ আনে ৷ বাতৰি লিখা সময়লৈ মৃতদেহটো চিনাক্ত হোৱা নাই ৷ চিনাক্তৰ বাবে মৃতদেহটো ছহিদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ত ৭২ ঘণ্টাৰ বাবে ৰখাৰ পিছত চিনাক্ত নহলে বিভাগীয় নীতিমতে ব্যবস্থা গ্ৰহণ কৰিব বুলি বোকাজান ৰেল আৰক্ষী সূত্ৰে জানিবলৈ দিছে ৷ঃ কল্পনা ফুকন ৰ ৰিৰ্পত গোলাঘাট
24 November, 2020
বোকাজানত অচিনাক্ত মৃতদেহ উদ্ধাৰ
২৪ নৱেম্বৰ ২০২০
বোকাজান আৰক্ষীয়ে আজি পুৱা বোকাজান আৰু চুঙাজান ৰেল ষ্টেচনৰ মাজৰ ৰেল আলিৰ মাজত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰে ৷ ৰেল বিভাগৰ বোকাজানৰ বোকাজানৰ ট্ৰেকমেনয়ে পুৱা প্ৰায় ৫-৩০ বজাত নিয়মীয়া তহল দিয়াৰ সময়ত ৰেল’ৱে কিল’মিটাৰ ২৭৫ৰ মাজৰ ৰেললাইনত এখন হাত আৰু এখন ভৰি কতা অৱস্থাত
প্ৰায় ৩০ বছৰীয়া পুৰুষ জনৰ মৃতদেহ পৰিথকা দেখা পায় ৷ পুৱতীনিশা নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইলৰ চেপাতে লোকজনৰ মৃত্যুহল বুলি ৰেল আৰক্ষীয়ে সন্দেহ কৰিছে ৷ অসমীয়া গামোচা আৰু চেক চাৰ্ট পৰিহিত লোকজনৰ মৃতদেহটো পিছত ৰেল আৰক্ষীয়ে উদ্ধাৰকৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ ছহিদ ।কুশলকোৱঁৰ অসামৰিক চিকিৎসালয়লৈ আনে ৷ বাতৰি লিখা সময়লৈ মৃতদেহটো চিনাক্ত হোৱা নাই ৷ চিনাক্তৰ বাবে মৃতদেহটো ছহিদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ত ৭২ ঘণ্টাৰ বাবে ৰখাৰ পিছত চিনাক্ত নহলে বিভাগীয় নীতিমতে ব্যবস্থা গ্ৰহণ কৰিব বুলি বোকাজান ৰেল আৰক্ষী সূত্ৰে জানিবলৈ দিছে ৷ঃ কল্পনা ফুকন ৰ ৰিৰ্পত গোলাঘাট
24 November, 2020 লাচিত দিৱসৰ লগত সংগতি ৰাখি সেৱা ভাৰতীৰ পূৰ্বাঞ্চল আৰু নেচনেল মেডিক'জ অৰ্গেনাইজেশ্যন ৰ সহযোগত আজি গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ৰক্তদান শিবিৰ অনুষ্ঠিত হৈ যায়। ৰক্তদান মহান দান। ৰক্তদানে দিয়ে জীৱন দান। ইয়াত সৰ্বমুঠ প্ৰায় শতাধিক লোকে ৰক্তদান কৰে। এই বিষয়ে কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধিক্ষ্যক ড° চূৰেণ তামূলী য়ে এইদৰে কয়---- গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট NORTHEAST NEWS INDIA
24 November, 2020
লাচিত দিৱসৰ লগত সংগতি ৰাখি সেৱা ভাৰতীৰ পূৰ্বাঞ্চল আৰু নেচনেল মেডিক'জ অৰ্গেনাইজেশ্যন ৰ সহযোগত আজি গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ৰক্তদান শিবিৰ অনুষ্ঠিত হৈ যায়।
ৰক্তদান মহান দান। ৰক্তদানে দিয়ে জীৱন দান। ইয়াত সৰ্বমুঠ প্ৰায় শতাধিক লোকে ৰক্তদান কৰে। এই বিষয়ে কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধিক্ষ্যক ড° চূৰেণ তামূলী য়ে এইদৰে কয়----
গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট NORTHEAST NEWS INDIA
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...