Sunday, 22 November 2020
22 November, 2020 আপোনাৰ নাক কাতি সতিনীৰ যাত্ৰাভঙ্গৰ দৰে কাম কৰিলে এজন প্ৰাক্তন সৈনিকে ৷ দেশৰক্ষা তথা দেশৰ জনগণক সুৰক্ষা দিয়াৰ শপথ খোৱা এইজন প্ৰাক্তন সৈনিক গণেশ নেওগ ৷ এওৰ ঘৰ গোলাঘাটৰ কুঁৱৰীপথাৰ গুৱালটুপত ৷ চাকৰিৰ পৰা অৱসৰ লৈ গুৱালটুপৰ স্থায়ী বাসিন্দা হ’ল ৷ সমাজৰ লগত মিলেৰে থাকি সেহতিয়াকৈ তেও “আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰাভঙ্গৰ” দৰে দুস্কায্যত লীপ্ত হ’ল ৷ সেয়েহে শনিবাৰে তেওৰ ওপৰত স্হানীয় শিৱ মন্দিৰ চৌহদত এখন সভা অনুষ্ঠিত হ"ল ৷ আৰু সভাতেই তেওকৰা দুস্কায্যৰ কথা নিজমুখে স্বীকাৰ কৰি সৈ কঢ়াৰ লগতে ভৱিষ্যতে এনে নকৰাৰ লিখিত প্ৰতিশ্ৰুতি ও দিলে ৷ এতিয়া ঘটনাটো শুনক ৷ গণেশ নেওগে প্ৰাক্তন সৈনিকৰ পেঞ্চন লাভকৰা বাবে গোলাঘাট খাদ্যও অসামৰিক বিভাগে তেওৰ চৰকাৰি ৰেচন কাৰ্ডৰ নাম বাটিল কৰিলে ৷ ইয়াতে খৰ্গহস্তহৈ তেও স্থানীয় সুলভ মূল্যৰ দোকানী ভবেন দাসৰ বিৰুদ্ধে বিভাগত এক অভিযোগ দিলে ৷ ২২ জনীয়া এখন হিতাধিকাৰীৰ তালিকা লিখি দি উল্লেখকৰিলে যে এই সকল ধনী মানুহ ৷ গাড়ী আৰু আন সম্পত্তিৰ অধিকাৰি ৷ সুলভমূল্যৰ দোকানীয়ে এওলোকক চৰকাৰি দুখিয়া হিতাধিকাৰী সজাইছে ৷ এই আবেদন পোৱাৰ পিছতেই বিভাগীয় দায়ীত্বত থকা বিষয়াই আগ পিছ নুগুনি কোনো তদন্ত নকৰাকৈ ২২ গৰাকী দুখিয়া হিতাধিকাৰীৰ ৰেচন কাৰ্ডৰ নাম কাতিলে ৷ ফলত চৰকাৰি সুবিধা বন্ধ হ’ল৷ ২২ টা দুখিয়া পৰিয়ালৰ ৷ বিষয়টো জানিবপাৰি খঙত টিঙিৰিতুলাহৈ ৰাইজে আয়োজন কৰা সভাত দোষ স্বীকাৰ কৰি ক্ষমাখুজিলে এই মহান প্ৰাক্তন সৈনিক জনে ৷::: প্ৰকাশ শৰ্মা গোলাঘাট
22 November, 2020
আপোনাৰ নাক কাতি
সতিনীৰ যাত্ৰাভঙ্গৰ দৰে কাম কৰিলে এজন প্ৰাক্তন সৈনিকে ৷
দেশৰক্ষা তথা দেশৰ জনগণক সুৰক্ষা দিয়াৰ শপথ খোৱা এইজন প্ৰাক্তন সৈনিক গণেশ নেওগ ৷ এওৰ ঘৰ গোলাঘাটৰ কুঁৱৰীপথাৰ গুৱালটুপত ৷ চাকৰিৰ পৰা অৱসৰ লৈ গুৱালটুপৰ স্থায়ী বাসিন্দা হ’ল ৷ সমাজৰ লগত মিলেৰে থাকি সেহতিয়াকৈ তেও “আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰাভঙ্গৰ” দৰে দুস্কায্যত লীপ্ত হ’ল ৷ সেয়েহে শনিবাৰে তেওৰ ওপৰত স্হানীয় শিৱ মন্দিৰ চৌহদত এখন সভা অনুষ্ঠিত হ"ল ৷ আৰু সভাতেই তেওকৰা দুস্কায্যৰ কথা নিজমুখে স্বীকাৰ কৰি সৈ কঢ়াৰ লগতে ভৱিষ্যতে এনে নকৰাৰ লিখিত প্ৰতিশ্ৰুতি ও দিলে ৷ এতিয়া ঘটনাটো শুনক
৷ গণেশ নেওগে প্ৰাক্তন সৈনিকৰ পেঞ্চন লাভকৰা বাবে গোলাঘাট খাদ্যও অসামৰিক বিভাগে তেওৰ চৰকাৰি ৰেচন কাৰ্ডৰ নাম বাটিল কৰিলে ৷ ইয়াতে খৰ্গহস্তহৈ তেও স্থানীয় সুলভ মূল্যৰ দোকানী ভবেন দাসৰ বিৰুদ্ধে বিভাগত এক অভিযোগ দিলে ৷ ২২ জনীয়া এখন হিতাধিকাৰীৰ তালিকা লিখি দি উল্লেখকৰিলে যে এই সকল ধনী মানুহ ৷ গাড়ী আৰু আন সম্পত্তিৰ অধিকাৰি ৷ সুলভমূল্যৰ দোকানীয়ে এওলোকক চৰকাৰি দুখিয়া হিতাধিকাৰী সজাইছে ৷ এই আবেদন পোৱাৰ পিছতেই বিভাগীয় দায়ীত্বত থকা বিষয়াই আগ পিছ নুগুনি কোনো তদন্ত নকৰাকৈ ২২ গৰাকী দুখিয়া হিতাধিকাৰীৰ ৰেচন কাৰ্ডৰ নাম কাতিলে ৷ ফলত চৰকাৰি সুবিধা বন্ধ হ’ল৷ ২২ টা দুখিয়া পৰিয়ালৰ ৷ বিষয়টো জানিবপাৰি খঙত টিঙিৰিতুলাহৈ ৰাইজে আয়োজন কৰা সভাত দোষ স্বীকাৰ কৰি ক্ষমাখুজিলে এই মহান প্ৰাক্তন সৈনিক জনে ৷::: প্ৰকাশ শৰ্মা গোলাঘাট
22 November, 2020 দেওবাৰে উদ্ধাৰহ’ল দেও হাহঁ ৷ ক’ত কেনেকৈ চাও আহক ৷ গোলাঘাটৰ ছহিদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত দেওবাৰে সন্ধিয়া উদ্ধাৰ হয় এই দেওহাহঁৰ পোৱালীটো ৷ সাংবাদিক প্ৰকাশ শৰ্মা ; পাৰ্থপ্ৰতিম শইকীয়া আৰু চিকিৎসা কৰ্মী হৰেণ বৰা ; বাবুল দাস ; লোকেন্দ্ৰ বৰাৰ সন্মুখত সন্ধিয়া ওপৰৰপৰা উৰি আহি পৰিল দেও হাহঁৰ পোৱালীটো ৷ লগেলগে গোলাঘাট বনবিভাগৰ ৰেঞ্জাৰক ফোন কৰাত উপস্থিত হোৱা বনকৰ্মীৰ হাতত গটাই দিয়াহল পক্ষীটো ৷ বনবিভাগে দেওহাহঁবুলি নিশ্চিতকৰি স্বাস্থ্য পৰীক্ষাৰ বাবে লৈগ’ল পশুপালন বিভাগলৈ ৷ :: কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷
22 November, 2020
দেওবাৰে উদ্ধাৰহ’ল দেও হাহঁ ৷ ক’ত কেনেকৈ চাও আহক ৷
গোলাঘাটৰ ছহিদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত দেওবাৰে সন্ধিয়া উদ্ধাৰ হয় এই দেওহাহঁৰ পোৱালীটো ৷ সাংবাদিক প্ৰকাশ শৰ্মা ; পাৰ্থপ্ৰতিম শইকীয়া আৰু চিকিৎসা কৰ্মী হৰেণ বৰা ; বাবুল দাস ; লোকেন্দ্ৰ বৰাৰ সন্মুখত সন্ধিয়া ওপৰৰপৰা উৰি আহি পৰিল দেও হাহঁৰ পোৱালীটো ৷ লগেলগে গোলাঘাট বনবিভাগৰ ৰেঞ্জাৰক ফোন কৰাত উপস্থিত হোৱা বনকৰ্মীৰ হাতত গটাই দিয়াহল পক্ষীটো ৷ বনবিভাগে দেওহাহঁবুলি নিশ্চিতকৰি স্বাস্থ্য পৰীক্ষাৰ বাবে লৈগ’ল পশুপালন বিভাগলৈ ৷ :: কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷
22 November, 2020 *লখিমপুৰ ফুটবল খেল* বিগত ১০ বছৰৰ দৰে এইবছৰো নগৰৰ পশ্চিমাঞ্চলৰ খেলপথাৰত অনুস্থিত হৈছে ৰাজ্যিক ভিত্তিত মুকলি প্ৰাইজমাণি ফুটবল প্ৰতিযোগীতা আজি এই প্ৰতিযোগিতা উদ্ধোধনী খেলখন গোগামুখ ইস্পৰ্তচ একাডেমি আৰু হাৰমতী টুলিপচ ইস্পৰ্তচ একাডেমি মাজত অনুস্থিত হয়। লখিমপুৰ নগৰৰ পশ্চিমাঞ্চল ক্ৰিয়া সন্থাৰ তত্বৱধানত হাতীলোং ফুটবল ক্'চিং চেন্টাৰৰ উদ্যোগত অনুষ্টিত হোৱা ন-কাউট খেলখনৰ উদ্ধোধনী খেলখনত গোগামুখ ইস্পৰ্তচ একাডেমি য়ে হাৰমতী টুলিপচ ইস্পৰ্তচ একাডেমিক ২/১ গলত পৰাস্ত কৰে। লখিমপুৰৰ পৰা ৰাহান উদ্দিন আহমেদ northeast news India
22 November, 2020
*লখিমপুৰ ফুটবল খেল*
বিগত ১০ বছৰৰ দৰে এইবছৰো নগৰৰ পশ্চিমাঞ্চলৰ খেলপথাৰত অনুস্থিত হৈছে ৰাজ্যিক ভিত্তিত মুকলি প্ৰাইজমাণি ফুটবল প্ৰতিযোগীতা আজি এই প্ৰতিযোগিতা উদ্ধোধনী খেলখন গোগামুখ ইস্পৰ্তচ একাডেমি আৰু হাৰমতী টুলিপচ ইস্পৰ্তচ একাডেমি মাজত অনুস্থিত হয়। লখিমপুৰ নগৰৰ পশ্চিমাঞ্চল ক্ৰিয়া সন্থাৰ তত্বৱধানত হাতীলোং ফুটবল ক্'চিং চেন্টাৰৰ উদ্যোগত অনুষ্টিত হোৱা ন-কাউট খেলখনৰ উদ্ধোধনী খেলখনত গোগামুখ ইস্পৰ্তচ একাডেমি য়ে হাৰমতী টুলিপচ ইস্পৰ্তচ একাডেমিক ২/১ গলত পৰাস্ত কৰে।
লখিমপুৰৰ পৰা ৰাহান উদ্দিন আহমেদ northeast news India
22 November, 2020 *লখিমপুৰ NCC* Date :- 22/11/2020 আজি ৭২ সংখ্যক NCC দিৱস। এই উপলক্ষে লখিমপুৰ জিলা NCC তৰফৰ পৰা লখিমপুৰ LTK মহাবিদ্যালয়ৰ প্ৰক্ষাগৃহত বাৰে ৰহনীয়া সাস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে। এই সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰে LTK মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বুবুল শইকীয়াই। এই অনুষ্ঠানত LTK মহাবিদ্যালয়, লখিমপুৰ ছোৱালী মহাবিদ্যালয়, ধেমাজি মহাবিদ্যালয়ৰ আৰু ধেমাজি ছোৱালী মহাবিদ্যালয়ে অংশ গ্ৰহণ কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news India
22 November, 2020
*লখিমপুৰ NCC* Date :- 22/11/2020
আজি ৭২ সংখ্যক NCC দিৱস।
এই উপলক্ষে লখিমপুৰ জিলা NCC তৰফৰ পৰা লখিমপুৰ LTK মহাবিদ্যালয়ৰ প্ৰক্ষাগৃহত বাৰে ৰহনীয়া সাস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে। এই সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰে LTK মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বুবুল শইকীয়াই। এই অনুষ্ঠানত LTK মহাবিদ্যালয়, লখিমপুৰ ছোৱালী মহাবিদ্যালয়, ধেমাজি মহাবিদ্যালয়ৰ আৰু ধেমাজি ছোৱালী মহাবিদ্যালয়ে অংশ গ্ৰহণ কৰে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news India
22 November, 2020 *লখিমপুৰ পথ* Date :- 22/11/2020 বৰ্ত্তমান লখিমপুৰৰ প্ৰায় বিলাক পথ মেৰামতিৰ কাম চলি আছে। তেনে এটা পথ হৈছে লখিমপুৰৰ লিলাবাৰী পৰা চিয়াজুলি লৈ। অসম অৰুনাচল সীমান্তৱৰ্তী এই পথ ছোৱা ছিগনেছাৰ প্ৰজেক্টৰ অধীনত ২০১৯-২০২০ বৰ্ষৰ শিতানত মুঠ ১০ কোটি টকা। ঠিকাদাৰে যাতে কোনোধৰণৰ গাফিলতি নকৰি পৰিকল্পনা আৰু প্ৰাক্ কলন অনুসৰি পথৰ কাম সম্পূৰ্ণ কৰে তাকে অনুৰোধ জনাই লখিমপুৰ জিলা উপায়ুক্তৰ জৰিয়তে গড়কাপ্তানি মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ লগতে ইয়াৰ প্ৰতিলিপি জিলা উপায়ুক্তৰ, কাৰ্য্যবাহী অভিযন্তা আৰু সহকাৰী কাৰ্য্যবাহী অভিযন্তালৈয়ো প্ৰেৰণ কৰে অঞ্চল বাসী ৰাইজে। লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news india
22 November, 2020
*লখিমপুৰ পথ* Date :- 22/11/2020
বৰ্ত্তমান লখিমপুৰৰ প্ৰায় বিলাক পথ মেৰামতিৰ কাম চলি আছে। তেনে এটা পথ হৈছে লখিমপুৰৰ লিলাবাৰী পৰা চিয়াজুলি লৈ। অসম অৰুনাচল সীমান্তৱৰ্তী এই পথ ছোৱা ছিগনেছাৰ প্ৰজেক্টৰ অধীনত ২০১৯-২০২০ বৰ্ষৰ শিতানত মুঠ ১০ কোটি টকা। ঠিকাদাৰে যাতে কোনোধৰণৰ গাফিলতি নকৰি পৰিকল্পনা আৰু প্ৰাক্ কলন অনুসৰি পথৰ কাম সম্পূৰ্ণ কৰে তাকে অনুৰোধ জনাই লখিমপুৰ জিলা উপায়ুক্তৰ জৰিয়তে গড়কাপ্তানি মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ লগতে ইয়াৰ প্ৰতিলিপি জিলা উপায়ুক্তৰ, কাৰ্য্যবাহী অভিযন্তা আৰু সহকাৰী কাৰ্য্যবাহী অভিযন্তালৈয়ো প্ৰেৰণ কৰে অঞ্চল বাসী ৰাইজে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news india
Saturday, 21 November 2020
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...