Monday, 23 November 2020

23 November, 2020 নাৰী শক্তি জাগ্ৰত কৰাৰ উদ্দেশ্যে গোলাঘাট নগৰৰ ৯ নম্বৰ ৱাৰ্ডত আজি মহিলাৰ দ্বাৰা গঠন কৰা হয় বুথ কমিটি। কমিটীৰ খনৰ মুখ্য লক্ষ্য আৰু উদ্দেশ্য হ'ল গোলাঘাট নগৰৰ প্ৰতিটো ৱাৰ্ডৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ হিতাধিকাৰীসকলে পাব লগীয়া আঁচনি ৰ পৰা যাতে বঞ্চিত নহয় এইয়াই মূল লক্ষ্য আৰু উদ্দেশ্য। গোলাঘাট নগৰ মহিলা মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হোৱা সভা খনত উপস্থিত থাকে নগৰ মহিলা মৰ্চাৰ সভানেত্ৰী জুমি দূৱৰা, উপ সভানেত্ৰী ৰাণু ফুকনকে আদি কৰি গোলাঘাট নগৰৰ ৯ নম্বৰ ৱাৰ্ডৰ লগতে ৫ নম্বৰ ৱাৰ্ডৰ অৰ্ধশতাধিক মহিলা উপস্থিত থাকে। উক্ত সভাতে গোলাঘাট নগৰৰ ৰ ৯নম্বৰ ৱাৰ্ডৰ ১৪ নম্বৰ বুথৰ আৰু ৫ নম্বৰ ৱাৰ্ডৰ ৩২ নম্বৰ বুথৰ লগতে প্ৰতিটো ৱাৰ্ডৰ বুথতে একোখনকৈ মহিলা মৰ্চা কমিটি গঠন কৰা হয়। গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট NORTHEAST NEWS INDIA

 23 November, 2020


নাৰী শক্তি জাগ্ৰত কৰাৰ উদ্দেশ্যে গোলাঘাট নগৰৰ ৯ নম্বৰ ৱাৰ্ডত আজি মহিলাৰ দ্বাৰা গঠন কৰা হয় বুথ কমিটি। কমিটীৰ খনৰ মুখ্য লক্ষ্য আৰু উদ্দেশ্য হ'ল গোলাঘাট নগৰৰ প্ৰতিটো ৱাৰ্ডৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ হিতাধিকাৰীসকলে পাব লগীয়া আঁচনি ৰ পৰা যাতে বঞ্চিত নহয় এইয়াই মূল লক্ষ্য আৰু উদ্দেশ্য। গোলাঘাট নগৰ মহিলা মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হোৱা সভা খনত উপস্থিত থাকে নগৰ মহিলা মৰ্চাৰ সভানেত্ৰী জুমি দূৱৰা, উপ সভানেত্ৰী ৰাণু ফুকনকে আদি কৰি গোলাঘাট নগৰৰ ৯ নম্বৰ ৱাৰ্ডৰ লগতে ৫ নম্বৰ ৱাৰ্ডৰ অৰ্ধশতাধিক মহিলা উপস্থিত থাকে। উক্ত সভাতে গোলাঘাট নগৰৰ ৰ  ৯নম্বৰ ৱাৰ্ডৰ ১৪ নম্বৰ বুথৰ আৰু ৫ নম্বৰ ৱাৰ্ডৰ ৩২ নম্বৰ বুথৰ লগতে প্ৰতিটো ৱাৰ্ডৰ বুথতে  একোখনকৈ মহিলা মৰ্চা কমিটি গঠন কৰা হয়।


গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট NORTHEAST NEWS INDIA


23 November, 2020 শোকস্তব্ধ দেশবাসী। সকলোকে কন্দুৱাই এই পৃথিৱীৰ পৰা বিদায় মাগিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। ৰাজ্যবাসীক শোকস্তব্ধ কৰি আজি সন্ধিয়া ৫:৩৪ বজাত চিৰ বিদায় মাগিলে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। তেওঁৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰে সমগ্ৰ ৰাজ্যতে। NORTHEAST NEWS INDIA চিৰ বিদায় মাগিলে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। তেওঁৰ মৃত্যুত গভীৰ সমবেদনা জনাইছো নৰ্থইষ্ট নিউজ ইণ্ডিয়া ফালৰ পৰা।

 23 November, 2020


শোকস্তব্ধ দেশবাসী। সকলোকে কন্দুৱাই এই পৃথিৱীৰ পৰা বিদায় মাগিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। ৰাজ্যবাসীক শোকস্তব্ধ কৰি আজি সন্ধিয়া ৫:৩৪ বজাত চিৰ বিদায় মাগিলে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। তেওঁৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰে সমগ্ৰ ৰাজ্যতে।

NORTHEAST NEWS INDIA


চিৰ বিদায় মাগিলে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। তেওঁৰ মৃত্যুত গভীৰ সমবেদনা জনাইছো

নৰ্থইষ্ট নিউজ ইণ্ডিয়া ফালৰ পৰা।


Sunday, 22 November 2020

22 November, 2020Covid19 Assam and actions taken as on 21/11/2020.

22 November, 2020

Covid19 Assam and actions taken as on 21/11/2020.

22 November, 2020 আপোনাৰ নাক কাতি সতিনীৰ যাত্ৰাভঙ্গৰ দৰে কাম কৰিলে এজন প্ৰাক্তন সৈনিকে ৷ দেশৰক্ষা তথা দেশৰ জনগণক সুৰক্ষা দিয়াৰ শপথ খোৱা এইজন প্ৰাক্তন সৈনিক গণেশ নেওগ ৷ এওৰ ঘৰ গোলাঘাটৰ কুঁৱৰীপথাৰ গুৱালটুপত ৷ চাকৰিৰ পৰা অৱসৰ লৈ গুৱালটুপৰ স্থায়ী বাসিন্দা হ’ল ৷ সমাজৰ লগত মিলেৰে থাকি সেহতিয়াকৈ তেও “আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰাভঙ্গৰ” দৰে দুস্কায্যত লীপ্ত হ’ল ৷ সেয়েহে শনিবাৰে তেওৰ ওপৰত স্হানীয় শিৱ মন্দিৰ চৌহদত এখন সভা অনুষ্ঠিত হ"ল ৷ আৰু সভাতেই তেওকৰা দুস্কায্যৰ কথা নিজমুখে স্বীকাৰ কৰি সৈ কঢ়াৰ লগতে ভৱিষ্যতে এনে নকৰাৰ লিখিত প্ৰতিশ্ৰুতি ও দিলে ৷ এতিয়া ঘটনাটো শুনক ৷ গণেশ নেওগে প্ৰাক্তন সৈনিকৰ পেঞ্চন লাভকৰা বাবে গোলাঘাট খাদ্যও অসামৰিক বিভাগে তেওৰ চৰকাৰি ৰেচন কাৰ্ডৰ নাম বাটিল কৰিলে ৷ ইয়াতে খৰ্গহস্তহৈ তেও স্থানীয় সুলভ মূল্যৰ দোকানী ভবেন দাসৰ বিৰুদ্ধে বিভাগত এক অভিযোগ দিলে ৷ ২২ জনীয়া এখন হিতাধিকাৰীৰ তালিকা লিখি দি উল্লেখকৰিলে যে এই সকল ধনী মানুহ ৷ গাড়ী আৰু আন সম্পত্তিৰ অধিকাৰি ৷ সুলভমূল্যৰ দোকানীয়ে এওলোকক চৰকাৰি দুখিয়া হিতাধিকাৰী সজাইছে ৷ এই আবেদন পোৱাৰ পিছতেই বিভাগীয় দায়ীত্বত থকা বিষয়াই আগ পিছ নুগুনি কোনো তদন্ত নকৰাকৈ ২২ গৰাকী দুখিয়া হিতাধিকাৰীৰ ৰেচন কাৰ্ডৰ নাম কাতিলে ৷ ফলত চৰকাৰি সুবিধা বন্ধ হ’ল৷ ২২ টা দুখিয়া পৰিয়ালৰ ৷ বিষয়টো জানিবপাৰি খঙত টিঙিৰিতুলাহৈ ৰাইজে আয়োজন কৰা সভাত দোষ স্বীকাৰ কৰি ক্ষমাখুজিলে এই মহান প্ৰাক্তন সৈনিক জনে ৷::: প্ৰকাশ শৰ্মা গোলাঘাট

 22 November, 2020


আপোনাৰ নাক কাতি

 সতিনীৰ যাত্ৰাভঙ্গৰ দৰে কাম কৰিলে এজন প্ৰাক্তন সৈনিকে ৷


দেশৰক্ষা তথা দেশৰ জনগণক সুৰক্ষা দিয়াৰ শপথ খোৱা এইজন প্ৰাক্তন সৈনিক গণেশ নেওগ ৷ এওৰ ঘৰ গোলাঘাটৰ কুঁৱৰীপথাৰ গুৱালটুপত ৷ চাকৰিৰ পৰা অৱসৰ লৈ গুৱালটুপৰ স্থায়ী বাসিন্দা হ’ল ৷ সমাজৰ লগত মিলেৰে থাকি  সেহতিয়াকৈ তেও “আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰাভঙ্গৰ” দৰে দুস্কায্যত লীপ্ত হ’ল ৷ সেয়েহে শনিবাৰে তেওৰ ওপৰত স্হানীয় শিৱ মন্দিৰ চৌহদত এখন সভা অনুষ্ঠিত হ"ল ৷ আৰু সভাতেই তেওকৰা দুস্কায্যৰ কথা নিজমুখে স্বীকাৰ কৰি সৈ কঢ়াৰ লগতে ভৱিষ্যতে এনে নকৰাৰ লিখিত প্ৰতিশ্ৰুতি ও দিলে ৷ এতিয়া ঘটনাটো শুনক

 ৷ গণেশ নেওগে প্ৰাক্তন সৈনিকৰ পেঞ্চন লাভকৰা বাবে গোলাঘাট খাদ্যও অসামৰিক বিভাগে তেওৰ চৰকাৰি ৰেচন কাৰ্ডৰ নাম বাটিল কৰিলে  ৷ ইয়াতে খৰ্গহস্তহৈ তেও স্থানীয় সুলভ মূল্যৰ দোকানী ভবেন দাসৰ বিৰুদ্ধে বিভাগত এক অভিযোগ দিলে ৷ ২২ জনীয়া এখন হিতাধিকাৰীৰ তালিকা লিখি দি উল্লেখকৰিলে যে এই সকল ধনী মানুহ ৷ গাড়ী আৰু আন সম্পত্তিৰ অধিকাৰি ৷ সুলভমূল্যৰ দোকানীয়ে এওলোকক চৰকাৰি দুখিয়া হিতাধিকাৰী সজাইছে ৷ এই আবেদন পোৱাৰ পিছতেই বিভাগীয় দায়ীত্বত থকা বিষয়াই আগ পিছ নুগুনি কোনো তদন্ত নকৰাকৈ ২২ গৰাকী দুখিয়া হিতাধিকাৰীৰ ৰেচন কাৰ্ডৰ নাম কাতিলে ৷ ফলত চৰকাৰি সুবিধা বন্ধ হ’ল৷ ২২ টা দুখিয়া পৰিয়ালৰ  ৷ বিষয়টো জানিবপাৰি খঙত টিঙিৰিতুলাহৈ ৰাইজে আয়োজন কৰা সভাত দোষ স্বীকাৰ কৰি ক্ষমাখুজিলে এই মহান প্ৰাক্তন সৈনিক জনে ৷::: প্ৰকাশ শৰ্মা  গোলাঘাট


22 November, 2020 দেওবাৰে উদ্ধাৰহ’ল দেও হাহঁ ৷ ক’ত কেনেকৈ চাও আহক ৷ গোলাঘাটৰ ছহিদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত দেওবাৰে সন্ধিয়া উদ্ধাৰ হয় এই দেওহাহঁৰ পোৱালীটো ৷ সাংবাদিক প্ৰকাশ শৰ্মা ; পাৰ্থপ্ৰতিম শইকীয়া আৰু চিকিৎসা কৰ্মী হৰেণ বৰা ; বাবুল দাস ; লোকেন্দ্ৰ বৰাৰ সন্মুখত সন্ধিয়া ওপৰৰপৰা উৰি আহি পৰিল দেও হাহঁৰ পোৱালীটো ৷ লগেলগে গোলাঘাট বনবিভাগৰ ৰেঞ্জাৰক ফোন কৰাত উপস্থিত হোৱা বনকৰ্মীৰ হাতত গটাই দিয়াহল পক্ষীটো ৷ বনবিভাগে দেওহাহঁবুলি নিশ্চিতকৰি স্বাস্থ্য পৰীক্ষাৰ বাবে লৈগ’ল পশুপালন বিভাগলৈ ৷ :: কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

 22 November, 2020


দেওবাৰে উদ্ধাৰহ’ল দেও হাহঁ ৷ ক’ত কেনেকৈ চাও আহক ৷


গোলাঘাটৰ ছহিদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত দেওবাৰে সন্ধিয়া উদ্ধাৰ হয় এই দেওহাহঁৰ পোৱালীটো ৷ সাংবাদিক প্ৰকাশ শৰ্মা ; পাৰ্থপ্ৰতিম শইকীয়া আৰু চিকিৎসা কৰ্মী হৰেণ বৰা ; বাবুল দাস ; লোকেন্দ্ৰ বৰাৰ সন্মুখত সন্ধিয়া ওপৰৰপৰা উৰি আহি পৰিল দেও হাহঁৰ পোৱালীটো ৷ লগেলগে গোলাঘাট বনবিভাগৰ ৰেঞ্জাৰক ফোন কৰাত উপস্থিত হোৱা বনকৰ্মীৰ হাতত গটাই দিয়াহল পক্ষীটো ৷ বনবিভাগে দেওহাহঁবুলি নিশ্চিতকৰি স্বাস্থ্য পৰীক্ষাৰ বাবে লৈগ’ল পশুপালন বিভাগলৈ ৷ :: কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷


22 November, 2020 *লখিমপুৰ ফুটবল খেল* বিগত ১০ বছৰৰ দৰে এইবছৰো নগৰৰ পশ্চিমাঞ্চলৰ খেলপথাৰত অনুস্থিত হৈছে ৰাজ্যিক ভিত্তিত মুকলি প্ৰাইজমাণি ফুটবল প্ৰতিযোগীতা আজি এই প্ৰতিযোগিতা উদ্ধোধনী খেলখন গোগামুখ ইস্পৰ্তচ একাডেমি আৰু হাৰমতী টুলিপচ ইস্পৰ্তচ একাডেমি মাজত অনুস্থিত হয়। লখিমপুৰ নগৰৰ পশ্চিমাঞ্চল ক্ৰিয়া সন্থাৰ তত্বৱধানত হাতীলোং ফুটবল ক্'চিং চেন্টাৰৰ উদ্যোগত অনুষ্টিত হোৱা ন-কাউট খেলখনৰ উদ্ধোধনী খেলখনত গোগামুখ ইস্পৰ্তচ একাডেমি য়ে হাৰমতী টুলিপচ ইস্পৰ্তচ একাডেমিক ২/১ গলত পৰাস্ত কৰে। লখিমপুৰৰ পৰা ৰাহান উদ্দিন আহমেদ northeast news India

 22 November, 2020


*লখিমপুৰ ফুটবল খেল*


বিগত ১০ বছৰৰ দৰে এইবছৰো নগৰৰ পশ্চিমাঞ্চলৰ খেলপথাৰত অনুস্থিত হৈছে ৰাজ্যিক ভিত্তিত মুকলি প্ৰাইজমাণি ফুটবল প্ৰতিযোগীতা আজি এই প্ৰতিযোগিতা উদ্ধোধনী খেলখন গোগামুখ ইস্পৰ্তচ একাডেমি আৰু হাৰমতী টুলিপচ ইস্পৰ্তচ একাডেমি মাজত অনুস্থিত হয়। লখিমপুৰ নগৰৰ পশ্চিমাঞ্চল ক্ৰিয়া সন্থাৰ তত্বৱধানত হাতীলোং ফুটবল ক্'চিং চেন্টাৰৰ উদ্যোগত অনুষ্টিত হোৱা ন-কাউট খেলখনৰ উদ্ধোধনী খেলখনত গোগামুখ ইস্পৰ্তচ একাডেমি য়ে হাৰমতী টুলিপচ ইস্পৰ্তচ একাডেমিক ২/১ গলত পৰাস্ত কৰে।


লখিমপুৰৰ পৰা ৰাহান উদ্দিন  আহমেদ northeast news India


22 November, 2020 *লখিমপুৰ NCC* Date :- 22/11/2020 আজি ৭২ সংখ্যক NCC দিৱস। এই উপলক্ষে লখিমপুৰ জিলা NCC তৰফৰ পৰা লখিমপুৰ LTK মহাবিদ্যালয়ৰ প্ৰক্ষাগৃহত বাৰে ৰহনীয়া সাস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে। এই সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰে LTK মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বুবুল শইকীয়াই। এই অনুষ্ঠানত LTK মহাবিদ্যালয়, লখিমপুৰ ছোৱালী মহাবিদ্যালয়, ধেমাজি মহাবিদ্যালয়ৰ আৰু ধেমাজি ছোৱালী মহাবিদ্যালয়ে অংশ গ্ৰহণ কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news India

 22 November, 2020


*লখিমপুৰ NCC* Date :- 22/11/2020


 আজি ৭২ সংখ্যক NCC দিৱস।


 এই উপলক্ষে লখিমপুৰ জিলা NCC তৰফৰ পৰা লখিমপুৰ LTK মহাবিদ্যালয়ৰ প্ৰক্ষাগৃহত বাৰে ৰহনীয়া সাস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে। এই সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰে LTK মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বুবুল শইকীয়াই। এই অনুষ্ঠানত LTK মহাবিদ্যালয়, লখিমপুৰ ছোৱালী মহাবিদ্যালয়, ধেমাজি মহাবিদ্যালয়ৰ আৰু ধেমাজি ছোৱালী মহাবিদ্যালয়ে অংশ গ্ৰহণ কৰে।


লখিমপুৰৰ পৰা ৰাহান  আহমেদ northeast news India


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...