Tuesday, 10 November 2020

10 November, 2020Covid19 Assam and actions taken as on 09/11/2020.

10 November, 2020

Covid19 Assam and actions taken as on 09/11/2020.

10 November, 2020 কৃষক বজাৰত বীজ বিতৰণ কৰিলে কৃষি বিভাগে ৷ শাক পাচলি বিক্ৰীৰ ক্ষেত্ৰত কৃষক সকলক মধ্যভোগীৰ হাতোৰাৰ পৰা উদ্ধাৰৰ উদ্দেশ্যৰে গোলাঘাটৰ এৰেঙ্গাপাৰাত স্থাপন কৰা হৈছে কৃষক বজাৰ ৷ এই বজাৰখনত কৃষকসকলে পোনপটীয়াকৈ গ্ৰাহকক উচিত মূল্যত বিক্ৰীকৰি আহিছে কৃষিজাত ফচল ৷ কৃষকক গোলাঘাটজিলা কৃষি বিভাগে খেতিৰ বাবে সময়ে সময়ে সহায় কৰি আহিছে ৷ জিলা প্ৰশাসনে কৃষিবিভাগৰ সহযোগত স্প্ৰে মেচিন বিনামূলীয়াকৈ যোগান ধৰাৰ পিছত মঙ্গলবাৰে বাদামৰ বীজ আৰু গোমধানৰ বীজ বিতৰণ কৰে ৷ এই সন্দভত জিলা কৃষিবিষয়া নবীন চন্দ্ৰ বৰাই এনেদৰে মন্তব্য প্ৰকাশ কৰিলে ৷ আনহাতে উৎফুল্লিত কৃষকেও বিভাগটোৰ সলাগ ললে ৷ঃ প্ৰকাশ শৰ্মা গোলাঘাট ৷

 10 November, 2020


কৃষক বজাৰত বীজ বিতৰণ কৰিলে কৃষি বিভাগে ৷

শাক পাচলি বিক্ৰীৰ ক্ষেত্ৰত কৃষক সকলক মধ্যভোগীৰ হাতোৰাৰ পৰা উদ্ধাৰৰ উদ্দেশ্যৰে গোলাঘাটৰ এৰেঙ্গাপাৰাত স্থাপন কৰা হৈছে কৃষক বজাৰ ৷ এই বজাৰখনত কৃষকসকলে পোনপটীয়াকৈ গ্ৰাহকক উচিত মূল্যত বিক্ৰীকৰি আহিছে কৃষিজাত ফচল ৷ কৃষকক গোলাঘাটজিলা কৃষি বিভাগে খেতিৰ বাবে সময়ে সময়ে সহায় কৰি আহিছে ৷ জিলা প্ৰশাসনে কৃষিবিভাগৰ সহযোগত স্প্ৰে মেচিন বিনামূলীয়াকৈ যোগান ধৰাৰ পিছত মঙ্গলবাৰে বাদামৰ বীজ আৰু গোমধানৰ বীজ বিতৰণ কৰে ৷ এই সন্দভত জিলা কৃষিবিষয়া নবীন চন্দ্ৰ বৰাই এনেদৰে মন্তব্য প্ৰকাশ কৰিলে ৷ আনহাতে উৎফুল্লিত কৃষকেও বিভাগটোৰ সলাগ ললে ৷ঃ   প্ৰকাশ শৰ্মা গোলাঘাট ৷


10 November, 2020 অসমৰ এক উল্লেখনীয় পীঠস্থান ৷ কৰুণা মহামাৰীৰ উপসমৰ পিছত কি পৰিৱেশ চাও আহক ৷ এইয়া অসমৰ এখন উল্লেখনীয় ধৰ্মীয় স্থান শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ ৷ বছৰৰ কেওতা দিনতেই ভাৰতবৰ্ষৰ লগতে বিদেশৰ পৰাও ভক্তৰ আগমণঘটে এই আঠখেলীয়া নামঘৰলৈ ৷ নামঘৰ নিৰ্মাণত এসময়ত সংঘটিত দুনীতিৰ অভিযোগৰ আৰু কৰুণা ভাইৰাছৰ বাবে ইয়ালৈ ভক্তৰ আগমণ লাহেলাহে কমি গৈছিল ৷ কিন্ত এতিয়া পূৰ্বৰ দৰে ইয়ালৈ ভক্তৰ আগমন পূৰ্বৰ দৰে আৰম্ভ হৈছে ৷ পৰিচালনা সমিতিৰ তত্বাৱধানত পূৰ্বৰ দৰে পুৱা ৫ বজাৰ পৰা আৰম্ভণি হয় চাৰি প্ৰসংগ ৷ এই সন্দভত পৰিচালনা সমিতিৰ সম্পাদকে এনেদৰে মন্তব্য প্ৰকাশ কৰিলে ৷

 10 November, 2020


অসমৰ এক উল্লেখনীয় পীঠস্থান ৷ কৰুণা মহামাৰীৰ উপসমৰ পিছত কি পৰিৱেশ চাও আহক ৷ 

এইয়া অসমৰ এখন উল্লেখনীয় ধৰ্মীয় স্থান শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ ৷ বছৰৰ কেওতা দিনতেই ভাৰতবৰ্ষৰ লগতে বিদেশৰ পৰাও ভক্তৰ আগমণঘটে এই আঠখেলীয়া নামঘৰলৈ ৷ নামঘৰ নিৰ্মাণত এসময়ত সংঘটিত দুনীতিৰ অভিযোগৰ আৰু কৰুণা ভাইৰাছৰ বাবে ইয়ালৈ ভক্তৰ আগমণ লাহেলাহে কমি

 গৈছিল ৷ কিন্ত এতিয়া পূৰ্বৰ দৰে ইয়ালৈ ভক্তৰ আগমন পূৰ্বৰ দৰে আৰম্ভ হৈছে ৷ পৰিচালনা সমিতিৰ তত্বাৱধানত পূৰ্বৰ দৰে পুৱা ৫ বজাৰ পৰা আৰম্ভণি হয় চাৰি প্ৰসংগ ৷ এই সন্দভত পৰিচালনা সমিতিৰ সম্পাদকে এনেদৰে মন্তব্য প্ৰকাশ কৰিলে ৷


Monday, 9 November 2020

09 November, 2020 কৰুণা মহামাৰিৰ বাবেই গোলাঘাটৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বন্ধ হৈ পৰা এখন ৰেষ্টুৰেণ্ট পুণৰ ন - ৰূপত সজাই আৰম্ভণি কৰা হল ৷ এইখন গোলাঘাটৰ মাজমজিয়াত থকা ভোগ হোটেল ৷ সুদিৰ্ঘ দিনৰ পিছত ন-ৰূপত সজাই পৰাই দেওবাৰে পুণৰ গ্ৰাহকৰ বাবে শুভাৰম্ভ কৰা হ’ল ৷ গই সন্দভত ৰেষ্টুৰেণ্টত খনৰ স্বত্বাধিকাৰ ৰাম স্বৰূপ চোনীয়ে এনেদৰে ৰাইজলৈ আহ্বান জনালে ৷ ::: গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা ৷

 09 November, 2020


কৰুণা মহামাৰিৰ বাবেই গোলাঘাটৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বন্ধ হৈ পৰা এখন ৰেষ্টুৰেণ্ট পুণৰ ন - ৰূপত সজাই আৰম্ভণি কৰা হল ৷ এইখন গোলাঘাটৰ মাজমজিয়াত থকা ভোগ হোটেল ৷ সুদিৰ্ঘ দিনৰ পিছত ন-ৰূপত সজাই পৰাই দেওবাৰে পুণৰ গ্ৰাহকৰ বাবে শুভাৰম্ভ কৰা হ’ল ৷ গই সন্দভত ৰেষ্টুৰেণ্টত খনৰ স্বত্বাধিকাৰ ৰাম স্বৰূপ চোনীয়ে এনেদৰে ৰাইজলৈ আহ্বান জনালে ৷ ::: গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা ৷


09 November, 2020

Sunday, 8 November 2020

08 November, 2020 তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দল সমূহ। কিয়নো বিধানসভাৰ নিৰ্বাচন সমাগত ৷ গোলাঘাটৰ বিধায়িকা অজন্তা নেওগও ব্যস্তহৈ পৰিছে ভোটৰ অংকত । দেওবাৰে বিধায়ক গৰাকীয়ে কছাৰীহাটত জীৱনজ্যোতি বয়জ ক্লাবৰ এটা নৱ নিৰ্মিত গৃহ শুভ উদ্বোধন কৰে। বৰ্তমান বিধায়িকা অজন্তা নেওগৰ এটা সৰৱ চৰ্চাই গোলাঘাটত ব্যাপক ভাৱে প্ৰচাৰিত হৈছে। মানুহৰ মুখে মুখে এটাই কথা গোলাঘাটৰ বিধায়িকা, এসময়ৰ কংগ্ৰেছৰ কেবিনেট মন্ত্ৰী অজন্তা নেওগে বিজেপিত যোগদান কৰিব। এই বিষয়টোৱে ৰাজনৈতিক মহলত এক চৰ্চাৰ বিষয় হৈ পৰিছে। বিধায়িকা গৰাকী যদি বিজেপিত যোগদান কৰে তেন্তে তেওঁৰ সহিতে কংগ্ৰেছৰ সতীৰ্থ সকলে বিজেপি লৈ গমন কৰিব নে নাই এই বিষয়ে আলোচনা চলি থকা বুলি প্ৰচাৰ চলিছে । যিয়েই নহওক কিয়, নিৰ্বাচনৰ প্ৰাকক্ষণত অজন্তা নেওগে বিজেপিত যোগদান কৰা বিষয়টো ৰাজনৈতিক ভাৱে ব্যপক চৰ্চা লাভ কৰিছে। এই ক্ষেত্ৰত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মোৰ উত্তৰ আগৰ দৰে বুলি মন্তব্য কৰে । অবশ্যে ৰাজনীতিকৰ পালছ পোৱাটো কঠিন ৷ সময়েহেকব কোনদিশে যাব অজন্তাৰ নিৰ্বাচনি ৰণুৱাঘোৰা কৃষ্ণাক্ষী বৰা গোলাঘাট

 08 November, 2020


 তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দল সমূহ। কিয়নো বিধানসভাৰ নিৰ্বাচন সমাগত ৷  গোলাঘাটৰ বিধায়িকা অজন্তা নেওগও ব্যস্তহৈ পৰিছে ভোটৰ অংকত । দেওবাৰে বিধায়ক গৰাকীয়ে কছাৰীহাটত জীৱনজ্যোতি বয়জ ক্লাবৰ এটা নৱ নিৰ্মিত গৃহ শুভ উদ্বোধন কৰে। বৰ্তমান বিধায়িকা অজন্তা নেওগৰ এটা সৰৱ চৰ্চাই গোলাঘাটত ব্যাপক ভাৱে প্ৰচাৰিত হৈছে।  মানুহৰ মুখে মুখে এটাই কথা গোলাঘাটৰ বিধায়িকা, এসময়ৰ কংগ্ৰেছৰ  কেবিনেট  মন্ত্ৰী অজন্তা নেওগে বিজেপিত যোগদান কৰিব। এই বিষয়টোৱে ৰাজনৈতিক মহলত এক চৰ্চাৰ বিষয় হৈ পৰিছে।  বিধায়িকা গৰাকী যদি বিজেপিত যোগদান কৰে তেন্তে তেওঁৰ সহিতে কংগ্ৰেছৰ সতীৰ্থ সকলে বিজেপি লৈ গমন কৰিব নে নাই এই বিষয়ে আলোচনা চলি থকা বুলি প্ৰচাৰ চলিছে । যিয়েই নহওক কিয়, নিৰ্বাচনৰ প্ৰাকক্ষণত অজন্তা নেওগে বিজেপিত যোগদান কৰা বিষয়টো ৰাজনৈতিক ভাৱে ব্যপক চৰ্চা লাভ কৰিছে। এই ক্ষেত্ৰত সাংবাদিকে  কৰা  প্ৰশ্নৰ উত্তৰত  মোৰ উত্তৰ আগৰ দৰে বুলি মন্তব্য কৰে ।

অবশ্যে ৰাজনীতিকৰ পালছ পোৱাটো কঠিন ৷ সময়েহেকব   কোনদিশে যাব অজন্তাৰ নিৰ্বাচনি ৰণুৱাঘোৰা 


কৃষ্ণাক্ষী বৰা গোলাঘাট


08 November, 2020Covid19 Assam and actions taken as 07/11/2020.

08 November, 2020

Covid19 Assam and actions taken as 07/11/2020.

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...