Tuesday, 3 November 2020

03 November, 2020Covid19 Assam and actions taken as on 02/11/2020.

03 November, 2020

Covid19 Assam and actions taken as on 02/11/2020.

03 November, 2020 গোলাঘাট আবকাৰী বিভাগে সোমবাৰে আবেলি জামুগুৰিৰ চিপাহীবাৰিত এক বিশেষ অভিযান চলাই এটা সুৰা মাফিয়াৰ ঘৰত বৃহৎ পৰিমানৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে।গোলাঘাটৰ জিলাৰ আৱকাৰী অধীক্ষক মানৱী দাসৰ নেতৃত্বত যোৱা আবকাৰী দলটোৱে জামুগুৰি থানাৰ অন্তগৰ্ত চিপাহীবাৰীত অভিযান চলাই যোগেন গিৰি নামৰ এটা কুখ্যাত সুৰা মাফিয়াৰ ব্যৱসায় প্ৰতিষ্ঠান আৰু ঘৰৰ পৰা বৃহৎ পৰিমানৰ অবৈধ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। অভিযান কালত দলটোৱে দি,এচ,পি ব্লেক ৫ কেচ, এচি ব্লেক ২ কেচ, বিয়েৰ ১৪ কেচ, মস্তি স্পেচিয়েল ৩৩ কেচ বিলাতী সুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ যোগ্য যে এই সুৰা মাফিয়াটোৰ সহযোগতে সমগ্ৰ জামুগুৰি অঞ্চলত অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলি আছিল। বদমাচ মহা ধুৰন্ধৰ দাদাগিৰি কৰি লোকৰ বস্তু কাঢ়ি খোৱা এইটো পাখণ্ডৰ আৰু আছে অনেক কাহিনী। এও সোঁৱে-বাঁওৱে অঘোষিত দেহৰক্ষী হিচাবে কেইটামান মদাহী লগত লৈ ফূৰা যোগেন গিৰিৰ অৱশ্যে মদাহী সমাজত ডন হিছাপে পৰিচিত। ,এ,টি, এমৰ দৰে যেতিয়াই তেতিয়াই সুৰা যোগান দিব পৰা একমাত্ৰ তেওঁৱেই ব্যক্তি। প্ৰায় দহখনৰো অধিক চাহ বাগানত সুৰা যোগান ধৰা যোগেন গিৰি বৰ্তমান জামুগুৰি অঞ্চলৰ কুখ্যাত সুৰাসম্ৰাট হৈ পৰিছে। অ'ত বছৰে মাফিয়াৰাজ চলাই থকা সমাজৰ কলংক যোগেন গিৰিৰ সন্দৰ্ভত অনাগত দিনত আৱকাৰী বিভাগে আদালতত কি প্ৰতিবেদন দিয়ে সেয়াহে লক্ষণীয় হ'ব। : প্ৰকাশ শৰ্মা গোলাঘাট

 03 November, 2020


গোলাঘাট আবকাৰী বিভাগে সোমবাৰে আবেলি জামুগুৰিৰ চিপাহীবাৰিত এক  বিশেষ অভিযান চলাই এটা সুৰা মাফিয়াৰ ঘৰত বৃহৎ পৰিমানৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে।গোলাঘাটৰ জিলাৰ আৱকাৰী অধীক্ষক মানৱী দাসৰ নেতৃত্বত যোৱা আবকাৰী দলটোৱে জামুগুৰি থানাৰ অন্তগৰ্ত চিপাহীবাৰীত অভিযান চলাই যোগেন গিৰি নামৰ এটা কুখ্যাত সুৰা মাফিয়াৰ ব্যৱসায় প্ৰতিষ্ঠান আৰু ঘৰৰ পৰা বৃহৎ পৰিমানৰ অবৈধ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। অভিযান কালত দলটোৱে  দি,এচ,পি ব্লেক ৫ কেচ, এচি ব্লেক ২ কেচ, বিয়েৰ ১৪ কেচ, মস্তি স্পেচিয়েল ৩৩ কেচ বিলাতী সুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ যোগ্য যে  এই সুৰা মাফিয়াটোৰ  সহযোগতে সমগ্ৰ জামুগুৰি অঞ্চলত অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলি আছিল। বদমাচ মহা ধুৰন্ধৰ দাদাগিৰি কৰি লোকৰ বস্তু কাঢ়ি খোৱা এইটো পাখণ্ডৰ আৰু আছে অনেক কাহিনী। এও সোঁৱে-বাঁওৱে অঘোষিত দেহৰক্ষী হিচাবে কেইটামান  মদাহী লগত লৈ ফূৰা  যোগেন গিৰিৰ অৱশ্যে মদাহী সমাজত ডন হিছাপে পৰিচিত। ,এ,টি, এমৰ দৰে যেতিয়াই তেতিয়াই সুৰা যোগান দিব পৰা একমাত্ৰ তেওঁৱেই ব্যক্তি।

 প্ৰায় দহখনৰো অধিক চাহ বাগানত সুৰা যোগান ধৰা যোগেন গিৰি বৰ্তমান জামুগুৰি অঞ্চলৰ কুখ্যাত সুৰাসম্ৰাট হৈ পৰিছে। অ'ত বছৰে মাফিয়াৰাজ চলাই থকা সমাজৰ কলংক যোগেন গিৰিৰ সন্দৰ্ভত অনাগত দিনত আৱকাৰী বিভাগে আদালতত কি প্ৰতিবেদন দিয়ে সেয়াহে লক্ষণীয় হ'ব। : প্ৰকাশ শৰ্মা গোলাঘাট


Monday, 2 November 2020

02 November, 2020 গোলাঘাট ব্ৰেকিং --------- গোলাঘাটৰ আৰক্ষীয়ে সোমবাৰে দুপৰিয়া ড্ৰাগছ সহ এহাল দম্পতীক কৰায়ত্ত কৰে ৷ চনুজ আলি আৰু চৱনম খান নামৰ দম্পতীহালে এটি কণমানি শিশু সহ বৰপথাৰ দিশৰ পৰা AS-01Z 7136 নম্বৰৰ গাড়ী খনেৰে আহি থাকোতে পূৰ্বৰ পৰা খাপপিতি থকা আৰক্ষীয়ে বেঙেনাখোৱাত গাড়ীখন তালাচি চলায় আৰু বুজন পৰিমাণৰ হিৰইন উদ্ধাৰ কৰাৰ পিছত দম্পতীহালক থানালৈ লৈ যায় ৷ উল্লেখ্য যে গোলাঘাট জিলাখনত ড্ৰাগছ প্ৰকোপ বৃদ্ধি হোৱাৰ বিপৰীতে । আৰক্ষীয়েও ধাৰাবাহিক ভাবে ড্ৰগছ সহ বহু কেইটা ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট

 02 November, 2020


গোলাঘাট ব্ৰেকিং ---------


গোলাঘাটৰ আৰক্ষীয়ে সোমবাৰে দুপৰিয়া ড্ৰাগছ সহ এহাল দম্পতীক কৰায়ত্ত কৰে ৷ চনুজ আলি আৰু চৱনম খান নামৰ দম্পতীহালে এটি কণমানি শিশু সহ বৰপথাৰ দিশৰ পৰা AS-01Z 7136 নম্বৰৰ গাড়ী খনেৰে আহি থাকোতে পূৰ্বৰ পৰা খাপপিতি থকা আৰক্ষীয়ে বেঙেনাখোৱাত গাড়ীখন তালাচি চলায় আৰু বুজন পৰিমাণৰ হিৰইন উদ্ধাৰ কৰাৰ পিছত দম্পতীহালক থানালৈ লৈ যায় ৷ উল্লেখ্য যে গোলাঘাট জিলাখনত ড্ৰাগছ  

প্ৰকোপ বৃদ্ধি হোৱাৰ বিপৰীতে  । আৰক্ষীয়েও ধাৰাবাহিক ভাবে ড্ৰগছ সহ বহু কেইটা

 ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে ৷ ::

প্ৰকাশ শৰ্মা গোলাঘাট


02 November, 2020Covid19 Assam and actions taken as on 01/11/2020.

02 November, 2020

Covid19 Assam and actions taken as on 01/11/2020.

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...