Monday, 2 November 2020
Sunday, 1 November 2020
01 November, 2020 Big breking news### গোলাঘাট ৰ কলেজ তিনিআলি ৰ এগ্ৰিকালচাৰ গোডামত চোৰৰ উপদ্ৰৱ। গোলাঘাট ৰ কলেজ তিনিআলি ৰ এগ্ৰিকালচাৰ গোডামত শনিবাৰে প্ৰায় .৯ বাজি ৪০ মিনিটত স্হানীয় ৰাইজে চোৰৰ উপস্থিতি উমান পাই দলে বলে ওলাই আহে যদিও চোৰ ধৰিবলৈ সক্ষম নহয়। উল্লেখ্য যে নিশা আন্ধাৰৰ সুযোগ লৈ যোৱা কেইবাদিনৰ আগৰ পৰাও চোৰে গোলাঘাট ৰ কলেজ তিনিআলি অঞ্চলটো ত সন্ত্ৰাস চলাই আহিছে বুলি জানিব পৰা গৈছে। ঘটনা স্হলীত চোৰে এৰি যোৱা কেইটামান ভৰ্টি বস্তাৰ লগতে এযোৰ হাৱাই চেন্দেল প্ৰত্যক্ষ কৰে স্হানীয় ৰাইজে। গোলাঘাটৰ পৰা কৃষ্ণাক্ষী বৰা ৰিৰ্পত নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷
01 November, 2020
Big breking news###
গোলাঘাট ৰ কলেজ তিনিআলি ৰ এগ্ৰিকালচাৰ গোডামত চোৰৰ উপদ্ৰৱ।
গোলাঘাট ৰ কলেজ তিনিআলি ৰ এগ্ৰিকালচাৰ গোডামত শনিবাৰে প্ৰায় .৯ বাজি ৪০ মিনিটত স্হানীয় ৰাইজে চোৰৰ উপস্থিতি উমান পাই দলে বলে ওলাই আহে যদিও চোৰ ধৰিবলৈ সক্ষম নহয়। উল্লেখ্য যে নিশা আন্ধাৰৰ সুযোগ লৈ যোৱা কেইবাদিনৰ আগৰ পৰাও চোৰে গোলাঘাট ৰ কলেজ তিনিআলি অঞ্চলটো ত সন্ত্ৰাস চলাই আহিছে বুলি জানিব পৰা গৈছে। ঘটনা স্হলীত চোৰে এৰি যোৱা কেইটামান ভৰ্টি বস্তাৰ লগতে এযোৰ হাৱাই চেন্দেল প্ৰত্যক্ষ কৰে স্হানীয় ৰাইজে।
গোলাঘাটৰ পৰা কৃষ্ণাক্ষী বৰা ৰিৰ্পত নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷
31 October, 2020 অসম বুলিলেইপৃথিৱীৰ মানচিত্ৰৰ সেউজিয়া প্ৰাকৃতিক দৃশ্যৰ এখন ৰাজ্য ৷এক মনোৰম পৰিবেশ ৷ সম্প্ৰতি পয্যতকৰ বাবে মুকলি কৰা হৈছে এই মনোৰম উদ্যানখন ৷ গোলাঘাট আৰু কাৰ্বিআংলং জিলাৰ সীমান্তৰ কাৰ্বিআংলংৰ এলেকাত আছে বিখ্যাত গৰমপানী উঁহ ৷ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে নামবৰ অভয়াৰণ্যৰ মাজত এক সুন্দৰ প্ৰাকৃতিক পৰিবেশত থকা এই গৰমপানী উহে ৰিঙিয়াই মাতে দেশী বিদেশী পয্যটকক ৷ এই উহঁটোলৈ যোৱা পথত দূৰদৰ্শী ইংৰাজে নিৰ্মাণ কৰা লোৰ দলংখন আজিও অক্ষত অৱস্থাত পযক্ষটকে অহাযোৱা কৰি আছে ৷কাৰ্বি প্ৰশাসনে দেৱালেৰে বেৰা দি ৰখা উহঁটোৰ কাষতে নামবৰ নদীৰ ওপৰত নিৰ্মাণ কৰি দিছে এখন ওলোমা দলং ৷ কাষতে থকা দুমহলীয়া জিৰণি ঘৰটোত উঠি সকলোবোৰ মনোৰম দৃশ্য উপভোগ কৰিব পাৰি ৷ ক’ভিড-১৯ ৰ আতংকৰ বাবে বহুদিন ধৰি পয্যতকৰ বাবে বন্ধহৈ আছিল এই উহঁটো ৷ কিন্ত এতিয়া দেশী বিদেশী পয্যতকৰ বাবে সু খবৰ ৷ যোৱা এই গৰমপানী উহটো পয্যটকৰ বাবে ২৩ অক্টোবৰৰ পৰা মুকলি কৰা হৈছে ৷ কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থইষ্ট নিউজ গোলাঘাট
31 October, 2020
অসম বুলিলেইপৃথিৱীৰ মানচিত্ৰৰ সেউজিয়া প্ৰাকৃতিক দৃশ্যৰ এখন ৰাজ্য ৷এক মনোৰম পৰিবেশ ৷ সম্প্ৰতি পয্যতকৰ বাবে মুকলি কৰা হৈছে এই মনোৰম উদ্যানখন ৷
গোলাঘাট আৰু কাৰ্বিআংলং জিলাৰ সীমান্তৰ কাৰ্বিআংলংৰ এলেকাত আছে বিখ্যাত গৰমপানী উঁহ ৷ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে নামবৰ অভয়াৰণ্যৰ মাজত এক সুন্দৰ প্ৰাকৃতিক পৰিবেশত থকা এই গৰমপানী উহে ৰিঙিয়াই মাতে দেশী বিদেশী পয্যটকক ৷ এই উহঁটোলৈ যোৱা পথত দূৰদৰ্শী ইংৰাজে নিৰ্মাণ কৰা লোৰ দলংখন আজিও অক্ষত অৱস্থাত পযক্ষটকে অহাযোৱা কৰি আছে ৷কাৰ্বি প্ৰশাসনে দেৱালেৰে বেৰা দি ৰখা উহঁটোৰ কাষতে নামবৰ নদীৰ ওপৰত নিৰ্মাণ কৰি দিছে এখন ওলোমা দলং ৷ কাষতে থকা দুমহলীয়া জিৰণি ঘৰটোত উঠি সকলোবোৰ মনোৰম দৃশ্য উপভোগ কৰিব পাৰি ৷
ক’ভিড-১৯ ৰ আতংকৰ বাবে বহুদিন ধৰি পয্যতকৰ বাবে বন্ধহৈ আছিল এই উহঁটো ৷ কিন্ত এতিয়া দেশী বিদেশী পয্যতকৰ বাবে সু খবৰ ৷ যোৱা এই গৰমপানী উহটো পয্যটকৰ বাবে ২৩ অক্টোবৰৰ পৰা মুকলি কৰা হৈছে ৷
কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থইষ্ট নিউজ গোলাঘাট
Saturday, 31 October 2020
Friday, 30 October 2020
30 October, 2020 আজি লক্ষ্মীপূজা ৷ হিন্দুৰ নীতি নিয়ম অনুযায়ী বিভিন্ন ঠাইৰ লগতে গোলাঘাট বিভিন্ন পূজা মণ্ডপ ; ঘৰে ঘৰে আৰু ৰাজহুৱাভাৱে মা লক্ষ্মীৰ পূজা কৰা দেখা গৈছে এইয়া গোলাঘাটৰ কমাৰবন্ধাৰ ন-পমুৱা কুমাৰ গাওঁ তিনিআলিৰ দৃশ্য ৰাইজে বিগত বৰ্ষৰ দৰে এইবাৰো মা লক্ষ্মীৰ পূজাত ব্যস্ত হোৱা দেখা গৈছে ৷ আনহাতে শালিকীহাটৰ দ-বৰাহী গাঁৱতো এইবাৰ দ্বিতীয় বৰ্ষৰ বাবে ৰাজহুৱাভাৱে লক্ষ্মীপূজা কৰা দেখা গৈছে ৷ : গোলাঘাট পৰা কল্পনা ফুকনৰ ৰিপ’ৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট
30 October, 2020
আজি লক্ষ্মীপূজা ৷ হিন্দুৰ নীতি নিয়ম অনুযায়ী বিভিন্ন ঠাইৰ লগতে গোলাঘাট বিভিন্ন পূজা মণ্ডপ ; ঘৰে ঘৰে আৰু ৰাজহুৱাভাৱে মা লক্ষ্মীৰ পূজা কৰা দেখা গৈছে এইয়া গোলাঘাটৰ কমাৰবন্ধাৰ ন-পমুৱা কুমাৰ গাওঁ তিনিআলিৰ দৃশ্য ৰাইজে বিগত বৰ্ষৰ দৰে এইবাৰো মা লক্ষ্মীৰ পূজাত ব্যস্ত হোৱা দেখা গৈছে ৷ আনহাতে শালিকীহাটৰ দ-বৰাহী গাঁৱতো এইবাৰ দ্বিতীয় বৰ্ষৰ বাবে ৰাজহুৱাভাৱে লক্ষ্মীপূজা কৰা দেখা গৈছে ৷ : গোলাঘাট পৰা কল্পনা ফুকনৰ ৰিপ’ৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...