Saturday, 24 October 2020
Friday, 23 October 2020
23 October, 2020 গোলাঘাট ত ভাৰত মাতা পূজন বিগত বছৰৰ দৰে এই বছৰো গোলাঘাট শংকৰদেৱ শিশু নিকেতনত ভাৰত মাতা পূজন অনুষ্ঠিত হয়। শঙ্কৰদেৱ শিশু বিদ্যা নিকেতনত অনুষ্ঠিত হোৱা অনুষ্ঠানত পোনপ্ৰথমে বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। সামূহিক ধ্যান আৰু গোলাঘাট হৰিজন কলনীৰ কন কন শিশু সকলৰ দ্বাৰা ভাৰতমাতাৰ আৰতিৰে কাৰ্যসূচী শুভাৰম্ভ কৰে। ভাৰতমাতাৰ পূজন অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ভাৰত মাতা পূজন ৰ আয়োজক সমিতিৰ সভাপতি দেৱজিত বৰাই এইদৰে জনায় .... প্ৰতিযোগিতাৰ শেষত বিজয়ী প্ৰতিযোগী সকলক বটা প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট বক্তি সৌমিত্র পূজাৰী, RSS ৰ উত্তৰ পূব প্ৰান্তৰ সম্পর্ক প্রমুখ আজিৰ ভাৰতমাতা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যোৰহাট বিভাগৰ সন্মানীয় বিভাগ প্ৰচাৰক কেশৱ ভূঞা ডাঙৰীয়া আৰু গোলাঘাট জিলাৰ কাৰ্যবাহ শচীন মেচৰ লগতে বহু কেইজন গন্য মান্য ব্যক্তি। গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট
23 October, 2020
গোলাঘাট ত ভাৰত মাতা পূজন
বিগত বছৰৰ দৰে এই বছৰো গোলাঘাট শংকৰদেৱ শিশু নিকেতনত ভাৰত মাতা পূজন অনুষ্ঠিত হয়।
শঙ্কৰদেৱ শিশু বিদ্যা নিকেতনত অনুষ্ঠিত হোৱা অনুষ্ঠানত পোনপ্ৰথমে বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। সামূহিক ধ্যান আৰু গোলাঘাট হৰিজন কলনীৰ কন কন শিশু সকলৰ দ্বাৰা ভাৰতমাতাৰ আৰতিৰে কাৰ্যসূচী শুভাৰম্ভ কৰে। ভাৰতমাতাৰ পূজন অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ভাৰত মাতা পূজন ৰ আয়োজক সমিতিৰ সভাপতি দেৱজিত বৰাই এইদৰে জনায় ....
প্ৰতিযোগিতাৰ শেষত বিজয়ী প্ৰতিযোগী সকলক বটা প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়।
অনুষ্ঠানত উপস্থিত থাকে
বিশিষ্ট বক্তি সৌমিত্র পূজাৰী, RSS ৰ উত্তৰ পূব প্ৰান্তৰ সম্পর্ক প্রমুখ
আজিৰ ভাৰতমাতা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যোৰহাট বিভাগৰ সন্মানীয় বিভাগ প্ৰচাৰক কেশৱ ভূঞা ডাঙৰীয়া আৰু গোলাঘাট জিলাৰ কাৰ্যবাহ শচীন মেচৰ লগতে বহু কেইজন গন্য মান্য ব্যক্তি।
গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট
23 October, 2020 এতিয়া দুৰ্গা পূজাৰ বতৰ ৷ প্ৰকৃতিয়ে ধৰালৈ শাৰদৰ বতৰা আনিলে যদিও জীৱশ্ৰেষ্ঠ মানৱ সমাজলৈ আহিল অণ্যএক কালান্তৰ পৰিবেশ ৷ কৰুণা ভাইৰাছে এইবাৰ পয়মাল ঘটালে দুৰ্গোৎসৱৰ ৷ পূজামণ্ডপত দুৰ্গতিনাশিনী মা দুৰ্গাৰ প্ৰতীমা প্ৰতিষ্ঠাৰ সময়ৰে পৰা পোৰোহিতৰ মঙ্গল ধ্বনি মণ্ত্ৰ উচ্চাৰণে মণ্ডপসমৃহত দেৱীদুৰ্গাৰ পূজা অৰ্চনা আৰম্ভ হৈছে ৷ অনুকুল পৰিবেশ থকাহলে যোৰহাটৰ মাধু ?ওৰফে মীনাক্ষীক দেখাগ’ল হেতেন শোসোভীত৷ পূজা মণ্ডপত কিন্ত এইবাৰ পূজাৰ পৰিবেশ ম্লান সেয়েহে ঘৰতে বহি যোৰহাটৰ ১নং কেন্দুগুৰি ব্ৰাহ্মণ গাঁৱৰ নামতী মীনাক্ষী বৰবৰাই আৰম্ভ কৰিছে দুৰ্গতি নাশিনীৰ বন্দনা ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট
23 October, 2020
এতিয়া দুৰ্গা পূজাৰ বতৰ ৷ প্ৰকৃতিয়ে ধৰালৈ শাৰদৰ বতৰা আনিলে যদিও জীৱশ্ৰেষ্ঠ মানৱ সমাজলৈ আহিল অণ্যএক কালান্তৰ পৰিবেশ ৷ কৰুণা ভাইৰাছে এইবাৰ পয়মাল ঘটালে দুৰ্গোৎসৱৰ ৷ পূজামণ্ডপত দুৰ্গতিনাশিনী মা দুৰ্গাৰ প্ৰতীমা প্ৰতিষ্ঠাৰ সময়ৰে পৰা পোৰোহিতৰ মঙ্গল ধ্বনি মণ্ত্ৰ উচ্চাৰণে মণ্ডপসমৃহত দেৱীদুৰ্গাৰ পূজা অৰ্চনা আৰম্ভ হৈছে ৷ অনুকুল পৰিবেশ থকাহলে যোৰহাটৰ মাধু ?ওৰফে মীনাক্ষীক দেখাগ’ল হেতেন শোসোভীত৷ পূজা মণ্ডপত কিন্ত এইবাৰ পূজাৰ পৰিবেশ ম্লান সেয়েহে ঘৰতে বহি যোৰহাটৰ ১নং কেন্দুগুৰি ব্ৰাহ্মণ গাঁৱৰ নামতী মীনাক্ষী বৰবৰাই আৰম্ভ কৰিছে দুৰ্গতি নাশিনীৰ বন্দনা ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট
Thursday, 22 October 2020
Wednesday, 21 October 2020
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...