Breaking news
Friday, 23 October 2020
23 October, 2020 এতিয়া দুৰ্গা পূজাৰ বতৰ ৷ প্ৰকৃতিয়ে ধৰালৈ শাৰদৰ বতৰা আনিলে যদিও জীৱশ্ৰেষ্ঠ মানৱ সমাজলৈ আহিল অণ্যএক কালান্তৰ পৰিবেশ ৷ কৰুণা ভাইৰাছে এইবাৰ পয়মাল ঘটালে দুৰ্গোৎসৱৰ ৷ পূজামণ্ডপত দুৰ্গতিনাশিনী মা দুৰ্গাৰ প্ৰতীমা প্ৰতিষ্ঠাৰ সময়ৰে পৰা পোৰোহিতৰ মঙ্গল ধ্বনি মণ্ত্ৰ উচ্চাৰণে মণ্ডপসমৃহত দেৱীদুৰ্গাৰ পূজা অৰ্চনা আৰম্ভ হৈছে ৷ অনুকুল পৰিবেশ থকাহলে যোৰহাটৰ মাধু ?ওৰফে মীনাক্ষীক দেখাগ’ল হেতেন শোসোভীত৷ পূজা মণ্ডপত কিন্ত এইবাৰ পূজাৰ পৰিবেশ ম্লান সেয়েহে ঘৰতে বহি যোৰহাটৰ ১নং কেন্দুগুৰি ব্ৰাহ্মণ গাঁৱৰ নামতী মীনাক্ষী বৰবৰাই আৰম্ভ কৰিছে দুৰ্গতি নাশিনীৰ বন্দনা ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট
23 October, 2020
এতিয়া দুৰ্গা পূজাৰ বতৰ ৷ প্ৰকৃতিয়ে ধৰালৈ শাৰদৰ বতৰা আনিলে যদিও জীৱশ্ৰেষ্ঠ মানৱ সমাজলৈ আহিল অণ্যএক কালান্তৰ পৰিবেশ ৷ কৰুণা ভাইৰাছে এইবাৰ পয়মাল ঘটালে দুৰ্গোৎসৱৰ ৷ পূজামণ্ডপত দুৰ্গতিনাশিনী মা দুৰ্গাৰ প্ৰতীমা প্ৰতিষ্ঠাৰ সময়ৰে পৰা পোৰোহিতৰ মঙ্গল ধ্বনি মণ্ত্ৰ উচ্চাৰণে মণ্ডপসমৃহত দেৱীদুৰ্গাৰ পূজা অৰ্চনা আৰম্ভ হৈছে ৷ অনুকুল পৰিবেশ থকাহলে যোৰহাটৰ মাধু ?ওৰফে মীনাক্ষীক দেখাগ’ল হেতেন শোসোভীত৷ পূজা মণ্ডপত কিন্ত এইবাৰ পূজাৰ পৰিবেশ ম্লান সেয়েহে ঘৰতে বহি যোৰহাটৰ ১নং কেন্দুগুৰি ব্ৰাহ্মণ গাঁৱৰ নামতী মীনাক্ষী বৰবৰাই আৰম্ভ কৰিছে দুৰ্গতি নাশিনীৰ বন্দনা ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট
Thursday, 22 October 2020
Wednesday, 21 October 2020
Tuesday, 20 October 2020
20 October, 2020 কৰ্ম নকৰি ঘৰত বহি থাকিলেহে নিবনুৱা হয় শিক্ষিত হৈ ও নিজ কৰ্মৰ দ্বাৰা স্বাৱলম্বিতাৰে নিবনুৱাক আদৰ্শ দেখুৱাইছে গোলাঘাটৰ মৰঙীৰ এজন য়ুৱকে ৷ গোলাঘাট জিলাৰ মৰঙীৰ সাৰ গাঁৱৰ চুৰেণ বৰাৰ পুত্ৰ এইজন যুৱক ৰিতুল বৰা ৷ শিক্ষিত নিবনুৱা যুৱক ৰিতুলে আন যুৱক যুৱতীৰ দৰে চৰকাৰি চাকৰিৰ পিছত দৌৰি নেথাকি নিজকৰ্মৰ দ্বাৰা এক বৃহৎ ব্যৱসায় গঢ়ি তুলি নিবনুৱা যুৱক যুৱতীৰ বাবে এক আদৰ্শ হৈ পৰিছে ৷ ৰিতুলে ২০১০ চনত প্ৰথমে ৩০ হেজাৰটকাৰ মূলধনেৰে আৰম্ভণি কৰিছিল এখন ব্ৰইলাৰ মূৰ্গীৰ ফাৰ্ম ৷ ফাৰ্ম খনৰ পৰা উন্নতিকৰি তেও পৃথক স্হানত গঢ়িতুলিলে ৪২খনকৈ ব্ৰইলাৰ ফাৰ্ম ৷ ইয়াৰ সামান্তৰালভাবে তেও পাতিহাঁহ ; ৰাজহাঁহ ; দেশীমুৰ্গী ; টাৰকি ; টিটৌচৰাই ও পালন কৰিছে ৷ ৰিতুলে সেই খিনি মাতিতেই উন্নত প্ৰজাতিৰ গাহৰি আৰু ছাগলী ও প্ৰতিপালন কৰাৰ লগতে আছে বহু কেইটা ফিছাৰি ৷ ৰৌ ; বাহু ; কুহী ; চন্দা ; গ্ৰাছকাপ আদি মাছ পালন কৰিছে ৷ এসময়ৰ নিবনুৱা যুৱক ৰিতুলৰ এতিয়া বাৰ্ষিক আয় ৬ ৰ পৰা ৭ লাখ টকা পয্যন্ত ৷ এই সমূহ চোৱাছিতা কৰিবৰ বাবে তেও নিজে শ্ৰম কৰাৰ লগতে ১০টাৰো অধিক পৰিয়ালক সংস্থাপন দিছে ৷ ঃ গোলাঘাতৰ মৰঙীৰ পৰা কল্পনা ফুকনৰ ৰিপ’ট ৷ NORTHEAST NEWS INDIA
20 October, 2020
কৰ্ম নকৰি ঘৰত বহি থাকিলেহে নিবনুৱা হয়
শিক্ষিত হৈ ও নিজ কৰ্মৰ দ্বাৰা
স্বাৱলম্বিতাৰে নিবনুৱাক
আদৰ্শ দেখুৱাইছে গোলাঘাটৰ মৰঙীৰ এজন য়ুৱকে ৷
গোলাঘাট জিলাৰ মৰঙীৰ সাৰ গাঁৱৰ চুৰেণ বৰাৰ পুত্ৰ এইজন যুৱক ৰিতুল বৰা ৷ শিক্ষিত নিবনুৱা যুৱক ৰিতুলে আন যুৱক যুৱতীৰ দৰে চৰকাৰি চাকৰিৰ পিছত দৌৰি নেথাকি নিজকৰ্মৰ দ্বাৰা এক বৃহৎ ব্যৱসায় গঢ়ি তুলি নিবনুৱা যুৱক যুৱতীৰ বাবে এক আদৰ্শ হৈ পৰিছে ৷ ৰিতুলে ২০১০ চনত প্ৰথমে ৩০ হেজাৰটকাৰ মূলধনেৰে আৰম্ভণি কৰিছিল এখন ব্ৰইলাৰ মূৰ্গীৰ ফাৰ্ম ৷ ফাৰ্ম খনৰ পৰা উন্নতিকৰি তেও পৃথক স্হানত গঢ়িতুলিলে ৪২খনকৈ ব্ৰইলাৰ ফাৰ্ম ৷ ইয়াৰ সামান্তৰালভাবে তেও পাতিহাঁহ ; ৰাজহাঁহ ; দেশীমুৰ্গী ; টাৰকি ; টিটৌচৰাই ও পালন কৰিছে ৷ ৰিতুলে সেই খিনি মাতিতেই উন্নত প্ৰজাতিৰ গাহৰি আৰু ছাগলী ও প্ৰতিপালন কৰাৰ লগতে আছে বহু কেইটা ফিছাৰি ৷ ৰৌ ; বাহু ; কুহী ; চন্দা ; গ্ৰাছকাপ আদি মাছ পালন কৰিছে ৷ এসময়ৰ নিবনুৱা যুৱক ৰিতুলৰ এতিয়া বাৰ্ষিক আয় ৬ ৰ পৰা ৭ লাখ টকা পয্যন্ত ৷ এই সমূহ চোৱাছিতা কৰিবৰ বাবে তেও নিজে শ্ৰম কৰাৰ লগতে ১০টাৰো অধিক পৰিয়ালক সংস্থাপন দিছে ৷ ঃ গোলাঘাতৰ মৰঙীৰ পৰা কল্পনা ফুকনৰ ৰিপ’ট ৷
NORTHEAST NEWS INDIA
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...