Monday, 21 September 2020
Sunday, 20 September 2020
20 September, 2020 গোলাঘাটতো উপ পৰিদৰ্শকৰ পদৰ পৰীক্ষা বাতিল। প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে পৰীক্ষা বাতিল হোৱাকলৈ ক্ষোভিত প্ৰশিক্ষাৰ্থী :: প্ৰকাশ শৰ্মা গোলাঘাট NORTHEAST NEWS INDIA
20 September, 2020
গোলাঘাটতো উপ পৰিদৰ্শকৰ পদৰ পৰীক্ষা বাতিল। প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে পৰীক্ষা বাতিল হোৱাকলৈ ক্ষোভিত প্ৰশিক্ষাৰ্থী :: প্ৰকাশ শৰ্মা গোলাঘাট
NORTHEAST NEWS INDIA
Breaking news
20 September, 2020
গোলাঘাটৰ এটা অতি জৰাজীৰ্ণ ব্যস্ত পথ ৷ পথটোৰ সন্দৰ্ভত আমাৰ সাংবাদিক কল্পনা ফুকনে এজন স্থানীয় ব্যক্তিৰ সহযোগত প্ৰস্তুত কৰা এক প্ৰতিবেদন -----
গোলাঘাট নগৰৰ পৰা কাছমাৰী ; মেৰাপানী ; বৰপথাৰ ; সৰুপথাৰ আদিলৈ যাতায়তকৰা নোগোৰা আলিটোত সম্প্ৰতি জৰাজীৰ্ণ অবস্থা হৈছে ৷ প্ৰায় ১৩ কিলোমিটাৰ পথচোৱা গড়কাপ্তানি বিভাগে এটামুৰেদি মেৰামতি কৰে যদিও মেৰামতিৰ কাম শেষনৌ হওতেই পুণৰ সৃষ্টি হয় পুখুৰী সদৃশ গাতঁৰ ৷ চাওক এই অতি ব্যস্ত পথৰ দুৰাৱস্থা ---
পথটো সঘনাই ভাঙিযোৱাৰ মূল কাৰক হৈছে গধুৰ ডাম্পাৰ চলাচল ৷ এই পথেদি দৈনিক শ শ ট্ৰাক -- শিলবালি কঢ়িওৱা ড্ৰাম্পাৰ চলাচল কৰে
সেয়েহে গোলাঘাট জিলা প্ৰশাসনে এক নিৰ্দেশনাযোগে পুৱা ৮বজাৰ পৰা বিয়লি ১১ বজালৈ ; আৰু বিয়লি ৩-৩০বজাৰ পৰা ৫-৩০ বজালৈ ড্ৰাম্পাৰ চলাচল বন্ধ কৰিছে যদিও গাড়ীৰ মালিকে এই নিৰ্দেশ অমাণ্য কৰি পূৰ্বৰ দৰে ডাম্পাৰ চলাচল অব্যাহত ৰাখিছে ৷ :::: কল্পনা ফুকন গোলাঘাট ৷
NORTHEAST NEWS INDIA
Saturday, 19 September 2020
Friday, 18 September 2020
লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।
লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে। মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...