Wednesday, 2 September 2020

02 September, 2020 গোলাঘাটৰ অগ্ৰণী শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত দেৱৰাজ ৰয় মহাবিদ্যালয় ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস মঙ্গলবাৰে পালন কৰে । প্ৰতিষ্ঠা দিৱস উপলক্ষে মহাবিদ্যালয় কৰ্তৃপক্ষই দিনৰ ভাগত অনুষ্ঠপীয়াকৈ সীমিত কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস পালন কৰে । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সন্ধিয়া সময়ত মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্রই মহাবিদ্যালয় প্ৰাংগণত বন্তি প্ৰজ্বলন কৰে । ঃঃ প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ২ ছেপ্তেম্বৰ ২০২০

 02 September, 2020


গোলাঘাটৰ অগ্ৰণী শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত দেৱৰাজ ৰয় মহাবিদ্যালয় ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস মঙ্গলবাৰে পালন কৰে ।  প্ৰতিষ্ঠা দিৱস উপলক্ষে মহাবিদ্যালয় কৰ্তৃপক্ষই দিনৰ ভাগত অনুষ্ঠপীয়াকৈ সীমিত কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস পালন কৰে । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সন্ধিয়া সময়ত মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্রই মহাবিদ্যালয় প্ৰাংগণত বন্তি প্ৰজ্বলন

 কৰে । ঃঃ প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ২ ছেপ্তেম্বৰ ২০২০


02 September, 2020Covid 19 Assam and actions taken as on 1/09/2020

02 September, 2020

Covid 19 Assam and actions taken as on 1/09/2020

Tuesday, 1 September 2020

01 September, 3020

01 September, 2020 golaghat Travel Date:- 1 September V/o গোলাঘাটৰ পৰিবহন ব্যৱস্থাটোত চলিছে অৰাজক গোলাঘাট সদৰৰপৰা আন ঠাইলৈ যোৱা যাত্ৰীবাহি গাড়ীসমূহে ক’ভিড-১৯ ৰ নিৰ্দেশনা অমাণ্য কৰাৰ লগতে যাত্ৰীৰ পৰা তিনিগুণ ভাড়া আদায় কৰি আহিছে ৷ এই অভিযোগ লাভকৰাৰ পিছত জিলা পৰিবহন বিভাগে বিষয়টো স্পষ্ট কৰাৰ লগতে আইন ভঙ্গকাৰীৰ ওপৰত ব্যবস্থা লৈছে ৷ আনহাতে এনফ’চমেণ্ট বিষয়াই ৰাজপথত তালাচী চলাই এনে আইনভঙ্গকাৰীক হাতেলোটে ধৰি গোচৰ ৰুজু কৰাৰ লগতে যাত্ৰীৰ পৰা আদায়কৰা অতিৰিক্ত ভাড়া ওভতাই দিবলৈ বাধ্য কৰাইছে ৷ কিন্তু অধিকাংশ যানবাহনে গোলাঘাটৰ মাজমজিয়াৰ পৰা পানজপাদি মানুহ জাপি অধিক ভাড়া আদায় কৰাৰ লগতে ক’ভিড১৯ ৰ নিয়মক বৃদ্ধাঙুলি দেখুৱাই অহা পৰিলক্ষিত হৈছে ৷ প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷ NORTHEAST NEWS INDIA

 01 September, 2020


golaghat Travel 

Date:- 1 September

V/o গোলাঘাটৰ পৰিবহন ব্যৱস্থাটোত চলিছে অৰাজক 


গোলাঘাট সদৰৰপৰা আন ঠাইলৈ যোৱা যাত্ৰীবাহি গাড়ীসমূহে ক’ভিড-১৯ ৰ নিৰ্দেশনা অমাণ্য কৰাৰ লগতে যাত্ৰীৰ পৰা তিনিগুণ ভাড়া আদায় কৰি আহিছে ৷ এই অভিযোগ লাভকৰাৰ পিছত জিলা পৰিবহন বিভাগে বিষয়টো স্পষ্ট কৰাৰ লগতে আইন ভঙ্গকাৰীৰ ওপৰত ব্যবস্থা লৈছে ৷

আনহাতে এনফ’চমেণ্ট বিষয়াই ৰাজপথত তালাচী চলাই এনে আইনভঙ্গকাৰীক হাতেলোটে ধৰি গোচৰ ৰুজু কৰাৰ লগতে যাত্ৰীৰ পৰা আদায়কৰা অতিৰিক্ত ভাড়া ওভতাই দিবলৈ বাধ্য কৰাইছে ৷ কিন্তু অধিকাংশ যানবাহনে গোলাঘাটৰ মাজমজিয়াৰ পৰা পানজপাদি মানুহ জাপি অধিক ভাড়া আদায় কৰাৰ লগতে ক’ভিড১৯ ৰ নিয়মক বৃদ্ধাঙুলি দেখুৱাই অহা পৰিলক্ষিত হৈছে ৷ প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷  NORTHEAST NEWS INDIA


01 September, 2020Covid19 Assam and actions taken as on 31/08/2020

01 September, 2020

Covid19 Assam and actions taken as on 31/08/2020

Monday, 31 August 2020

31 August, 2020 গোলাঘাট টাইগাৰ গোলাঘাটত যোবানিশা নিশা এটা নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ। গোলাঘাটৰ 2 নং আঠাবাৰীত পিঞ্জৰাবদ্ধ হ'ল নাহৰফুটুকীটো। অঞ্চলটোত সন্ত্ৰাস চলাই আহিছিল বাঘটোৱে। শেহতীয়াকৈ এটা কুকুৰ ভক্ষণ কৰিছিল । :::প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট NORTHEAST NEWS INDIA

 31 August, 2020


গোলাঘাট টাইগাৰ 


গোলাঘাটত যোবানিশা নিশা এটা নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ। গোলাঘাটৰ 2 নং আঠাবাৰীত পিঞ্জৰাবদ্ধ হ'ল নাহৰফুটুকীটো।  অঞ্চলটোত সন্ত্ৰাস চলাই আহিছিল বাঘটোৱে। শেহতীয়াকৈ এটা কুকুৰ ভক্ষণ কৰিছিল  । :::প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট

NORTHEAST NEWS INDIA


ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...