Monday, 24 August 2020

24 August, 2020 প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগৰ গৃহ পঞ্চায়তত বিজেপিৰ আগ্ৰাসন অজন্তাৰ দুৰ্গত বিতোপনৰ আঘাট ৷ কংগ্ৰেছৰ দখলত থকা পঞ্চায়তখনত প্ৰায় ১৫০ জন কংগ্ৰেছীৰ বিজেপিত যোগদান বিজেপিৰ ৰাষ্ট্ৰীয় পয্যায়ৰ নেতা বিতোপন শইকীয়াৰ উপস্থিতিত ১৫০ কংগ্ৰেছীৰ যোগদান সেই অনুসৰি ঘিলাধাৰী পঞ্চায়তৰ কংগ্ৰেছী সভাপতি জুৰিমণি ৰাজকোঁৱৰ নিজা ৱাৰ্ডত প্ৰায় ৩০ জন কংগ্ৰেছীয়ে যোগদান কৰাৰ বিপৰীতে আঠগাঁও জিলা পৰিষদৰ সদস্য জীতেন বৰুৱাৰ ৱাৰ্ডত প্ৰায় ৭০ জনে ,ঘিলাধাৰী চাহ বাগিচা ৱাৰ্ডত প্ৰায় ৫৫ জন কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰে। বিজেপি নেতা বিতোপন শইকীয়া লগতে বিজেপি নেতা মৃদুপৱন শইকীয়া,ভূৱন বৰা, হেম বৰুৱা,প্ৰাঞ্জল বৰুৱা,মানস কোঁৱৰ ,ৰিণ্টু বৰুৱা,বিপ্লৱ ফুকন ,তপন সন্দিকৈ আদি উপস্থিতিত কংগ্ৰেছী গেৰুৱা বসন পিন্ধে ।::: প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট

 24 August, 2020


প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগৰ গৃহ পঞ্চায়তত বিজেপিৰ আগ্ৰাসন 

অজন্তাৰ দুৰ্গত বিতোপনৰ আঘাট ৷

কংগ্ৰেছৰ দখলত থকা পঞ্চায়তখনত


প্ৰায় ১৫০ জন কংগ্ৰেছীৰ বিজেপিত যোগদান


বিজেপিৰ ৰাষ্ট্ৰীয় পয্যায়ৰ নেতা বিতোপন শইকীয়াৰ উপস্থিতিত ১৫০ কংগ্ৰেছীৰ যোগদান


সেই অনুসৰি ঘিলাধাৰী পঞ্চায়তৰ কংগ্ৰেছী সভাপতি জুৰিমণি ৰাজকোঁৱৰ নিজা ৱাৰ্ডত প্ৰায় ৩০ জন কংগ্ৰেছীয়ে যোগদান কৰাৰ বিপৰীতে আঠগাঁও জিলা পৰিষদৰ সদস্য জীতেন বৰুৱাৰ ৱাৰ্ডত প্ৰায় ৭০ জনে ,ঘিলাধাৰী চাহ বাগিচা ৱাৰ্ডত প্ৰায় ৫৫ জন কংগ্ৰেছীয়ে বিজেপিত  যোগদান কৰে।


বিজেপি নেতা বিতোপন শইকীয়া লগতে বিজেপি নেতা  মৃদুপৱন শইকীয়া,ভূৱন বৰা, হেম বৰুৱা,প্ৰাঞ্জল বৰুৱা,মানস কোঁৱৰ ,ৰিণ্টু বৰুৱা,বিপ্লৱ ফুকন ,তপন সন্দিকৈ আদি উপস্থিতিত কংগ্ৰেছী গেৰুৱা বসন পিন্ধে ।::: প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট

24 August, 2020 Transgender Persons constitutes National Council for Central GovernmentThe council will monitor and evaluate the impact of policies and programmes designed for achieving equality and full participation of transgender persons

24 August, 2020

 Transgender Persons constitutes National Council for Central Government

The council will monitor and evaluate the impact of policies and programmes designed for achieving equality and full participation of transgender persons

24 August, 2020Covid 19 Assam and actions taken as on 23/08/2020.

24 August, 2020

Covid 19 Assam and actions taken as on 23/08/2020.

Sunday, 23 August 2020

23 August, 2020ৰাজ্যসমূহক আহ্বান গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰআনলক-৩ৰ সময়ছোৱাত ব্যক্তি আৰু দ্ৰব্য-সেৱাৰ চলাচল-সৰবৰাহ অব্যাহত ৰাখিবলৈ । ৰাজ্য চৰকাৰৰ দ্বাৰা বা জিলা প্ৰশাসন স্থানীয় পৰ্যায়ত বাধ্যবাধকতা আৰোপে ডিএমএ, ২০০৫ৰ নিয়মৰ অধীনত এমএইচএৰ নীতি-নিৰ্দেশনা উলংঘা কৰাটো সূচিত কৰিব। নীতি-নিৰ্দেশনাৰ সময়ছোৱাত বৰ্তমান প্ৰচলিত আনলক-৩ ৰ ব্যক্তি আৰু দ্ৰব্য-সেৱাৰ আন্তঃৰাজ্যিক আৰু ৰাজ্যৰ ভিতৰত চলাচল-সৰবৰাহত বাধ্যবাধকতা আৰোপ নকৰিবলৈ ৰাজ্যসমূহক কেন্দ্ৰই কৈছে।যোৱা কালি সকলোবোৰ ৰাজ্যৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰা এক বাৰ্তাত, গৃহ পৰিক্ৰমাৰ কেন্দ্ৰীয় মন্ত্ৰণালয় (এমএইচএ)এ উল্লেখ কৰে যে বহু জিলা/ৰাজ্যই চলাচল-সৰবৰাহত স্থানীয় পৰ্যায়ৰ বাধ্যবাধকতা আৰোপ কৰি আহিছে বুলি জানিব পৰা গৈছে। এনে বাধ্যবাধকতাই দ্ৰব্য আৰু সেৱাৰ যোগানত প্ৰভাৱ পেলোৱাৰ ওপৰিও দ্ৰব্য আৰু সেৱাৰ আন্তঃৰাজ্যিক সৰবৰাহত সমস্যাৰ সৃষ্টি কৰি আছে আৰু যোগান শৃংখলক প্ৰভাৱিত কৰাৰ পৰিপ্ৰেক্ষিতত অৰ্থনৈতিক ক্ৰিয়া-কলাপ আৰু কৰ্মসংস্থাপনত সংহতি বিনষ্ট হৈছে।এমএইচএয়ে কয় যে জিলা প্ৰশাসন বা ৰাজ্যৰদ্বাৰা স্থানীয় পৰ্যায়ত বলবৎ কৰা এনে বাধ্যবাধকতা দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ ৰ ব্যৱস্থাৰ অধীনত এমএইচএৰদ্বাৰা জাৰি কৰা নীতি-নিৰ্দেশনাক উলংঘা কৰা বুলি বিবেচিত হ’ব।নীতি-নিৰ্দেশনা সন্দৰ্ভত ২৯ জুলাই, ২০২০ তাৰিখে আনলক-৩ ৰ অৰ্থে বিশেষীকৃত এমএইচএৰ নিৰ্দেশনাত গুৰুত্ব আৰোপেৰে, বিবৃতিটোত উল্লেখ যে ব্যক্তি আৰু দ্ৰব্যৰ আন্তঃৰাজ্যিক আৰু ৰাজ্যৰ ভিতৰত চলাচল-সৰবৰাহত কোনো বাধ্যবাধকতা নাথাকিব। এনে চলাচল-সৰবৰাহৰ বাবে কোনো পৃথক অনুমতি/অনুমোদন/ই-পাৰ্মিটৰ প্ৰয়োজন নহ’ব। চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে থকা চুক্তিৰ অধীনত ভূমি সীমান্ত অতিক্ৰমি বাণিজ্যৰ অৰ্থেও ব্যক্তি আৰু দ্ৰব্যৰ চলাচল-সৰবৰাহক ই সামৰি ল’ব।

23 August, 2020

ৰাজ্যসমূহক আহ্বান গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ
আনলক-৩ৰ সময়ছোৱাত ব্যক্তি আৰু দ্ৰব্য-সেৱাৰ চলাচল-সৰবৰাহ অব্যাহত ৰাখিবলৈ । 

ৰাজ্য চৰকাৰৰ দ্বাৰা বা জিলা প্ৰশাসন স্থানীয় পৰ্যায়ত বাধ্যবাধকতা আৰোপে ডিএমএ, ২০০৫ৰ নিয়মৰ অধীনত এমএইচএৰ নীতি-নিৰ্দেশনা উলংঘা কৰাটো সূচিত কৰিব। 

নীতি-নিৰ্দেশনাৰ সময়ছোৱাত বৰ্তমান প্ৰচলিত আনলক-৩ ৰ  ব্যক্তি আৰু দ্ৰব্য-সেৱাৰ আন্তঃৰাজ্যিক আৰু ৰাজ্যৰ ভিতৰত চলাচল-সৰবৰাহত বাধ্যবাধকতা আৰোপ নকৰিবলৈ ৰাজ্যসমূহক কেন্দ্ৰই কৈছে।

যোৱা কালি  সকলোবোৰ ৰাজ্যৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰা এক বাৰ্তাত, গৃহ পৰিক্ৰমাৰ কেন্দ্ৰীয় মন্ত্ৰণালয় (এমএইচএ)এ উল্লেখ কৰে যে বহু জিলা/ৰাজ্যই চলাচল-সৰবৰাহত স্থানীয় পৰ্যায়ৰ বাধ্যবাধকতা আৰোপ কৰি আহিছে বুলি জানিব পৰা গৈছে। এনে বাধ্যবাধকতাই দ্ৰব্য আৰু সেৱাৰ যোগানত প্ৰভাৱ পেলোৱাৰ ওপৰিও দ্ৰব্য আৰু সেৱাৰ আন্তঃৰাজ্যিক সৰবৰাহত সমস্যাৰ সৃষ্টি কৰি আছে আৰু যোগান শৃংখলক প্ৰভাৱিত কৰাৰ পৰিপ্ৰেক্ষিতত অৰ্থনৈতিক ক্ৰিয়া-কলাপ আৰু কৰ্মসংস্থাপনত সংহতি বিনষ্ট হৈছে।

এমএইচএয়ে কয় যে জিলা প্ৰশাসন বা ৰাজ্যৰদ্বাৰা স্থানীয় পৰ্যায়ত বলবৎ কৰা এনে বাধ্যবাধকতা দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ ৰ ব্যৱস্থাৰ অধীনত এমএইচএৰদ্বাৰা জাৰি কৰা নীতি-নিৰ্দেশনাক উলংঘা কৰা বুলি বিবেচিত হ’ব।

নীতি-নিৰ্দেশনা সন্দৰ্ভত ২৯ জুলাই, ২০২০ তাৰিখে আনলক-৩ ৰ অৰ্থে বিশেষীকৃত  এমএইচএৰ নিৰ্দেশনাত গুৰুত্ব আৰোপেৰে, বিবৃতিটোত উল্লেখ যে ব্যক্তি আৰু দ্ৰব্যৰ আন্তঃৰাজ্যিক আৰু ৰাজ্যৰ ভিতৰত চলাচল-সৰবৰাহত কোনো বাধ্যবাধকতা নাথাকিব। এনে চলাচল-সৰবৰাহৰ বাবে কোনো পৃথক অনুমতি/অনুমোদন/ই-পাৰ্মিটৰ প্ৰয়োজন নহ’ব। চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে থকা চুক্তিৰ অধীনত ভূমি সীমান্ত অতিক্ৰমি বাণিজ্যৰ অৰ্থেও ব্যক্তি আৰু দ্ৰব্যৰ চলাচল-সৰবৰাহক ই সামৰি ল’ব।

23 August, 2020 প্ৰবিএ ভাদ মাহৰ উপলক্ষে মহাপুৰুষীয়া বাণী ৰে তেৰাক স্মৰণ। সকলো দেশ বাসীৰ মঙ্গলাথে। NORTHEAST NEWS INDIA

 23 August, 2020

প্ৰবিএ ভাদ মাহৰ উপলক্ষে মহাপুৰুষীয়া বাণী ৰে তেৰাক স্মৰণ। 

সকলো দেশ বাসীৰ মঙ্গলাথে।

NORTHEAST NEWS INDIA

Saturday, 22 August 2020

22 August, 2020 শতবছৰ গৰকা ককা খেতেকেশ্বৰ বৰুৱাক জন্মদিনৰ সম্বদ্ধনা জননলে ৰবিশৰ্মা সমম্বয় ফ্ৰেণ্ড ক্লাবে ৯৯ বছৰ সম্পূৰ্ণ কৰি শত বছৰত ভৰি দিয়া গোলাঘাট চান্দমাৰি নিবাসী ককা খেতেকেশ্বৰ বৰুৱাক শনিবাৰে তেখেতৰ শত বছৰীয়া জন্মদিনত ৰবি শৰ্মা সমন্বয় ফেন্ ক্লাৱ, গোলাঘাট'ৰ সভাপতি প্লাৱন বৰদলৈ'ৰ নেতৃত্বত ৰবি শৰ্মা সমন্বয় ফেন্ ক্লাৱৰ সদস্যসকল তেখেতৰ বাসগৃহত উপস্থিত হৈ ফুলাম গামোচা, চেলেং চাদৰ, সফুৰা, সম্বৰ্ধনা পত্ৰ, জাপি, ধূতি, গেঞ্জিৰে সম্বৰ্ধনা জ্ঞাপন কৰে । আৰু লগতে ৰবি শৰ্মা সমন্বয় ফেন্ ক্লাৱ, গোলাঘাটৰ সভাপতি, সদস্যসকলে বৰুৱা দেৱৰ সু-স্বাস্থ্যৰ কামনা কৰে । প্ৰকাশ শৰ্মা ৰিপৰ্ট গোলাঘাট ২২আগষ্ট ৷

 22 August, 2020


শতবছৰ গৰকা ককা খেতেকেশ্বৰ বৰুৱাক জন্মদিনৰ সম্বদ্ধনা জননলে ৰবিশৰ্মা সমম্বয় ফ্ৰেণ্ড ক্লাবে



৯৯ বছৰ  সম্পূৰ্ণ  কৰি  শত  বছৰত  ভৰি  দিয়া  গোলাঘাট  চান্দমাৰি  নিবাসী  ককা খেতেকেশ্বৰ  বৰুৱাক শনিবাৰে  তেখেতৰ  শত  বছৰীয়া  জন্মদিনত  ৰবি  শৰ্মা  সমন্বয়  ফেন্  ক্লাৱ, গোলাঘাট'ৰ  সভাপতি  প্লাৱন  বৰদলৈ'ৰ  নেতৃত্বত  ৰবি  শৰ্মা  সমন্বয়  ফেন্  ক্লাৱৰ  সদস্যসকল  তেখেতৰ  বাসগৃহত  উপস্থিত  হৈ  ফুলাম  গামোচা, চেলেং  চাদৰ, সফুৰা, সম্বৰ্ধনা  পত্ৰ, জাপি, ধূতি, গেঞ্জিৰে  সম্বৰ্ধনা  জ্ঞাপন  কৰে । আৰু  লগতে  ৰবি  শৰ্মা  সমন্বয়  ফেন্  ক্লাৱ, গোলাঘাটৰ  সভাপতি, সদস্যসকলে  বৰুৱা  দেৱৰ  সু-স্বাস্থ্যৰ  কামনা  কৰে । প্ৰকাশ শৰ্মা ৰিপৰ্ট গোলাঘাট ২২আগষ্ট ৷

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...