Friday, 14 August 2020
Thursday, 13 August 2020
13 August, 2020Relaxation in view of celebration of Independence Day 2020 ordered by Shri Kr Sanjay Krishna, Chief Secy, Assam. Kamrup Metro Independence Day 2020
13 August, 2020Detailed Guidelines for Unlock and shall come into force with effect from 5 AM of 16th August and remain valid till 9.30 PM of 31st August 2020 ordered by Shri Kr Sanjay Krishna Chief Secy, Assam. India Fights CoronaAssam Cares
13 August, 2020 গোলাঘাট ব্ৰেকিং -------- ৰেল লাইনত অচিনাক্ত মৃতদেহ উদ্ধাৰ ------------------------------------ গোলাঘাট জিলাৰ জামুগুৰি আৰু বিলগাও ৰেল ষ্টেচনৰ মাজৰ ৰেল আলিত আজি পুৱা এটা অচিনক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ছাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বোকাজান ৰেল আৰক্ষী সূত্ৰে জনোৱামতে ৩১৫/১ -২ ৰেল’ৱে কিলোমিটাৰ এলেকাতৰ ৰেল লাইনত পুৱা এটা মৃতদেহ পৰি থকা ৰাইজে ৰেল আৰক্ষীক খবৰ দিয়ে আৰু বোকাজানৰ পৰা অহা ৰেল আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷ পুৱাপ্ৰায় চাৰি বজাত নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইলৰ পৰা প্ৰায় ৪০ বছৰীয়া ব্যক্তিজন পৰি যায়বুলি আৰক্ষীয়ে সন্দেহ কৰিছে ৷ শৰীৰৰ বিভিন্ন অংগত আঘাটৰ লগতে মুখমণ্ডল চিনিবনোৱাৰা হৈ পৰিল ৷ বগা-কলা টি চাৰ্ট আৰু কলা লংপেণ্ট পৰিহিত লোকজন মীঠাবৰণীয়া ৷ ওখ প্ৰায় ৫ফুট ছয় ইঞ্চি ৷ মৃতদেহৰ লগত কোনো চিনাক্তকৰণৰ তথ্য পোৱা নগল ৷ অচিনাক্ত মৃতদেহটো ৭২ঘণ্টাৰ বাবে গোলাঘাটৰ ছহিদ কুশলকোৱৰ অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে ৷ এই সন্দৰ্ভত ৭২ঘণ্টাৰ ভিতৰত বোকাজানৰ ৰেল’ৱে জি আৰ পিৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে ৷ প্ৰকাশ শৰ্মা গোলাঘাট
13 August, 2020
গোলাঘাট ব্ৰেকিং --------
ৰেল লাইনত অচিনাক্ত মৃতদেহ উদ্ধাৰ
------------------------------------
গোলাঘাট জিলাৰ জামুগুৰি আৰু বিলগাও ৰেল ষ্টেচনৰ মাজৰ ৰেল আলিত আজি পুৱা এটা অচিনক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ছাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বোকাজান ৰেল আৰক্ষী সূত্ৰে জনোৱামতে ৩১৫/১ -২ ৰেল’ৱে কিলোমিটাৰ এলেকাতৰ ৰেল লাইনত পুৱা এটা মৃতদেহ পৰি থকা ৰাইজে ৰেল আৰক্ষীক খবৰ দিয়ে আৰু বোকাজানৰ পৰা অহা ৰেল আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷ পুৱাপ্ৰায় চাৰি বজাত নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইলৰ পৰা প্ৰায় ৪০ বছৰীয়া ব্যক্তিজন পৰি যায়বুলি আৰক্ষীয়ে সন্দেহ কৰিছে ৷ শৰীৰৰ বিভিন্ন অংগত আঘাটৰ লগতে মুখমণ্ডল চিনিবনোৱাৰা হৈ পৰিল ৷ বগা-কলা টি চাৰ্ট আৰু কলা লংপেণ্ট পৰিহিত লোকজন মীঠাবৰণীয়া ৷ ওখ প্ৰায় ৫ফুট ছয় ইঞ্চি ৷ মৃতদেহৰ লগত কোনো চিনাক্তকৰণৰ তথ্য পোৱা নগল ৷ অচিনাক্ত মৃতদেহটো ৭২ঘণ্টাৰ বাবে গোলাঘাটৰ ছহিদ কুশলকোৱৰ অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে ৷ এই সন্দৰ্ভত ৭২ঘণ্টাৰ ভিতৰত বোকাজানৰ ৰেল’ৱে জি আৰ পিৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে ৷ প্ৰকাশ শৰ্মা গোলাঘাট
13 August, 2020 মঙলবাৰে নিশা অমঙ্গল হ’ল গোলাঘাটৰ দুজন দোকানীৰ ৷ গোলাঘাট নগৰ মাজমজিয়াত নিশা চুৰিকাণ্ড সংঘটিত হয় । গোলাঘাট নগৰ টোকানী চাৰ্কলৰ সমীপৰ দুখন দোকানৰ পৰা মঙ্গলবাৰে চোৰে চুৰি কৰি নিয়ে প্ৰায় লক্ষাধিক টকাৰ সামগ্ৰী আৰু নগদ ধন। বিজয় কুমাৰ সিং আৰু দীনেশ জয়ছোৱাল নামৰ দুজন ব্যক্তিৰ ফলমূলৰ দোকানত তলা ভাঙি চোৰে চলাই চাফাই অভিযান। উক্ত অঞ্চলত পূৰ্বতো পাঁচখন ব্যৱসায়িক প্ৰতিষ্ঠান চুৰি হৈছিল। পূৰ্বৰ দৰে এইবাৰ উক্ত দোকান দুখনক লক্ষ্য কৰিলে চোৰে। নগৰৰ মাজমজিয়াত চোৰে চাফাই অভিযান চলাই আহিছে যদিও গোলাঘাট আৰক্ষীয়ে গোলাঘাটৰ পৰা চাফাই চলাব পৰা নাই চোৰক। প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷
13 August, 2020
মঙলবাৰে নিশা অমঙ্গল হ’ল গোলাঘাটৰ দুজন দোকানীৰ ৷ গোলাঘাট নগৰ মাজমজিয়াত নিশা চুৰিকাণ্ড সংঘটিত হয় । গোলাঘাট নগৰ টোকানী চাৰ্কলৰ সমীপৰ দুখন দোকানৰ পৰা মঙ্গলবাৰে চোৰে চুৰি কৰি নিয়ে প্ৰায় লক্ষাধিক টকাৰ সামগ্ৰী আৰু নগদ ধন। বিজয় কুমাৰ সিং আৰু দীনেশ জয়ছোৱাল নামৰ দুজন ব্যক্তিৰ ফলমূলৰ দোকানত তলা ভাঙি চোৰে চলাই চাফাই অভিযান। উক্ত অঞ্চলত পূৰ্বতো পাঁচখন ব্যৱসায়িক প্ৰতিষ্ঠান চুৰি হৈছিল। পূৰ্বৰ দৰে এইবাৰ উক্ত দোকান দুখনক লক্ষ্য কৰিলে চোৰে। নগৰৰ মাজমজিয়াত চোৰে চাফাই অভিযান চলাই আহিছে যদিও গোলাঘাট আৰক্ষীয়ে গোলাঘাটৰ পৰা চাফাই চলাব পৰা নাই চোৰক। প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷
13 August, 2020 অসমৰ মাজেৰে মণিপুৰ ; নাগালেণ্ড ম্যানমাৰ লাউচ ভীয়েটনাম আদিলৈ যোৱা এটা অতি ব্যস্ত ৰাজপথ ৷ পথৰ মাজত আছে ফিচাৰী শদৃশ গাতঁ গৰুৱে পানীখাইথকা এইটো কোনো জলাশয় অথবা পুখুৰী নহয় ৷ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ মাজত সৃষ্টি হোৱা এটা বৃহৎ গাতঁত হে তৃষ্ণা দূৰ কৰিছে গৰুৰ পোৱালী দুটাই ৷ অতি ব্যস্ত এই পথটো কতৃপক্ষই এফালে মেৰামতি কৰে আৰু আন ফালে সৃষ্টি হয় এনেবোৰ অসংখ্য গাতঁৰ ৷ তাতেই আকৌ ভূতৰ ওপৰত দানহ ৷ শেহতীয়াকৈ এই হাইৱেৰ ৰঙাজানৰ ওচৰত স্থাপন কৰিবলৈ লোৱাহৈছে টোলগেট ৷ সেয়েহে বিজ্ঞ লোকে কয় এনেই মৰো ঋষিৰ শাপত ; তাতে দিয় ধানৰ ভাপত ৷ ঃ প্ৰকাশ শৰ্মা গোলাঘাট ৷
13 August, 2020
অসমৰ মাজেৰে মণিপুৰ ;
নাগালেণ্ড ম্যানমাৰ লাউচ ভীয়েটনাম আদিলৈ যোৱা এটা অতি ব্যস্ত ৰাজপথ ৷ পথৰ মাজত
আছে ফিচাৰী শদৃশ গাতঁ
গৰুৱে পানীখাইথকা এইটো কোনো জলাশয় অথবা পুখুৰী নহয় ৷ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ মাজত সৃষ্টি হোৱা এটা বৃহৎ গাতঁত হে তৃষ্ণা দূৰ কৰিছে গৰুৰ পোৱালী দুটাই ৷ অতি ব্যস্ত এই পথটো কতৃপক্ষই এফালে মেৰামতি কৰে আৰু আন ফালে সৃষ্টি হয় এনেবোৰ অসংখ্য গাতঁৰ ৷ তাতেই আকৌ ভূতৰ ওপৰত দানহ ৷ শেহতীয়াকৈ এই হাইৱেৰ ৰঙাজানৰ ওচৰত স্থাপন কৰিবলৈ লোৱাহৈছে টোলগেট ৷ সেয়েহে বিজ্ঞ লোকে কয় এনেই মৰো ঋষিৰ শাপত ; তাতে দিয় ধানৰ ভাপত ৷ ঃ প্ৰকাশ শৰ্মা গোলাঘাট ৷
পৃথিৱীৰ ধংশ সমাগত
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
03 December, 2020 GOLAGHAT SUKAFA DIVAS চ্যুকাফা দিবস l চ্যুকাফা দিবস উপলক্ষে বুধবাৰে গোলাঘাট নগৰৰ মাজমজিয়া স্থিত চ্যুকাফা ক্ষেত্ৰত চ্যু...
-
30 November, 2020 সময়ৰ নিৰ্মম সত্য উপলব্ধি কৰো আহক... # উচ্চ শিক্ষিত আৰু কম শিক্ষিতৰ কোনো পাৰ্থক্য নাথাকে চল্লিশ বছৰ বয়সত । উচ্চ শিক্ষিত জন...
-
08 December, 2020 কৃষক আন্দোলনৰ নামত আজি ঘোষণা কৰা হ’ল ভাৰত বন্ধ ৷ কিন্ত আজিৰ বন্ধদিনা দুখিয়া ভোকাতুৰৰ ওচৰত উপস্থিত হ"ল এজন সমাজকৰ্মী ...