Sunday, 9 August 2020
Saturday, 8 August 2020
8 August, 2020 Breaking News: এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এখন বিমান দুৰ্ঘটনাত দুই টুকুৰা হল। এই দুৰ্ঘটনাত বিমান দুয়ো চালকৰ মৃত্যু হৈছে। এয়াৰ ইণ্ডিয়াৰ AXB1344 B 737 বিমান খন দুবাইৰ পৰা কেৰেলাৰ কালিকট লৈ অহা ৰনৱেত লেণ্ড কৰা সময়ত দুই টুকুৰাত বিভক্ত হয়।বিমান খনত 191 জন যাত্ৰী আছিল। DGCA জাৰি কৰা তথ্য অনুসৰি প্ৰায়ে 2000 মিটাৰ দৃশ্যতা থকা সময়ত ৰনৱে 10 নমা পিছত দুটুকুৰাত বিভক্ত হৈ আৰু ৰনৱেৰ অন্ত লৈকে গুচি যায়।বিমান খন নমা সময়ত ভীষণ বৰষুণ হৈ আছিল যাৰ ফলত বিমান খন পিছলি পৰা বুলি অনুমান কৰা হৈছে। পূৰ্ণ বৰা ৰিপোৰ্ট
8 August, 2020
Breaking News:
এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এখন বিমান দুৰ্ঘটনাত দুই টুকুৰা হল।
এই দুৰ্ঘটনাত বিমান দুয়ো চালকৰ মৃত্যু হৈছে।
এয়াৰ ইণ্ডিয়াৰ AXB1344 B 737 বিমান খন দুবাইৰ পৰা কেৰেলাৰ কালিকট লৈ অহা ৰনৱেত লেণ্ড কৰা সময়ত দুই টুকুৰাত বিভক্ত হয়।বিমান খনত 191 জন যাত্ৰী আছিল।
DGCA জাৰি কৰা তথ্য অনুসৰি প্ৰায়ে 2000 মিটাৰ দৃশ্যতা থকা সময়ত ৰনৱে 10 নমা পিছত দুটুকুৰাত বিভক্ত হৈ আৰু ৰনৱেৰ অন্ত লৈকে গুচি যায়।বিমান খন নমা সময়ত ভীষণ বৰষুণ হৈ আছিল যাৰ ফলত বিমান খন পিছলি পৰা বুলি অনুমান কৰা হৈছে।
পূৰ্ণ বৰা ৰিপোৰ্ট
Friday, 7 August 2020
7 August, 2020 গোলাঘাটৰ ৰঙাজানত বৃহস্পতিবাৰে নিশা চুৰিকাণ্ড সংঘটিত হয় । ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ৰঙাজানৰ দুখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা কেইবা লক্ষাধিক টকাৰ সামগ্ৰী লুটি নিয়ে চোৰে । ৰঙাজানৰ বিশাল হাৰ্ডৱেৰ নামৰ গৃহ নিৰ্মাণ প্ৰতিষ্ঠান খনৰ পৰা প্ৰায় দুই লক্ষাধিক টকাৰ সামগ্ৰী আৰু ৰঙাজান ম'বাইল চেণ্টাৰৰ পৰা লক্ষাধিক টকাৰ সামগ্ৰী চুৰি কৰি নিয়ে ।নিশা আৰক্ষীৰ পেট্ৰলিঙ নোহোৱাৰ বাবেই এনেদৰে চোৰে বাধাহীনভাৱে চুৰিকৰিব পাৰিলে বুলি ভূক্তভোগীয়ে মন্তব্য কৰিচে ::প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷
7 August, 2020
গোলাঘাটৰ ৰঙাজানত বৃহস্পতিবাৰে নিশা চুৰিকাণ্ড সংঘটিত হয় । ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ৰঙাজানৰ দুখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা কেইবা লক্ষাধিক টকাৰ সামগ্ৰী লুটি নিয়ে চোৰে । ৰঙাজানৰ বিশাল হাৰ্ডৱেৰ নামৰ গৃহ নিৰ্মাণ প্ৰতিষ্ঠান খনৰ পৰা প্ৰায় দুই লক্ষাধিক টকাৰ সামগ্ৰী আৰু ৰঙাজান ম'বাইল চেণ্টাৰৰ পৰা লক্ষাধিক টকাৰ সামগ্ৰী
চুৰি কৰি নিয়ে ।নিশা আৰক্ষীৰ পেট্ৰলিঙ নোহোৱাৰ বাবেই এনেদৰে চোৰে বাধাহীনভাৱে চুৰিকৰিব পাৰিলে বুলি ভূক্তভোগীয়ে মন্তব্য কৰিচে ::প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
30 January, 2021 *লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21 ## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
।। জয় মা আৰু প্ৰকৃতি।। বিশ্বৰ মানৱ জাতিলৈ আহ্বান। সেই মানৱ জাতি এই পৃথিৱীত আপোনালোকৰ দায়িত্ব পালন কৰিবলৈ বহোত আছে। এই সংসাৰত স্বজন কৰ্...