Thursday, 6 August 2020

BREAKING NEWS

6 August, 2020উত্তৰপ্ৰদেশত উঠিল ভক্তৰ জোৱাৰ ৷ ৰামমন্দিৰ নিৰ্মাণৰ জল্পনা কল্পনা আইনীযুজৰ অন্তত বুধবাৰে আহিল শুভ ক্ষণটো অয্যোধ্যত ভগবান শ্ৰী ৰামচন্দ্ৰৰ মন্দীৰ নিৰ্মাণৰ বাবে বুধবাৰে সম্পন্ন হ’ল ভূমীপূজন ৷ দেশৰ কোটি কোটি ৰামভক্ত উচাহ আগবাঢ়িল ৷ বুধবাৰৰ এই ভূমীপূজনৰ শুভক্ষণতে গোলাঘাটৰ আকাশত দেখাগল সাতোৰঙী ৰামধেনু ৷ ইফালে বিয়লি ৰামভক্ত সকলে প্ৰভূৰামচন্দ্ৰ শ্ৰী চৰণত পূস্পাঞ্জলী নিবেদন কৰাৰ লগতে বন্তী প্ৰজ্বলন কৰে ৷ ৰামমন্দিৰ এই ভূমীপূজনৰ দিনটোত গোলাঘাটবাসী য়েও আনন্দত আত্মহাৰা হয় ৷ ::: গোলাঘাটৰ পৰা এই প্ৰতিবেদন আগবঢ়ালে প্ৰকাশ শৰ্মা লগতে মাধৱ গগৈ।

6 August, 2020#Covid19 #Assam and actions taken as on 05/08/2020.

6 August, 2020

#Covid19 #Assam and actions taken as on 05/08/2020.

Wednesday, 5 August 2020

5 August, 2020১৬৬৯ চনৰ ঐতিহাসিক আলাবৈৰ ৰণত মোগলৰ বিৰুদ্ধে বীৰত্ব আৰু সাহসেৰে যুঁজ দি প্ৰাণ আহুতি দিয়া দেশ আৰু জাতিৰ বাবে প্ৰাণাহুতি দিয়া বীৰলৈ অসমৰ বীৰ সৈন্যসকললৈ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল মাননীয় স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শৰ্মা , মাননীয় মন্ত্ৰী শ্ৰী কেশৱ মহন্ত কামৰূপ জিলাৰ দদৰাত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। দদৰাত এই ৰণৰ স্মৃতি দিৱসত অংশগ্ৰহণ কৰে।বীৰ শ্বহীদসকলৰ স্বদেশপ্ৰেম আৰু অদম্য পৰাক্ৰমৰ স্মৃতি যুগজয়ী কৰি ৰখাৰ বাবে এটা স্মৃতি সৌধ নিৰ্মাণ কৰা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।

5 August, 2020

১৬৬৯ চনৰ ঐতিহাসিক আলাবৈৰ ৰণত মোগলৰ বিৰুদ্ধে বীৰত্ব আৰু সাহসেৰে যুঁজ দি প্ৰাণ আহুতি দিয়া দেশ আৰু জাতিৰ বাবে প্ৰাণাহুতি দিয়া বীৰলৈ অসমৰ বীৰ সৈন্যসকললৈ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল  মাননীয় স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শৰ্মা , মাননীয় মন্ত্ৰী শ্ৰী কেশৱ মহন্ত কামৰূপ জিলাৰ দদৰাত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।  দদৰাত এই ৰণৰ স্মৃতি দিৱসত অংশগ্ৰহণ কৰে।
বীৰ শ্বহীদসকলৰ স্বদেশপ্ৰেম আৰু অদম্য পৰাক্ৰমৰ স্মৃতি যুগজয়ী কৰি ৰখাৰ বাবে এটা স্মৃতি সৌধ নিৰ্মাণ কৰা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।

5 August, 2020মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰভু শ্ৰীৰামচন্দ্ৰৰ পৱিত্ৰ জন্মভূমিত ভূমি পূজন সম্পন্ন কৰি বিশ্বৰ অন্যতম প্ৰাচীন আৰু মহান সভ্যতাটোৰ এটি মহৎ আকাংক্ষাক পূৰ্ণ ৰূপ দিলে। এয়া সমগ্ৰ ভাৰত বাসিৰ বাবে এয়া এক সচাঁকৈ সুভাগ্য দিন। আহক আমি সকলোৱেই এখন সম্পুর্ণ নতুন ভাৰতৱৰ্ষ গঢ়াৰ নিমিত্তে এটি নতুন সুন্দৰ বাতেৰে অগ্ৰসৰ হওঁ। জয় শ্ৰীৰাম 🙏NORTHEAST NEWS INDIA

5 August, 2020

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰভু শ্ৰীৰামচন্দ্ৰৰ পৱিত্ৰ জন্মভূমিত  ভূমি পূজন সম্পন্ন কৰি বিশ্বৰ অন্যতম প্ৰাচীন আৰু মহান সভ্যতাটোৰ এটি মহৎ আকাংক্ষাক পূৰ্ণ ৰূপ দিলে। এয়া সমগ্ৰ ভাৰত বাসিৰ বাবে এয়া এক  সচাঁকৈ সুভাগ্য দিন। আহক আমি সকলোৱেই এখন সম্পুর্ণ নতুন ভাৰতৱৰ্ষ গঢ়াৰ নিমিত্তে এটি নতুন সুন্দৰ বাতেৰে অগ্ৰসৰ হওঁ। 

জয় শ্ৰীৰাম 🙏

5 August, 2020 জয় শ্ৰী ৰাম🚩"যি ঠাইত ৰাম লালা বিৰাজমানতাতেই হ'ব মন্দিৰ নিৰ্মান" আজি ৫ আগষ্টত হ'ব ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ভূমিপূজন।ৰাম মন্দিৰ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰিব। প্ৰভু শ্ৰীৰামক আমি পুনৰ সেই একেখিনি ঠাইতে দেখিবলৈ আমাৰ সৌভাগ্য হব। আহক আমি দেশৰ সকলোৱে একে লগে এখন সুন্দৰ ভাৰত গঢ়াৰ সংকল্প লও। NORTHEAST NEWS INDIA জয় শ্ৰীৰাম 🚩জয় ভাৰত মাতা

5 August, 2020

জয় শ্ৰী ৰাম🚩"যি ঠাইত ৰাম লালা বিৰাজমান
তাতেই হ'ব মন্দিৰ নিৰ্মান" আজি ৫ আগষ্টত হ'ব ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ভূমিপূজন।
ৰাম মন্দিৰ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰিব। প্ৰভু শ্ৰীৰামক আমি পুনৰ সেই একেখিনি ঠাইতে দেখিবলৈ আমাৰ সৌভাগ্য হব। আহক  আমি দেশৰ সকলোৱে একে লগে এখন সুন্দৰ ভাৰত গঢ়াৰ সংকল্প লও। 

NORTHEAST NEWS INDIA

জয় শ্ৰীৰাম 🚩
জয় ভাৰত মাতা

5 August, 2020 ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰণালয়ৰ অধীনত গ্ৰহণ কৰা হৈছে দিব্যাংগসকলৰ সুবিধাৰ অৰ্থে এক গুৰুত্বপূৰ্ণ পদক্ষেপ ।

5 August, 2020

 ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰণালয়ৰ অধীনত গ্ৰহণ কৰা হৈছে দিব্যাংগসকলৰ সুবিধাৰ অৰ্থে এক গুৰুত্বপূৰ্ণ পদক্ষেপ ।

5 August, 2020 অসমৰ প্ৰথমগৰাকী মুখ‍্যমন্ত্ৰী, 'ভাৰত ৰত্ন' মহান স্বাধীনতা সেনানী তথা ভাৰতৰ স্বৰাজোত্তৰ কালৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱক মৃত্যু দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। NORTHEAST NEWS INDIA

5 August, 2020

অসমৰ প্ৰথমগৰাকী মুখ‍্যমন্ত্ৰী, 'ভাৰত ৰত্ন' 
মহান স্বাধীনতা সেনানী তথা ভাৰতৰ স্বৰাজোত্তৰ কালৰ  লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱক মৃত্যু দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।

NORTHEAST NEWS INDIA

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।