Thursday, 6 August 2020
Wednesday, 5 August 2020
5 August, 2020১৬৬৯ চনৰ ঐতিহাসিক আলাবৈৰ ৰণত মোগলৰ বিৰুদ্ধে বীৰত্ব আৰু সাহসেৰে যুঁজ দি প্ৰাণ আহুতি দিয়া দেশ আৰু জাতিৰ বাবে প্ৰাণাহুতি দিয়া বীৰলৈ অসমৰ বীৰ সৈন্যসকললৈ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল মাননীয় স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শৰ্মা , মাননীয় মন্ত্ৰী শ্ৰী কেশৱ মহন্ত কামৰূপ জিলাৰ দদৰাত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। দদৰাত এই ৰণৰ স্মৃতি দিৱসত অংশগ্ৰহণ কৰে।বীৰ শ্বহীদসকলৰ স্বদেশপ্ৰেম আৰু অদম্য পৰাক্ৰমৰ স্মৃতি যুগজয়ী কৰি ৰখাৰ বাবে এটা স্মৃতি সৌধ নিৰ্মাণ কৰা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।
5 August, 2020
১৬৬৯ চনৰ ঐতিহাসিক আলাবৈৰ ৰণত মোগলৰ বিৰুদ্ধে বীৰত্ব আৰু সাহসেৰে যুঁজ দি প্ৰাণ আহুতি দিয়া দেশ আৰু জাতিৰ বাবে প্ৰাণাহুতি দিয়া বীৰলৈ অসমৰ বীৰ সৈন্যসকললৈ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল মাননীয় স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শৰ্মা , মাননীয় মন্ত্ৰী শ্ৰী কেশৱ মহন্ত কামৰূপ জিলাৰ দদৰাত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। দদৰাত এই ৰণৰ স্মৃতি দিৱসত অংশগ্ৰহণ কৰে।
5 August, 2020মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰভু শ্ৰীৰামচন্দ্ৰৰ পৱিত্ৰ জন্মভূমিত ভূমি পূজন সম্পন্ন কৰি বিশ্বৰ অন্যতম প্ৰাচীন আৰু মহান সভ্যতাটোৰ এটি মহৎ আকাংক্ষাক পূৰ্ণ ৰূপ দিলে। এয়া সমগ্ৰ ভাৰত বাসিৰ বাবে এয়া এক সচাঁকৈ সুভাগ্য দিন। আহক আমি সকলোৱেই এখন সম্পুর্ণ নতুন ভাৰতৱৰ্ষ গঢ়াৰ নিমিত্তে এটি নতুন সুন্দৰ বাতেৰে অগ্ৰসৰ হওঁ। জয় শ্ৰীৰাম 🙏NORTHEAST NEWS INDIA
5 August, 2020
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰভু শ্ৰীৰামচন্দ্ৰৰ পৱিত্ৰ জন্মভূমিত ভূমি পূজন সম্পন্ন কৰি বিশ্বৰ অন্যতম প্ৰাচীন আৰু মহান সভ্যতাটোৰ এটি মহৎ আকাংক্ষাক পূৰ্ণ ৰূপ দিলে। এয়া সমগ্ৰ ভাৰত বাসিৰ বাবে এয়া এক সচাঁকৈ সুভাগ্য দিন। আহক আমি সকলোৱেই এখন সম্পুর্ণ নতুন ভাৰতৱৰ্ষ গঢ়াৰ নিমিত্তে এটি নতুন সুন্দৰ বাতেৰে অগ্ৰসৰ হওঁ।
জয় শ্ৰীৰাম 🙏
5 August, 2020 জয় শ্ৰী ৰাম🚩"যি ঠাইত ৰাম লালা বিৰাজমানতাতেই হ'ব মন্দিৰ নিৰ্মান" আজি ৫ আগষ্টত হ'ব ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ভূমিপূজন।ৰাম মন্দিৰ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰিব। প্ৰভু শ্ৰীৰামক আমি পুনৰ সেই একেখিনি ঠাইতে দেখিবলৈ আমাৰ সৌভাগ্য হব। আহক আমি দেশৰ সকলোৱে একে লগে এখন সুন্দৰ ভাৰত গঢ়াৰ সংকল্প লও। NORTHEAST NEWS INDIA জয় শ্ৰীৰাম 🚩জয় ভাৰত মাতা
5 August, 2020
জয় শ্ৰী ৰাম🚩"যি ঠাইত ৰাম লালা বিৰাজমান
তাতেই হ'ব মন্দিৰ নিৰ্মান" আজি ৫ আগষ্টত হ'ব ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ভূমিপূজন।
ৰাম মন্দিৰ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰিব। প্ৰভু শ্ৰীৰামক আমি পুনৰ সেই একেখিনি ঠাইতে দেখিবলৈ আমাৰ সৌভাগ্য হব। আহক আমি দেশৰ সকলোৱে একে লগে এখন সুন্দৰ ভাৰত গঢ়াৰ সংকল্প লও।
NORTHEAST NEWS INDIA
জয় শ্ৰীৰাম 🚩
5 August, 2020 অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, 'ভাৰত ৰত্ন' মহান স্বাধীনতা সেনানী তথা ভাৰতৰ স্বৰাজোত্তৰ কালৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱক মৃত্যু দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। NORTHEAST NEWS INDIA
5 August, 2020
অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, 'ভাৰত ৰত্ন'
মহান স্বাধীনতা সেনানী তথা ভাৰতৰ স্বৰাজোত্তৰ কালৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱক মৃত্যু দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।
Subscribe to:
Comments (Atom)
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...