Saturday, 1 August 2020

1August , 2020বানপানীৰ শেহতীয়া স্থিতি ৰাজ্যত Assam Floods 2020

1August , 2020

বানপানীৰ শেহতীয়া স্থিতি ৰাজ্যত 
Assam Floods 2020

1 August, 2020সমগ্ৰ দেশৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ লগতে নৰ্থ ইস্টৰ সকলো পৰিয়াললৈ পৱিত্ৰ ঈদৰ আন্তৰিক শুভেচ্ছা জনাইছো। এই পৱিত্ৰ ক্ষণত নেদেখাজনৰ ওচৰত দোৱা কৰিছোঁ- সমাজৰ অসূয়া-অপ্ৰীতি নাশি জাতি-ধৰ্ম, ভাষা-বৰ্ণ নিৰ্বিশেষে সকলোৰে মাজত একতা-ভাতৃত্ববোধৰ এনাজৰীডাল অধিক শক্তিশালী হওক। তাৰে কামনাৰে। NORTHEAST NEWS INDIAআহক এইবাৰ স্বাস্থ্য আৰু সামাজিক দূৰত্ব সম্পৰ্কীয় সকলো চৰকাৰী নীতি-নিৰ্দেশনা মানি এই উৎসৱ পালন কৰোঁ।

1 August, 2020

সমগ্ৰ দেশৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ লগতে  নৰ্থ ইস্টৰ সকলো পৰিয়াললৈ পৱিত্ৰ ঈদৰ আন্তৰিক শুভেচ্ছা জনাইছো। এই পৱিত্ৰ ক্ষণত নেদেখাজনৰ ওচৰত দোৱা কৰিছোঁ- সমাজৰ অসূয়া-অপ্ৰীতি নাশি জাতি-ধৰ্ম, ভাষা-বৰ্ণ নিৰ্বিশেষে সকলোৰে মাজত একতা-ভাতৃত্ববোধৰ এনাজৰীডাল অধিক শক্তিশালী হওক। তাৰে কামনাৰে। 
NORTHEAST NEWS INDIA

আহক এইবাৰ স্বাস্থ্য আৰু সামাজিক দূৰত্ব সম্পৰ্কীয় সকলো চৰকাৰী নীতি-নিৰ্দেশনা মানি এই উৎসৱ পালন কৰোঁ।

1 Augusta, 2020#Covid19 #Assam and actions taken as on 31/07/2020.

1 Augusta, 2020

#Covid19 #Assam and actions taken as on 31/07/2020.

31 July, 2020বানপানীৰ শেহতীয়া স্থিতি ৰাজ্যত Assam Floods 2020

Friday, 31 July 2020

31 July, 2020গোলাঘাট জিলা ৰ অন্তৰ্গত নুমলীগৰ ৪ নং ৰং বং গাওঁত বছৰ বছৰ ধৰি হাতীৰ উপদ্ৰব চলি আছে। আজিও বিভিন্ন লোকৰ ঘৰত বনৰীয়া হাতীৰ জাক টোৱে ধ্বংস লীলা ছলায় যায়। অসম চাহ জনজাতি ছাত্ৰ সন্থা ৰং বং মৰঙ্গী প্ৰাথমিক গোটৰ উপ সভাপতি আছিক তাতীয়ে জনায় যে তাত চৰকাৰ তথা বন বিভাগৰ কোনো ধৰণৰ পদক্ষেপ লোৱা দেখা নাই ।এইটো আজি এদিনৰ অসুবিধা নহয়। বহু বছৰৰ পৰা চলি আছে বুলি জনায়, সেয়েহে অসম চাহ জনজাতি ছাত্ৰ সন্থা ৰং বং মৰঙ্গী প্ৰাথমিক গোটৰ তৰফৰ পৰা উপ সভাপতি আছিক তাৰ্তী য়ে অসম চৰকাৰক তথা বন বিষয়াক দাবী জনাইছে । লগতে ইয়াৰ উচিত স্থায়ী সমস্যা সমাধানৰ পদক্ষেপ লবৰ বাবে আহ্বান জনাইছে।

31 July, 2020ঈদ-উজ্-জোহা উপলক্ষে দেশৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগতে নৰ্থ ইস্টৰ সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন জনাইছো। NORTHEAST NEWS INDIA ৰ তৰফৰ পৰা।

31 July, 2020

ঈদ-উজ্-জোহা উপলক্ষে দেশৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগতে নৰ্থ ইস্টৰ সকলোলৈকে  আন্তৰিক শুভেচ্ছা জ্ঞাপন জনাইছো। 
NORTHEAST NEWS INDIA ৰ তৰফৰ পৰা।

31 July, 2020অসমৰ কলা-সংস্কৃতি তথা চলচ্চিত্ৰৰ সাৰুৱা ক্ষেত্ৰখনলৈ অতুলনীয় অৱদান আগবঢ়াই থৈ গৈছে। অভিনেতা, নাট‍্যকাৰ তথা পৰিচালক নটসূৰ্য ফণী শৰ্মাদেৱে। নটসূৰ্যলৈ স্মৃতি দিৱসত গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ।NORTHEAST NEWS INDIA

31 July, 2020
অসমৰ কলা-সংস্কৃতি তথা চলচ্চিত্ৰৰ সাৰুৱা ক্ষেত্ৰখনলৈ অতুলনীয় অৱদান আগবঢ়াই থৈ গৈছে। অভিনেতা, নাট‍্যকাৰ তথা পৰিচালক নটসূৰ্য ফণী শৰ্মাদেৱে। 
 
নটসূৰ্যলৈ স্মৃতি দিৱসত গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ।

NORTHEAST NEWS INDIA

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।