Friday, 24 July 2020

24 July, 2020 বানপানীৰ শেহতীয়া স্থিতি ৰাজ্যত


24 July, 2020 Cares For You. Govt Of Assam & NHM Assam From availing the information about your Families staying at Covid Care Centers in Kamrup Metro & Rural districts to those willing to cater to their Families' needs from their homes can now contact the concerned officials at each CCCs. Assam Fights Corona.


24 July, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে জনতা ভৱনত অসমৰ মীনখণ্ডক অধিক গতিশীলতা প্ৰদান কৰাৰ লক্ষ্যৰে ১২ গৰাকী মীন উন্নয়ন বিষয়াক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে আৰু মীনখণ্ডৰ উন্নয়নৰ বাবে আধুনিক দৃষ্টিভংগীৰে কাম কৰি যাবলৈ তেখেতসকলক আহ্বান জনায়। অসমে ২০১৯-২০ বৰ্ষত ৩.৩৫ লাখ মেট্ৰিক টন মৎস্য উৎপাদনেৰে অভিলেখ গঢ়িছে। ২০১৫-১৬ বৰ্ষৰ তুলনাত চলিত বিত্তীয় বৰ্ষত ৪%তকৈও অধিক মৎস্য উৎপাদন হৈছে। ইয়াৰ যোগেদি অসমে মৎস্য উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ বজাৰসমূহলৈও মাছ ৰপ্তানি কৰিছে। দক্ষিণ-পূব এছিয়াৰ বিভিন্ন বজাৰত আমাৰ সুদৃঢ় স্থিতি গঢ় দিয়াৰ লক্ষ্যৰে এতিয়া আমি অসমক 'মাছ ৰপ্তানিকাৰী ৰাজ্য' (Fish Exporting State) হিচাপে আগুৱাই নিয়াত অগ্ৰাধিকাৰ দিছোঁ : মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। 'আত্মনিৰ্ভৰ অসম' গঢ় দিয়াৰ দিশত আমাৰ মীনখণ্ডই অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। আমি সকলোৱে মিলি এই নীল বিপ্লৱক অধিক গতিশীলতা প্ৰদান কৰিব লাগিব : মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।








24 July, 2020 কিষাণ ক্ৰেডিট কাৰ্ড। মীন ক্ষেত্ৰৰ সৈতে জড়িত সকলৰ বাবে সুখবৰ। আগষ্ট মাহৰ ভিতৰত ২.৫ লাখ লোকক সাঙুৰি লোৱাৰ লক্ষ্য।


23 July, 2020 সেউজ সোণেৰে অসমৰ ভৱিষ্যত গঢ়াৰ দিশত এখোজ 'অসম বাঁহ আৰু বেত নীতি, ২০১৯'ৰ অধীনত আগবঢ়োৱা কেতবোৰ উদগনিমূলক সা-সুবিধা এনেধৰণৰ-


নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।