Saturday, 18 July 2020

18 July, 2020 শেহতীয়া স্থিতি ৰাজ্যত বানপানীৰ


18 July, 2020 ২ আগষ্ট সন্ধ্যা ৭ বজালৈ বাহাল থাকিবলগীয়া এই 'আনলক-১'ৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে জাৰি কৰিছে কিছু গুৰুত্বপূৰ্ণ নীতি-নিৰ্দেশনা ৷ ১৯ জুলাই সন্ধ্যা ৭ বজাৰ পৰা প্ৰযোজ্য হোৱাকৈ কামৰূপ (মেট্ৰ') জিলাৰ ক্ষেত্ৰত ঘোষণা কৰা হৈছে 'আনলক-১' প্ৰক্ৰিয়া৷ লগতে ৰাজ্যত আন্তঃজিলা পৰিবহণৰ ক্ষেত্ৰতো জাৰি কৰা হৈছে নীতি নিৰ্দেশনা।




18 July, 2020 দিহিং-পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যৰ কয়লা খনন সন্দৰ্ভত তদন্ত ঘোষণা কৰিছে। মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে । কয়লা খননৰ এই সমগ্ৰ বিষয় তদন্ত কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মাননীয় ন্যায়াধীশ শ্ৰী ব্ৰজেন্দ্ৰ প্ৰসাদ কটকীক দায়িত্ব অৰ্পণ কৰা হৈছে।


ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...