Sunday, 12 July 2020

12 July, 2020 ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত আজি মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে জলসম্পদ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী কেশৱ মহন্তৰ উপস্থিতিত ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে জিলাসমূহৰ দায়িত্বত থকা মন্ত্ৰীসকলক বানাক্ৰান্ত ৰাইজৰ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে সাহায্য আৰু উদ্ধাৰ অভিযান ক্ষিপ্ৰতৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। বানাক্ৰান্ত জিলাসমূহৰ উপায়ুক্তসকলক সাহায্য আৰু উদ্ধাৰ অভিযানত এছ ডি আৰ এফ আৰু এন ডি আৰ এফক নিয়োজিত কৰাৰ বাবে নিৰ্দেশ দিয়া হয়। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীয়ে জলসম্পদ বিভাগক বানত ক্ষতিগ্ৰস্ত মথাউৰিসমূহ তাৎক্ষণিকভাৱে মেৰামতি কৰিবলৈ জলসম্পদ বিভাগক নিৰ্দেশ প্ৰদান কৰে।







12 July, 2020 কামৰূপ (মহানগৰ) জিলাত বৰ্তমানে চলি থকা লকডাউনৰ সময়সীমা অহা ১৯ জুলাই সন্ধ্যা ৭ বজালৈ বৃদ্ধি কৰিছে। ক'ভিড-১৯ সংক্ৰমণৰ ক্ৰমবৰ্ধিত হাৰৰ বাবে। এই সম্পৰ্কে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তৰফৰ পৰা জাৰি কৰিছে এক নিৰ্দেশাৱলী।





12 July, 2020 Guidelines for covipositive patient Home Quarantine .





12 July, 2020 National Simplicity Day 12 July NORTHEAST NEWS INDIA




12 July, 2020 Celebration Of 12 July, 2020 National Pepar Bag Day NORTHEAST NEWS INDIA



12 July, 2020 #Covid19 #Assam and actions taken as on 11/07/2020 (9:30 pm).





ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...