Thursday, 25 June 2020
Wednesday, 24 June 2020
24 Jun, 2020 শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ১১১গৰাকী কৃষি উন্নয়ন বিষয়াক নিযুক্তি পত্ৰ প্ৰদান কৰে। অসমৰ কৃষি খণ্ডক অধিক গতিশীলতা প্ৰদান কৰিবলৈ। কৃষি মন্ত্রী শ্ৰী যুত অতুল বৰাই সকলোকে অভিনন্দন জ্ঞাপন জনায়। চৰকাৰখনৰ প্ৰধান লক্ষ্য৷ নৱ-নিযুক্ত কৃষি উন্নয়ন বিষয়াসকলে যাতে কৃষকসকলৰ সৈতে সুসম্পৰ্ক স্থাপন কৰি সততা-নিষ্ঠাৰে নিজ কৰ্তব্য পালন কৰি কৃষি খণ্ডলৈ এক যুগান্তকাৰী পৰিৱৰ্তন কঢ়িয়াই আনে৷ আজিৰ অনুষ্ঠানত লগতে উপস্থিত আছিল অসম বিধানসভাৰ উপাধ্যক্ষ শ্ৰী আমিনুল হক লস্কৰ ডাঙৰীয়া, সাংসদ শ্ৰী ৰাজদীপ ৰয় ডাঙৰীয়া, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা শ্ৰী হৃষিকেশ গোস্বামী ডাঙৰীয়া, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শ্ৰী শান্তনু ভৰালী ডাঙৰীয়া, কৃষি উৎপাদন আয়ুক্ত শ্ৰী ৰাজেশ প্ৰসাদ, কৃষি বিভাগৰ আয়ুক্ত তথা সচিব শ্ৰী কুলেন্দ্ৰ তালুকদাৰ, কৃষি বিভাগৰ সঞ্চালক শ্ৰী মনোজ কুমাৰকে ধৰি বিভাগীয় কেইবাগৰাকী বিষয়া৷
Tuesday, 23 June 2020
23 Jun, 2020 অসম চৰকাৰৰ কৃষি বিভাগৰ বিশেষ জাননী। 'পূব ভাৰতৰ সেউজ বিপ্লৱৰ সূচনা, ২০১৯-২০' আঁচনিৰ অধীনত কৃষক ৰাইজলৈ ৰোটাভেটৰ, ধানৰ কঠীয়া ৰোৱা যন্ত্ৰ আৰু ধানৰ মৰণা মৰা যন্ত্ৰ ৰাজসাহায্যৰ জৰিয়তে আগবঢ়াইছে । এই যন্ত্ৰসমূহৰ ৰাজসাহায্যৰ পৰিমাণ আৰু জিলাভিত্তিক আৱণ্টনৰ বিষয় সবিশেষ জানি লওঁক অথবা অধিক জানিবলৈ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰক।
Subscribe to:
Comments (Atom)
মোৰ জাতি এটাই
মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
























