Saturday, 13 June 2020
13 Jun, 2020 এগৰাকী ৫৫ বছৰীয়া মহিলা ৷ জতীল ৰোগত আক্ৰান্ত মহিলা গৰাকীৰ চিকিৎসা কৰাত ব্যৰ্থ হৈছে পৰিয়ালৰ লোক ৷ গোলাঘাট চহৰৰ পাৰ্শ্ব্ৱ্তী এলেকা কাঠকটিয়া গাঁৱৰ কৃষক ডিম্বেশ্বৰ বৰাৰ পত্নী তথা পাঁচ সন্তানৰ মাতৃ মিনা বৰা আক্ৰান্ত হৈছে ব্লাড কেঞ্চাৰত ৷ মহিলা গৰাকীৰ তিনিজন পুত্ৰ আৰু দুগৰাকী কণ্যা ৷ পুত্ৰ-কণ্যা সকলোৰে আছে নিজ নিজ সংসাৰ ৷ কেইবছৰমানৰ আগতে মীনা অসুষ্ঠ হোৱাত তেওক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে ৰোগ নিণয় কৰিব পৰা নাছিল ৷ বহু পৰীক্ষাৰ অন্তত মীনা বৰা ব্লাড কেঞ্চাৰ হোৱা বুলি জানিব পাৰিছে। চিকিৎসকে মীনা বৰা ক গুৱাহাটীলৈ নিয়াৰ পৰামৰ্শ দিছে ৷ কোনো উপাই নাই পৰিয়ালটোৰ ৷ নিজৰ মাটিবাৰি ধনশিৰিনদীয়ে গ্ৰাস কৰাৰ পিচত আনৰ মাটিত ঘৰ সাজি যেনেতেনে দুবেলা দুমুঠি খাই আছে ৷ পৰিয়ালটোৰ পানীত হাঁহ নচৰা অৱস্থা ৷ সেয়েহে দুৰ্ভগীয়া পৰিয়ালটোৱে ৰাইজলৈ আৰ্থিক সাহায্য বিছাৰিছে কোনো সদাসয় লোকে যদি আৰ্থিক অনুদান আগবঢ়ায় তেন্তে অসম গ্ৰামীণ বিকাশ বেংক গোলাঘাট শাখাৰ । A/C 7234010038933 আৰু IFSC Code- UTBIORRBAGB জমা দিব পাৰিব। যোগাযোগৰ নম্বৰ 6001940051 পৰিয়াটোলৈ দুয্যোগ নামি আহিছে ৷ ধনশিৰি নদীৰ পানী বাঢ়িলেই নদীৰ খহনীয়াই তেওলোকৰ জুপুৰীটো চিনচাৱ নোহোৱাৰ আশংকা আহি পৰিছে ৷ :::পাৰ্থ জোতি বৰা গোলাঘাট।
13 Jun, 2020 মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয়টো কাৰ্য্যকালৰ প্ৰথম বৰ্ষ আৰু মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নেতৃত্বাধীন অসম চৰকাৰৰ চতুৰ্থ বৰ্ষ সম্পূৰ্ণ হোৱা উপলক্ষ্যত আৰু বিটিচিৰ নিৰ্বাচনৰ লগতে সাংগঠনিক কাৰ্যক্ৰমৰ ওপৰত আজি কোকৰাঝাৰত সংবাদ মেল ৷
Friday, 12 June 2020
Subscribe to:
Posts (Atom)
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...








