Saturday, 16 May 2020
16 May, 2020
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীনৱ কুমাৰ দলেয়ে দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ অন্তৰ্গত বিধানসভা সমষ্টিৰ বিধায়কসকলৰ উপস্থিতিত আয়োজিত এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে।
বৈঠকত মন্ত্ৰীগৰাকীয়ে গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰূপায়িত হৈ থকা আঁচনিসমূহ বিশেষকৈ এমজিএনৰেগাৰ জৰিয়তে বহিঃৰাজ্যৰ পৰা আহি কৰ্মহীন হৈ পৰা লোকসকলক জব কাৰ্ড প্ৰদান কৰি তেওঁলোকৰ জীৱিকা অর্জনত সহায় কৰাৰ বাবে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে।
লক্-ডাউন শিথিল হোৱাৰ পিছত বিভাগটোৰ বিভিন্ন আঁচনি যেনে এমজিএনৰেগা, পিএমএৱাই-জি, চতুৰ্দশ বিত্তীয় আয়োগ, এনএছপি, ডিৱাই এনআৰএলএম আদিৰ কাম আৰম্ভ কৰা হৈছে। গ্ৰাম্য অসমৰ অৰ্থনীতি সবল কৰিব পৰা এনে আঁচনিসমূহ যাতে ফলপ্ৰসূভাৱে ৰূপায়ন কৰিব পাৰি তাৰ বাবে মন্ত্ৰীগৰাকীয়ে জিলাই জিলাই গৈ পৰ্যালোচনা সভা অনুষ্ঠিত কৰি তাৰ বুজ লয়।
Subscribe to:
Comments (Atom)
জুবিন দা সদায় আমাৰ মাজত জীয়াই থাকিব।
জুবিন দা সদায় আমাৰ মাজত জীয়াই থাকিব। তেওঁৰ মৃত্যু হ'ব নোৱাৰে। আৰু আমাৰ নতুন প্ৰজন্ম সকলোৱে জুবিন দাৰ দৰে হ'বলৈ চেষ্টা কৰিব লাগিব ভ...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...