বিশেষ আহ্বান।।
এই বাৰ্তা সকলোৱে আকোঁৱালি লওঁক।
জনসাধাৰণে বহোত কষ্ট কৰি যি জন জনপ্ৰতিনিধি নিৰ্বাচিত কৰি দেশৰ, ৰাজ্যৰ সুৰক্ষা, দেশৰ তথা ৰাজ্যৰ মঙ্গলৰ কাৰনে পঠাই।
সেই ব্যক্তি যদি সু পথত থাকি ভাল কাম কৰি যায়, তেতিয়া সকলোৰে মঙ্গল হব।
সেই জন ব্যক্তি যদি লুভ, মোহ, কাম, ক্ৰোধ দম্ভ, অংহকাৰ এৰি যি দৰমহা ধন পায় সেই ধনেৰে সম্পতি আহৰন কৰে তাতে সীমাবদ্ধ থাকি কাম কৰি যায়, তেওঁৰ কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই।
যি সকল ব্যক্তিয়ে দেশৰ সকে ভাল চিন্তা নকৰে, সেই সকল লোক ভাল কাম কৰিব নোৱাৰে। সেই সকল ব্যক্তিয়ে দেশৰ ৰাজকোষৰ ধন অপব্যৱহাৰ কৰে। নিজৰ পচাৰৰ কাৰনে টকা অপব্যৱহাৰ কৰে।
প্ৰকৃততে যদি সেই ব্যক্তি ভাল কাম কৰি যায় তেতিয়া হলে চিঙৰ বাসৰ কৰি পচাৰ প্ৰসাৰ নকৰিলেও দেশৰ জনগণ সেই ব্যক্তিক নিবাচিত কৰিৱ।
প্ৰচাৰ আৰু প্ৰসাৰ সদায় দেশৰ মঙ্গল হকে, দেশৰ জনগণে নজনা কথা , দেশৰ সমূহ জীৱকোলৰ কাৰনে ভাল আচঁনি যোগোত কৰা কাৰ্য্যৰ কাম হে প্ৰচাৰ আৰু প্ৰসাৰ কৰাত দেশৰ ৰাজকোষৰ ধন ব্যৱহাৰ কৰিব লাগে , যি সকল ব্যক্তিক জনগণে নিবাচিত কৰে।
সেই সকল ব্যক্তিক আহ্বান জনাব বিচাৰো, আপোনালোকে ভাল হবলৈ শিকক।।
ধন্যবাদেৰে।।
সেৱাৰে সকলো জনগণৰ চৰনলৈ।।